• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫নৱেম্বৰত কুম্ভত মাৰ্গী হ’ব শনি! এই তিনি জাতক জাতিকাৰ জীৱনলৈ আহিব সাফল্য

১৫নৱেম্বৰত কুম্ভত মাৰ্গী হ’ব শনি! এই তিনি জাতক জাতিকাৰ জীৱনলৈ আহিব সাফল্য

2 years ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

22 minutes ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

1 hour ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

2 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

3 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

4 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

6 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

7 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

7 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

7 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

9 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

9 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫নৱেম্বৰত কুম্ভত মাৰ্গী হ’ব শনি! এই তিনি জাতক জাতিকাৰ জীৱনলৈ আহিব সাফল্য

১৫নৱেম্বৰত কুম্ভত মাৰ্গী হ’ব শনি! এই তিনি জাতক জাতিকাৰ জীৱনলৈ আহিব সাফল্য

editor by editor
November 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১৫নৱেম্বৰত কুম্ভত মাৰ্গী হ’ব শনি! এই তিনি জাতক জাতিকাৰ জীৱনলৈ আহিব সাফল্য
0
SHARES
11.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিক ন্যায়বিচাৰৰ দেৱতা হিচাপে বিবেচনা কৰা হয়, তেওঁ সৰ্বদা নিৰপেক্ষ থাকে আৰু মানুহৰ কৰ্ম অনুসৰি উপযুক্ত ফলাফল প্ৰদান কৰে৷ শনি কঠোৰ পৰিশ্ৰম, শৃংখলা আৰু জীৱনৰ সমস্ত সমস্যাৰ মোকাবিলাৰ পৰা প্ৰাপ্ত শিক্ষাৰ প্ৰতিনিধিত্ব কৰে৷ জন্মুকুণ্ডলীত শনিৰ শুভ আৰু অশুভ অৱস্থানে ব্যক্তিৰ জীৱনত অনুৰূপ প্ৰভাৱ পেলাই৷ শনিৰ প্ৰত্যক্ষ গতি বা মাৰ্গী গতিৰ কাৰণে কেইটামান ৰাশিৰ জাতকৰ ভাগ্য উজলি উঠিব৷ কোনোৱে আকৌ ব্যৰ্থতাৰ মুখতো পৰিব পাৰে৷ এইবাৰ শনিয়ে ১৫ নৱেম্বৰত কুম্ভ ৰাশিৰ প্ৰৱেশৰ কৰিব৷ শনিৰ কুম্ভ ৰাশিত গোচৰৰ ফলত কোন তোন ৰাশিৰ জাতক জাতিকাই সাফল্য লাভ কৰিব?

মেষ ৰাশি

আপোনালোকৰ বাবে শনিদেৱৰ মাৰ্গী গতি উপকাৰী হ’ব পাৰে৷ আয়ৰ উৎস বৃদ্ধি পাব আৰু সমস্ত সুচিন্তিত কৌশল কাৰ্যকৰী হ’ব৷ সন্তানৰ দায়িত্ব পালন কৰিব৷ এই সময়ত আপোনাৰ আয় বহু বাঢ়িব৷ এই সময় বিনিয়োগৰ বাবে শুভ৷ চৰকাৰী চাকৰিৰ বাবেও এই সময় অনুকূল৷ আপোনাৰ ব্যৱসায় যদি ৰপ্তানী আৰু আমদানিৰ সৈতে সম্পৰ্কিক তেন্তে ভাল মুনাফা পাব৷ এই সময়ত শ্বেয়াৰ বজাৰ আৰু লটাৰীত লাভৰ সম্ভাৱনা আছে৷

বৃষ ৰাশি

শনিৰ কুম্ভ গোচৰ বৃষ ৰাশিৰ জাতক জাতিকাৰ জীৱনত মিশ্ৰ প্ৰভাৱ পৰিব৷ চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি হ’ব৷ সামগ্ৰিকভাৱে, শনিৰ মাৰ্গী গতি আপোনাৰ পক্ষে অনুকূল হ’ব৷ এই সময়ত আপুনি কাম আৰু ব্যৱসাত উন্নতি কৰিব পাৰিব৷ ইয়াৰোপৰি এই গোচৰ অৰ্থনৈতিক ক্ষেত্ৰত আপোনাৰ বাবে খুবেই উপকাৰী সাব্যস্ত হ’ব৷ এই সময়ত অৰ্থনৈতিক ক্ষেত্ৰত কৰা যাৱতীয় প্ৰচেষ্টা সফল হ’ব৷৷ ইয়াৰ সৈতে ব্যৱসায়ীসকলে এই সময়ত ভাল মুনাফা পাব পাৰে৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত কিছু নতুন দায়িত্ব পাব পাৰে৷ ইয়াৰোপৰি এই সময়ত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু পদমৰ্যাদা বাঢ়িব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে কাম আৰু ব্যৱসায়ৰ দিশৰ পৰা শনিৰ মাৰ্গী গতি অতি উত্তম সাব্যস্ত হ’ব৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ তীৰ্থযাত্ৰাৰো সম্ভাৱনা থাকিব৷ শনিৰ গতি প্ৰত্যক্ষ হোৱাত এই ৰাশিৰ জাতক-জাতিকাৰ মনোভাৱ ইতিবাচক থাকিব৷ আপুনি পৰ্যাপ্ত পৰিমাণৰ অৰ্থ উপাৰ্জন কৰিব পাৰে৷ যাৰবাবে আপোনাৰ সঞ্চয়ৰ স্তৰো বৃদ্ধি পাব৷ আপুনি প্ৰতিটো পদক্ষেপত গুৰুজনৰ সমৰ্থন পাব৷ এই সময়ত গৃহীত পৰিকল্পনাত জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে শনিৰ মাৰ্গী গতি ভাল হ’ব৷ এই ৰাশিতেই শনিৰ গোচৰ ঘটিছে৷ ফলত আৰ্থিক লাভৰ সুযোগ বাঢ়িব৷ সামাজিক মৰ্যাদা বৃদ্ধি পাব৷ আপোনাৰ ৰাশিচক্ৰত গোচৰৰ সময়ত শনিৰ গতি আপোনাৰ বাবে দুৰ্দান্ত সাফল্যৰ কাৰণ হ’ব৷ বিনিয়োগৰ ক্ষেত্ৰতো এই সময় অনুকূল থাকিব৷ একে সময়চে অবিবাহিতসকলে এই সময়ত বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ এই সময়ত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!
অসম

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

June 19, 2026
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!
জীৱনশৈলী

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

June 19, 2026
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
Next Post
কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

কলিযুগতো জীয়াই আছে বজৰংবলী, ক’ত বাস কৰে বজৰংবলীয়ে? জানক ৰহস্য

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ হৈছে নেকি ছাইবাৰ যুদ্ধ?

পৃথিৱীৰ আয়ুস কিমান? বাবা ভাংগাই কোৱাৰ দৰেই বিশ্বত আৰম্ভ হৈছে নেকি ছাইবাৰ যুদ্ধ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.