• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

11 months ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

19 minutes ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

1 hour ago
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

2 hours ago
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

3 hours ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

3 hours ago
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

4 hours ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

5 hours ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

6 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

7 hours ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

7 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

7 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?

editor by editor
September 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অক্টোবৰ মাহত দুবাৰ গোচৰ কৰিব বুধে, এই ৩ৰাশিৰ হাতলৈ আহিব ধন, ক্ৰয় কৰিব পাৰে সোণো, কি কি লাভ হ’ব এইকেইটা ৰাশিৰ?
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯ গ্ৰহৰ মাজত বুধ গ্ৰহৰ এক বিশেষ স্থান আছে৷ ই গ্ৰহৰ ৰাজপুত্ৰ হিচাপেও পৰিচিত৷ জ্যোতিষশাস্ত্ৰত বুধক বুদ্ধি, যুক্তি, ব্যৱসায় আৰু সম্পদৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ সেই কাৰণেই এই গোচৰ প্ৰতিটো ৰাশিৰ জীৱনলৈ গভীৰ প্ৰভাৱ আনিব৷ বুধে প্ৰায় প্ৰতি ২৩ দিনত এটা ৰাশিৰ পৰা অন্য ৰাশিত গমন কৰে৷ জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা অক্টোবৰ মাহ খুবেই বিশেষ হব৷ কাৰণ এই মাহত বুধে তাৰ অৱস্থান দুবাৰ পৰিবৰ্তন কৰিব৷ জ্যোতিষীৰ মতে এই পৰিবৰ্তন নিৰ্দিষ্ট ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷

জ্যোতিষীৰ মতে ৩ অক্টোবৰ ২০২৫ দশেৰাৰ পাছৰ দিনা, বুধে কন্যা ৰাশিৰ পৰা তুলা ৰাশিলৈ গমন কৰিব৷ ২৪ অক্টোবৰ, ২০২৫ত বুধে তুলা ৰাশিৰ পৰা বৃশ্চিক ৰাশিত গমন কৰিব৷ এই এমাহৰ ভিতৰত বুধৰ দুটা গোচৰৰ ফলত ১২ ৰাশিৰ জীৱনত প্ৰভাৱ পৰিব৷  বিশেষকৈ সিংহ, তুলা আৰু বৃশ্চিক ৰাশিৰ এই সময়কালত উল্লেখযোগ্য সুবিধা লাভৰ আশা কৰা হৈছে৷

সিংহ ৰাশি

এই সময়কাল সিংহ ৰাশিৰ বাবে খুবেই শুভ হব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভাগ্য আপোনাৰ পক্ষত থাকিব৷ চাকৰিয়ালে পদোন্নতি বা নতুন দায়িত্ব পাব পাৰে৷ বিদেশ ভ্ৰমণো সম্ভৱ৷ পূৰ্ববৰ্তী অমীমাংসিত কামসমূহ সম্পন্ন হব৷ পাৰিবাৰিক জীৱনত সম্প্ৰীতিৰ উন্নতি হব৷

তুলা ৰাশি

এই সময়ত তুলা ৰাশিৰ জীৱনলৈ বিভিন্ন সুযোগ আহিব৷ আপোনাৰ সন্মান বাঢ়িব৷ আপুনি ঘৰ বা যানবাহন ক্ৰয়ৰ সুযোগ পাব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰত ভুল বুজাবুজি দূৰ হব আৰু সুখ বৃদ্ধি পাব৷ ব্যৱসায়ীয়ে উল্লেখযোগ্য লাভ কৰিব৷ অৱশ্যে ধৈৰ্য্য অপৰিহাৰ্য৷

বৃশ্চিক ৰাশি

বুধৰ উভয় গোচৰ বৃশ্চিক ৰাশিৰ জাতকৰ বাবে উপকাৰী হব৷ আয়ৰ নতুন উৎস সন্মুখত খুলিব৷ বিনিয়োগত ভাল ৰিটাৰ্ণ পাব৷ কঠোৰ পৰিশ্ৰম কৰিলে কেৰিয়াৰত কাঙ্খিত সাফল্য পাব৷ এই সময়ত আৰ্থিক অগ্ৰগতি আৰু নতুন সাফল্য আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ
বিনোদন

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

August 9, 2026
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য
জীৱনশৈলী

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

August 9, 2026
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?
জীৱনশৈলী

সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

August 9, 2026
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
Next Post
ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

ধনসুখ খাটাং, প্ৰেমতো উত্তম, দেৱীপক্ষতেই কঁপাল ফুলিব এই ৫ৰাশিৰ জাতক জাতিকাৰ

পিতৃপক্ষৰ শেষদিনা তৰ্পণৰ বাহিৰেও কৰক এই ৫কাম, তুষ্ট হৈ আশীৰ্বাদ দিয় পূৰ্বপুৰুষে

পিতৃপক্ষৰ শেষদিনা তৰ্পণৰ বাহিৰেও কৰক এই ৫কাম, তুষ্ট হৈ আশীৰ্বাদ দিয় পূৰ্বপুৰুষে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.