কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

২০২৬ চনৰ আৰম্ভণিতেই নক্ষত্ৰ সলনি কৰিব শনিয়ে, শনিৰ আশীৰ্বাদত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

২০২৬ চনৰ আৰম্ভণিতেই নক্ষত্ৰ সলনি কৰিব শনিয়ে, শনিৰ আশীৰ্বাদত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

আৰু মাত্ৰ দুটা দিন৷ তাৰপিছতেই আৰম্ভ হ’ব নতুন বছৰ৷ ২০২৬ চনত একাধিক ৰাশিয়ে গ্ৰহ, নক্ষত্ৰ সলনি কৰিব৷ ইয়াৰ মাজত আছে শনিদেৱো৷ আগন্তুক ২০ জানুৱাৰীত শনিয়ে ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ সকলোৱে জানে যে বৈদিক জ্যোতিষশাস্ত্ৰত শনিৰ গোচৰৰ বিশেষ মাহাত্ম্য আছে৷ আগন্তুক বছৰত এই গ্ৰহ নক্ষত্ৰৰ সলনিত শুভ প্ৰভাৱ পৰিব ৫ ৰাশিৰ ওপৰত৷ সাফল্যৰ চূড়াত উঠিব তেওঁলোক৷ উন্নতিও নিশ্চিত৷ তালিকাত কোন কোন আছে?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ বহুদিন ধৰি আপোনাৰ প্ৰাপ্ত্য যি অৰ্থ লাভ কৰা নাই, কোনো কাৰণত ধনপ্ৰাপ্তিত বাধা আহি আছে সেইসমূহ দূৰ হব৷ প্ৰাপ্য ধন উভতাই পাব৷ কামৰ স্থানত প্ৰশংসা আৰু দায়িত্ব দুটাই বাঢ়িব৷ যিসকল ব্যৱসায়ী তেওঁলোকে তেওঁলোকৰ ব্যৱসায় আৰু বঢ়াব পাৰিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকে শনিৰ স্থান পৰিবৰ্তনৰ ফলত বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে৷ আনকি কোনো কোনোৱে যদি উচ্চশিক্ষা লাভৰ কথা ভাৱিছে তেওঁলোকৰ মনৰ ইচ্ছাও পূৰ্ণ হব৷ ঘৰত সুখ, সমৃদ্ধি বৰ্তি থাকিব৷ পৈতৃক সম্পত্তিৰ পৰা লাভ পাব৷ পদোন্নতি বা দৰমহা বৃদ্ধি হব পাৰে৷

সিংহ ৰাশি

যিসকলে কোনো সৃজনশীল কামৰ সৈতে যুক্ত বা লেখামেলা, মিডিয়াৰ সৈতে যুক্ত তেওঁলোকৰ খ্যাতি বাঢ়িব৷ সমাজত প্ৰতিপত্তি, যশ বৃদ্ধি পাব৷ নতুন ঘৰ, বাহন কিনাৰ কথা ভাৱি থাকিলে এয়াই বিনিয়োগৰ বাবে আদৰ্শ সময়৷ পৰিয়ালত শান্তি বৰ্তি থাকিব৷

তুলা ৰাশি

নতুন প্ৰজেক্ট বা ডাঙৰ প্ৰজেক্ট হাতলৈ আহিব৷ সন্তানৰ তৰফৰ পৰা কোনো সুখবৰ পাব পাৰে৷ কোনো ডাঙৰ প্ৰদৰ্শনী কৰিব পাৰে৷ কামৰ বাবে বিদেশো যাব পাৰে৷ হঠাৎ ধনপ্ৰাপ্তিৰ যোগ আছে৷

ধনু ৰাশি

সুখ, সমৃদ্ধি যেনেকৈ বাঢ়িব তেনেকৈ বিলাসী জীৱনো কটাব৷ ২০ জানুৱাৰীৰ পৰা গাড়ী, বাহন ক্ৰয় কৰাৰ যোগ আছে৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ আৰ্থিক অৱস্থা বহুপৰিমাণে উন্নত হব৷ চাকৰি সলনিৰ কথা ভাৱিলে সেই ইচ্ছা পূৰ্ণ হব৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *