• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

8 months ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

43 minutes ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

2 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

3 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

3 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

4 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

4 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

5 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

5 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

6 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

6 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

7 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

editor by editor
September 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চনৰ দেৱীপক্ষত ভাগ্যবান হব ৫ ৰাশি৷ ধনসম্পদৰ পৰা ব্যক্তিগত জীৱন, সকলোতেই তেওঁলোকে আশীৰ্বাদ পাব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতি বছৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ওপৰত ফলাফল নিৰ্ভৰ কৰে৷ জানি থওক কোন কোন ৰাশি লাকী?

দেৱীপক্ষত ভাগ্যৱান ৰাশি কি কি?

মেষ ৰাশি

২০২৫ চনৰ দেৱীপক্ষত মেষ ৰাশিৰ জাতক জাতিকালৈ অপ্ৰত্যাশিত সাফল্য আহিব পাৰে৷ নতুন কোনো কাম আৰম্ভ কৰিলে তাতো সফলতা লাভ কৰাৰ সম্ভাৱনা আছে৷ আৰ্থিক দিনৰ পৰা এই সময় শুভ হব৷ কৰ্মজীৱনত পদোন্নতি হব আৰু সমাজত সন্মান বৃদ্ধি পাব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ বাবে এই সময় খুবেই ইতিবাচক হব পাৰে৷ বিশেষকৈ যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে ভাল খবৰ পাব পাৰে৷ ব্যক্তিগত জীৱনতো সুখ শান্তি বৰ্তি থাকিব৷ পাৰিবাৰিক সম্পৰ্কৰো উন্নতি ঘটিব আৰু বহুদিনৰ পুৰণি কোনো সমস্যা দূৰ হব পাৰে৷

তুলা ৰাশি

২০২৫ চনত দেৱীপক্ষত তুলা ৰাশিৰ জাতক জাতিকাই ভাল সুযোগ পাব৷ অৰ্থনৈতিক দিশৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত বা বিনিয়োগত ভাল ফল লাভ কৰা সম্ভৱ৷ সমাজত আপোনাৰ প্ৰতিপত্তি বাঢ়িব আৰু পৰিচিতি লাভ কৰিব আপুনি৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ বাবে এই সময় অত্যন্ত শুভ৷ যিসকলে ব্যৱসায় কৰে তেওঁলোকে নতুন সুযোগ পাব৷ শিক্ষাৰ্থীসকলৰ বাবে পঢ়াশুনাত সাফল্য পাব৷ অপ্ৰত্যাশিতভাৱে কোনো বৃহৎ লাভ কৰিব পাৰে, যিয়ে আপোনাৰ আৰ্থিক পৰিস্থিতিক আৰু মজবুত কৰিব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় কৰ্মজীৱনৰ বাবে খুবেই ভাল৷ যিসকলে কঠোৰ পৰিশ্ৰম কৰি আছে তেওঁলোকে কৰ্মত স্বীকৃতি পাব৷ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যক্তিগত জীৱনলৈ স্থিতিশীলতা আহিব৷

(প্ৰতিবেদন জ্যোতিষশাস্ত্ৰৰ গণনাৰ ভিত্তিত লেখা হৈছে৷ এই লেখা সত্য প্ৰমাণিত হবই বুলি আমি দাবী কৰা নাই৷ জ্যোতিষশাস্ত্ৰ সংক্ৰান্তিয় কোনো প্ৰশ্ন বা কোনো সমস্যাৰ সমাধানৰ বাবে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!
জীৱনশৈলী

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

May 30, 2026
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?
বিনোদন

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

May 30, 2026
Next Post
পিতৃপক্ষৰ শেষদিনা তৰ্পণৰ বাহিৰেও কৰক এই ৫কাম, তুষ্ট হৈ আশীৰ্বাদ দিয় পূৰ্বপুৰুষে

পিতৃপক্ষৰ শেষদিনা তৰ্পণৰ বাহিৰেও কৰক এই ৫কাম, তুষ্ট হৈ আশীৰ্বাদ দিয় পূৰ্বপুৰুষে

কাইলৈৰ ৰাশিফলঃ সিদ্ধিযোগত প্ৰদোষ ব্ৰত, লক্ষ্মীৰ সৈতে মহাদেৱৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ সিদ্ধিযোগত প্ৰদোষ ব্ৰত, লক্ষ্মীৰ সৈতে মহাদেৱৰ কৃপা ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.