• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছফ্টৱেৰ ব্যৱহাৰ কৰি ডিলিট কৰা হৈছে কংগ্ৰেছৰ ভোটাৰৰ নাম, গুৰুতৰ অভিযোগ তুলি কি কৈছে ৰাহুলে?

ছফ্টৱেৰ ব্যৱহাৰ কৰি ডিলিট কৰা হৈছে কংগ্ৰেছৰ ভোটাৰৰ নাম, গুৰুতৰ অভিযোগ তুলি কি কৈছে ৰাহুলে?

9 months ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

30 minutes ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

18 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

18 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

18 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

20 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

20 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

21 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

22 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

23 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

24 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

1 day ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছফ্টৱেৰ ব্যৱহাৰ কৰি ডিলিট কৰা হৈছে কংগ্ৰেছৰ ভোটাৰৰ নাম, গুৰুতৰ অভিযোগ তুলি কি কৈছে ৰাহুলে?

ছফ্টৱেৰ ব্যৱহাৰ কৰি ডিলিট কৰা হৈছে কংগ্ৰেছৰ ভোটাৰৰ নাম, গুৰুতৰ অভিযোগ তুলি কি কৈছে ৰাহুলে?

editor by editor
September 18, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ছফ্টৱেৰ ব্যৱহাৰ কৰি ডিলিট কৰা হৈছে কংগ্ৰেছৰ ভোটাৰৰ নাম, গুৰুতৰ অভিযোগ তুলি কি কৈছে ৰাহুলে?
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভোট চুৰিৰ অভিযোগ তুলি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে তেওঁ শীঘ্ৰেই এই বিষয়ক লৈ হাইড্ৰজেন বোমা বিস্ফোৰণ ঘটাব৷ বৃহস্পতিবাৰে সংবাদমেল আয়োজন কৰি ভোট চুৰিৰ অভিযোগ আনিছে ৰাহুলে৷ একাধিক বিস্ফোৰক মন্তব্য কৰিছে লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধীয়ে৷ ৰাহুলে টাৰ্গেট কৰি লৈছে দেশৰ চিফ ইলেকছন কমিছনাৰ জ্ঞানেশ কুমাৰক৷ ভাৰতৰ গণতন্ত্ৰক যিসকলে ধ্বংস কৰিছে তেওঁলোকক ৰক্ষণাবেক্ষণ দিছে মুখ্য নিৰ্বাচন কমিছনাৰে৷ এই অভিযোগ ৰাহুল গান্ধীৰ৷

ভোটাৰৰ নাম ডিলিটৰ চেষ্টা চলোৱা হৈছে

ৰাহুল গান্ধীৰ দাবী, কৰ্ণাটকৰ আলান্দ কেন্দ্ৰত ৬০১৮ জন ভোটাৰৰ নাম ডিলিট কৰাৰ চেষ্টা কৰা হৈছিল৷ লোকসভাত বিৰোধী দলনেতাৰ দাবী, মূলত কংগ্ৰেছৰ যিসমূহ বুথ শক্তিশালী, সেই স্থানৰ পৰা পৰিকল্পনা কৰি ভোটাৰৰ নামসমূহ ডিলিট কৰি দিয়া হৈছে৷ ৰাহুলৰ অভিযোগ যে পদ্ধতিগতভাৱে দেশৰ লাখ লাখ ভোটাৰক টাৰ্গেট কৰা হৈছে৷ সম্প্ৰদায় বিৰোধীসকলৰ পক্ষে ভোট দিয়াসকল যেনে দলিত, আদিবাসী, সংখ্যালঘু, অবিচি, তেওঁলোকক বেছিকৈ টাৰ্গেট কৰা হৈছে৷ এই অভিযোগসমূহৰো প্ৰমাণ আছে৷ এইবাৰ এই বিষয়টো ১০০ নিশ্চিত হল৷

এই অভিযোগ তুলি মুখ্য নিৰ্বাচন কমিছনাৰ জ্ঞানেশ কুমাৰক টাৰ্গেট কৰিছে ৰাহুল গান্ধীয়ে৷ তেওঁ কয়, ‘যিসকলে ভাৰতৰ গণতন্ত্ৰক হত্যা কৰিছে তেওঁলোকক সুৰক্ষা দিয়া বন্ধ কৰক জ্ঞানেশ কুমাৰে৷’ কৰ্ণাটক, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰপ্ৰদেশত গণহাৰত ভোটাৰসকলৰ নাম বাতিল কৰা হৈছে বুলি অভিযোগ কৰিছে কংগ্ৰেছ সাংসদে৷ আৰু কেন্দ্ৰীয়ভাৱে ছফ্টৱেৰ ব্যৱহাৰ কৰি  এই কাম কৰা বুলি দাবী তেওঁৰ৷ ৰাহুলৰ দাবী, এই বিষয়ক লৈ তদন্ত আৰম্ভ কৰিছে কৰ্ণাটকৰ ছি আই ডিয়ে৷

বিষয়টোক কেন্দ্ৰ কৰি তদন্তকাৰীৰ তৰফৰ পৰা নিৰ্বাচন কমিছনক তথ্যও বিচৰা হৈছিল৷ কিন্তু কমিছনে কোনো তথ্য  দিয়া হোৱা নাই বুলি অভিযোগ ৰাহুলৰ৷ এই দিনটোত ৰাহুল গান্ধীয়ে দাবী কৰিছে যে কমিছনৰ ভিতৰৰ পৰাই তেওঁলোকক সাহায্য কৰা হৈছে আৰু তথ্য দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

June 5, 2026
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
Next Post
২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ! কোন ৫ মূল্যাংকৰ বাবে সতৰ্কবাৰ্তা, বাঢ়িব পাৰে ৰোগ, অইন কোন কোন মূল্যাংকৰ লোক সতৰ্ক থাকিব?

২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ! কোন ৫ মূল্যাংকৰ বাবে সতৰ্কবাৰ্তা, বাঢ়িব পাৰে ৰোগ, অইন কোন কোন মূল্যাংকৰ লোক সতৰ্ক থাকিব?

অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.