• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৭লৈকে সহায় কৰিব শনিদেৱে, সোণৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

২০২৭লৈকে সহায় কৰিব শনিদেৱে, সোণৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

4 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

5 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

5 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

6 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

7 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

7 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

8 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

8 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

9 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

9 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

10 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

11 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৭লৈকে সহায় কৰিব শনিদেৱে, সোণৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

২০২৭লৈকে সহায় কৰিব শনিদেৱে, সোণৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য

editor by editor
November 16, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২০২৭লৈকে সহায় কৰিব শনিদেৱে, সোণৰ দৰে উজ্বলিব ৩ৰাশিৰ ভাগ্য
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিৰ প্ৰভাৱ, এই কথা শুনিলেই ভয়ত কঁপি উঠে বহুজন৷ জ্যোতিষশাস্ত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ শনি৷ শনিক কৰ্মফলৰ দেৱতা ৰূপেও চোৱা হয়৷ শনিৰ কুদৃষ্টিত ছাৰখাৰ হৈ যাব পাৰে জীৱন৷ অৰ্থহানি, প্ৰেমত বাধা, পৰিয়ালত অশান্তিৰ দৰে নানান সমস্যাৰ মাজতো সোমাই পৰিব পাৰে৷ এনে কিছু ঘটিব পাৰে যি হয়তো আপুনি কেতিয়াও কল্পনা কৰা নাছিল৷ এই শনিয়ে যেতিয়া যি ৰাশিত থাকে তেতিয়া সেই ৰাশিৰ বেয়া সময় আৰম্ভ হয়৷ কেতিয়াবা গুচি যোৱা মানে ঢাইয়া৷ ইয়াৰ ফলত আঢ়ৈ বছৰ ধৰি বেয়া সময় চলে৷ কেতিয়াবা চলে চাৰে সাতি৷ অৰ্থাৎ চাৰে সাত বছৰ ধৰি চলে দুঃসময়৷

বৰ্তমান শনিয়ে মীন ৰাশিত গোচৰ কৰিছে৷ শনিয়ে সকলো সময়ত কুদৃষ্টি নিক্ষেপ কৰিব তেনে নহয়৷ প্ৰচলিত শনিৰ প্ৰভাৱ কেনে হ’ব সেয়া নিৰ্ভৰ কৰে কোনো ব্যক্তিৰ কৰ্মফলৰ ওপৰত৷ শনিৰ আশীৰ্বাদতেই বিভিন্ন ৰাশিৰ জাতকে জীৱনত সাফল্য লাভ কৰিব৷

শনিয়ে আঢ়ৈ বছৰ ধৰি এটা ৰাশিত অৱস্থান কৰে৷ বৰ্তমান ই মীন ৰাশিত আছে৷ ২ জুন, ২০২৭ পৰ্যন্ত মীন ৰাশিতেই অৱস্থান কৰিব৷ এই সময়ত শনিৰ আশীৰ্বাদত ৩ ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তিৰ জীৱনলৈ ব্যাপক সমৃদ্ধি আহিব৷ আয় দ্বিগুণ হোৱাৰ সম্ভাৱনা আছে৷ দীৰ্ঘ দিনৰ পুৰণি সমস্যাৰ সমাধান হব৷ জীৱনত সুখ শান্তি বিৰাজ কৰিব৷

কোন কোন ৰাশিৰ ভাগ্য সলনি হ’ব?

তুলা ৰাশিৰ ভাগ্য পৰিবৰ্তন

তুলা ৰাশিৰ জাতকে ব্যৱসায়ত প্ৰচুৰ লাভ কৰিব৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ সুযোগ আছে৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন কৰিব৷ ইয়াৰ ফলত ২০২৭ চনৰ জুন মাহৰ ভিতৰত ডাঙৰ সুখবৰ পাব পাৰে৷

সিংহ ৰাশিৰ ভাগ্য পৰিবৰ্তন

শনিৰ আশীৰ্বাদত সিংহ ৰাশিৰ জাতকে সাফল্য অৰ্জন কৰিব৷ সমাজত সন্মান বৃদ্ধি পাব৷ আয়ৰ উৎস বৃদ্ধি পাব৷ অৰ্থ সংকট দূৰ হব৷ প্ৰেমৰ সম্পৰ্কত সুখী হ’ব পাৰে৷

মকৰ ৰাশিৰ ভাগ্য পৰিবৰ্তন

মকৰ ৰাশিৰ জাতকৰ যদি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে এয়াই শুভ সময়৷ ভাগ্যৰ সহায় পাব৷ সকলো ক্ষেত্ৰতে সফল হোৱাৰ বিশেষ যোগ আছে৷ নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ বহুদিনৰ পুৰণি ঋণৰ পৰা মুক্তি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
২০২৬ত শনি, ৰাহু, কেতু, বৃহস্পতিৰ কবলত ৫ ৰাশি, এটাৰ পাছত আনটো চেলেঞ্জ কাৰ কাৰ জীৱনলৈ?

২০২৬ত শনি, ৰাহু, কেতু, বৃহস্পতিৰ কবলত ৫ ৰাশি, এটাৰ পাছত আনটো চেলেঞ্জ কাৰ কাৰ জীৱনলৈ?

সুদেই পাব ২ লাখ টকা, পোষ্ট অফিচৰ এই দুৰ্দান্ত স্কিমত জি’ৰ ৰিস্ক, আপুনিও কৰিব পাৰে বিনিয়োগ

সুদেই পাব ২ লাখ টকা, পোষ্ট অফিচৰ এই দুৰ্দান্ত স্কিমত জি’ৰ ৰিস্ক, আপুনিও কৰিব পাৰে বিনিয়োগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.