• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্ৰীদশা এৰি চিধা পথেৰে যাত্ৰা শনিৰ, ২০২৫ত কি  প্ৰভাৱ পৰিব কোন ৰাশিত?

বক্ৰীদশা এৰি চিধা পথেৰে যাত্ৰা শনিৰ, ২০২৫ত কি প্ৰভাৱ পৰিব কোন ৰাশিত?

2 years ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

9 minutes ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

37 minutes ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

1 hour ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

2 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

3 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

4 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

5 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

6 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

7 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

19 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

19 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বক্ৰীদশা এৰি চিধা পথেৰে যাত্ৰা শনিৰ, ২০২৫ত কি প্ৰভাৱ পৰিব কোন ৰাশিত?

বক্ৰীদশা এৰি চিধা পথেৰে যাত্ৰা শনিৰ, ২০২৫ত কি প্ৰভাৱ পৰিব কোন ৰাশিত?

editor by editor
November 16, 2024 - Updated on December 4, 2024
in জীৱনশৈলী, বিবিধ
0
বক্ৰীদশা এৰি চিধা পথেৰে যাত্ৰা শনিৰ, ২০২৫ত কি  প্ৰভাৱ পৰিব কোন ৰাশিত?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা এটা ৰাশিত প্ৰায় আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে শনিয়ে৷ বৰ্তমান শনি আছে নিজৰ ৰাশি কুম্ভত৷ শনি মাৰ্গী হোৱাত কোন কোন ৰাশিৰ জাতকৰ ওপৰত প্ৰভাৱ পৰিব জানি থওক সবিশেষ৷

 মেষ ৰাশি

ব্যৱসায়ত আৰ্থিকভাৱে লাভৱান হ’ব৷ কেৰিয়াৰত কাঙ্খিত সাফল্য লাভ কৰিব৷ কাৰ্যালয়তো আপোনাৰ স্থান সুৰক্ষিত৷ ব্যৱসায়ত নতুন আইডিয়া আহিব৷

বৃষ ৰাশি

নতুন বছৰত শনিৰ প্ৰভাৱত কেৰিয়াৰত বৃহৎ সাফল্য পাব৷ আয় বাঢ়িব৷ স্বাস্থ্যও ভালে থাকিব৷ হঠাৎ অৰ্থলাভ হ’ব পাৰে৷

মিথুন ৰাশি

মাৰ্গী শনিৰ প্ৰভাৱত ২০২৫ত জীৱনৰ কাঙ্খিত সাফল্য পাব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত সাফল্য বাঢ়িব৷ শত্ৰুক পৰাজিত কৰিব পাৰে৷

 কৰ্কট ৰাশি

শনি চিধা পথেৰে অহাৰ ফলত লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ ব্যৱসায়ত নতুন চিন্তাৰে আগবাঢ়িব৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্ক উন্নীত হ’ব৷

সিংহ ৰাশি

মাৰ্গী শনিৰ প্ৰভাৱত বিলাসিতাৰ দিন কটাব সিংহ ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনৰ সমস্যাৰ পৰা মুক্তি পাব৷ আৰ্থিকভাৱেও লাভৱান হ’ব৷

কন্যা ৰাশি

শনিৰ চিধা পথেৰে অহাৰ ফলত পুৰণি ঋণৰ পৰা মুক্তি পাব৷ পুৰণি অসুখৰ পৰা ৰেহাই পাব৷ আদালতৰ গোচৰ চলিলে ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷

তুলা ৰাশি

স্বাস্ত্য সংক্ৰান্তিয় সমস্যাৰ পৰা মুক্তি পাব তুলা ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ উপাৰ্জন বেছ ভাল হ’ব৷ সকলো কামতেই ভাগ্যৰ সহায় লাভ কৰিব৷

বৃশ্চিক ৰাশি

কাৰ্যালয়ত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ ব্যক্তিগত জীৱনত কিছু সমস্যাই দেখা দিব পাৰে৷ স্বাস্ত্য পূৰ্বতকৈ ভাল হ’ব৷

ধনু ৰাশি

মনৰ পৰা ভয় ভাৱ দূৰ হ’ব৷ পৰ্যটন, ব্যৱসায়ৰ সৈতে যুক্তসকলৰ বাবে এই সময় অত্যন্ত লাভজনক৷ পৰিকল্পনা কৰি কৰা কামত সফলতা আহিব৷

মকৰ ৰাশি

শনিৰ ছাৰে সাকি দশাৰ শেষ পৰ্যায় চলিছে মকৰ ৰাশিত৷ এই পৰিস্থিতিত জীৱনত পজিটিভ পৰিবৰ্তন দেখিব৷ পূৰ্বে বিনিয়োগ কৰিছে যদি সেই বিনিয়োগৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব৷

কুম্ভ ৰাশি

মাৰ্গী শনি আৰু শ শ ৰাজযোগৰ সুফল পাব কুম্ভ ৰাশিৰ জাতকে৷ আপোনাৰ ব্যক্তিত্বৰ প্ৰতি বহুতেই আকৃষ্ট হ’ব৷ আত্মবিশ্বাসো তুংগত থাকিব৷

মীন ৰাশি

শনিৰ ছাৰে সাতি দশা চলিছে মীন ৰাশিতো৷ এই সময়ত আয় বেছি নহ’ব৷ কিন্তু খৰচ বাঢ়িব৷ দাম্পত্য জীৱনত টেনছন থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 10, 2026
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান
জীৱনশৈলী

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
Next Post
পুলিছ ক’লেই মই ভিতৰি কঁপি গৈছো, থানাৰ ভিতৰত কি হৈছিল জ্ঞানদ্বীপৰ সৈতে? অসম লাইভ EXCLUSIVE

পুলিছ ক’লেই মই ভিতৰি কঁপি গৈছো, থানাৰ ভিতৰত কি হৈছিল জ্ঞানদ্বীপৰ সৈতে? অসম লাইভ EXCLUSIVE

কাইলৈ মিথুনত গোচৰ চন্দ্ৰৰ, দ্বিপুষ্কৰ যোগত সৌভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

কাইলৈ মিথুনত গোচৰ চন্দ্ৰৰ, দ্বিপুষ্কৰ যোগত সৌভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.