• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ! কোন ৫ মূল্যাংকৰ বাবে সতৰ্কবাৰ্তা, বাঢ়িব পাৰে ৰোগ, অইন কোন কোন মূল্যাংকৰ লোক সতৰ্ক থাকিব?

২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ! কোন ৫ মূল্যাংকৰ বাবে সতৰ্কবাৰ্তা, বাঢ়িব পাৰে ৰোগ, অইন কোন কোন মূল্যাংকৰ লোক সতৰ্ক থাকিব?

1 year ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

11 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

12 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

12 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

13 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

14 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

14 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

15 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

15 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

16 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

16 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

17 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ! কোন ৫ মূল্যাংকৰ বাবে সতৰ্কবাৰ্তা, বাঢ়িব পাৰে ৰোগ, অইন কোন কোন মূল্যাংকৰ লোক সতৰ্ক থাকিব?

২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ! কোন ৫ মূল্যাংকৰ বাবে সতৰ্কবাৰ্তা, বাঢ়িব পাৰে ৰোগ, অইন কোন কোন মূল্যাংকৰ লোক সতৰ্ক থাকিব?

editor by editor
September 18, 2025
in জীৱনশৈলী
0
২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ! কোন ৫ মূল্যাংকৰ বাবে সতৰ্কবাৰ্তা, বাঢ়িব পাৰে ৰোগ, অইন কোন কোন মূল্যাংকৰ লোক সতৰ্ক থাকিব?
0
SHARES
686
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ৷ সংখ্যাতত্ব অনুসৰি, সূৰ্যগ্ৰহণৰ দিনা ৫ মূল্যাংকৰ মানুহ সতৰ্ক হৈ থাকক৷ তেওঁলোকৰ ওপৰত সূৰ্যগ্ৰহণৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে৷ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱে দেখা দিব পাৰে৷ সূৰ্যগ্ৰহণৰ কাৰণে ২ মূল্যাংকৰ জাতকে কৰ্মজীৱনত সমস্যাই দেখা দিব পাৰে৷

সূৰ্যগ্ৰহণৰ নেতিবাচক প্রভাৱ

মূল্যাংক ২

সূৰ্যগ্ৰহণৰ দিনা ২ মূল্যাংকৰ ব্যক্তিৰ মানসিক শান্তি ভংগ হব পাৰে৷ কৰ্মজীৱনত সমস্যাৰ আশংকা আছে, ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে টেনছন তৈয়াৰ হব পাৰে৷ এই দিনটোত বছৰ সৈতে কোনো বিৰোধত সোমাই নপৰাটোৱেই শ্ৰেয়, অন্যথা আপোনাৰ বাবে অশুভ প্ৰমাণ হব পাৰে৷ কেৱল কৰ্মস্থলেই নহয়, অন্যান্য স্থানতো এই দিনটোত বিতৰ্ক এৰাই চলা ভাল হ’ব৷

মূল্যাংক ৩

সূৰ্যগ্ৰহণৰ নেতিবাচক প্ৰভাৱত ৩ মূল্যাংকৰ ব্যক্তিৰ ওপৰতো পৰিব পাৰে৷ এই দিনটোত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে৷ পুৰণি পেটৰ অসুখ কিংবা পেটৰ বিষৰ সমস্যা বাঢ়ি যাব পাৰে৷ পৰিয়ালৰ সদস্যক লৈ দুশ্চিন্তা বাঢ়িব৷ ইয়াৰোপৰি এই দিনটোত আৰ্থিক বিনিয়োগ নকৰাই উত্তম, কাৰণ অৰ্থক্ষতিৰ আশংকা আছে৷

মূল্যাংক ৬

সূৰ্যগ্ৰহণৰ দিনটো ৬ মূল্যাংকৰ ব্যক্তিৰ বাবে চিন্তা আৰু দুশ্চিন্তাৰে ভৰা হব পাৰে৷ মনত অকাৰণতে ভয় বাঢ়িব পাৰে৷ অপৰিচিত মানুহৰ সৈতে দেখা সাক্ষাৎ কৰি অস্বস্তি বোধ কৰিব পাৰে৷ তেওঁলোকৰ সৈতে বন্ধুত্ব কৰি আপোনাৰ দুশ্চিন্তা আৰু বাঢ়িব পাৰে৷ আপোনাৰ শৰীৰত শক্তিৰ ঘাটিয়ে দেখা দিব৷ ক্লান্তি অনুভৱ কৰিব আৰু ঘৰত বিশ্ৰাম কৰি স্বস্তি পাব৷

মূল্যাংক ৮

সূৰ্যগ্ৰহণৰ দিনা ৮ মূল্যাংকৰ ব্যক্তিৰ মন বেয়া থাকিব৷ কিছু বিষয় আপুনি ইচ্ছা কৰাধৰণে নোহোৱাৰ বাবে আপুনি অসুখী অনুভৱ কৰিব পাৰে৷ অপ্ৰয়োজনীয় খৰচ বাঢ়ি যাব পাৰে৷ ফলত সঞ্চয় ক্ষতিগ্ৰস্থ হব পাৰে৷ শৰীৰত শক্তিৰ ঘাটি আৰু মানসিক চাপো বাঢ়িব৷ এই দিনটোত যোগ আৰু ধ্যান কৰিলে উপকাৰ পাব৷

মূল্যাংক ৯

সূৰ্যগ্ৰহণৰ সময়ত ৯ মূল্যাংকৰ মানুহৰ মনত কোনো বিষয়ক লৈ দুখ আহিব পাৰে৷ মনত অপৰাধবোধে কাম কৰিব পাৰে কিংবা কোনো ভুলৰ বাবে অনুতাপ আহিব পাৰে৷ এইদিনটো ডাঙৰ কোনো সিদ্ধান্ত লোৱা উচিত নহয় আৰু কাৰো সৈতে বিৰোধ কৰাও উচিত নহয়৷ যদি যানবাহন চলায় তেন্তে সতৰ্ক থাকক, আঘাত লগাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

October 1, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
Next Post
অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.