• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

1 year ago
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

6 hours ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

7 hours ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

9 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

10 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

11 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

12 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

13 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

1 day ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

editor by editor
November 9, 2024
in জীৱনশৈলী
0
একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ চনৰ আধা পাৰেই হ’ল৷ আৰু মাত্ৰ ২টা মাহ পাৰ হ’লেই আৰম্ভ হ’ব ২০২৫ চন৷ জ্যোতিষ গণনা অনুসৰি ২৫ চন কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ হ’ব৷ গ্ৰহৰ অৱস্থানৰ প্ৰেক্ষিতত আগন্তুক বছৰত কেইবাটাও ঘটনা ঘটিব? তাৰ মাজতেই উল্লেখযোগ্য হৈছে শনি আৰু ৰাহুৰ গোচৰ৷ সন্মুখৰ বছৰত ৰাশি পৰিবৰ্তন কৰিব শনি আৰু ৰাহুৱে৷

শনিৰ ৰাশি পৰিবৰ্তন

বৰ্তমান শনিয়ে অৱস্থান কৰিছে কুম্ভ ৰাশিত৷ ৩০ বছৰ পাছত নিজৰ স্ব ৰাশি কুম্ভলৈ আহিছে শনিয়ে৷ ২০২৩ চনৰ ১৭ জানুৱাৰীৰ পৰা শনিয়ে কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ ইয়াৰপাছতেই ২০২৫ চনৰ ২৯ মাৰ্চত নিজৰ স্থান পৰিবৰ্তন কৰি মীন ৰাশিত গোচৰ কৰিব শনিয়ে৷ তাতেই পৰবৰ্তী আঢ়ৈ বছৰ থাকিব সকলোতকৈ ধীৰে স্থান পৰিবৰ্তনকাৰী এই গ্ৰহ৷

ৰাহুৰ ৰাশি পৰিবৰ্তন

বৰ্তমান ৰাহু আছে মীন ৰাশিত৷ ২০২৫ চনৰ ১৮ মেত ৰাহুৱে বক্ৰী চলনেৰে মীন ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ শনিৰ ৰাশি কুম্ভত ৰাহুৰ প্ৰৱেশৰ ফলত তাৰ অশুভ প্ৰভাৱ পৰিব বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক সন্মুখৰ বছৰত শনি আৰু ৰাহুৰ গোচৰত সমস্যাত পৰিব কোন কোন ৰাশিৰ জাতক?

মকৰ ৰাশি

শনি আৰু ৰাহুৰ গোচৰৰ ফলত ২০২৫ চনত নানান সমস্যাই ঘেৰি ধৰিব মকৰ ৰাশিৰ জাতকক৷ সন্মুখৰ বছৰত আপোনাৰ মানসিক চাপ বাঢ়িব৷ আৰ্থিক পৰিস্থিতিও খুব এটা ভালে নাথাকিব৷ অতিৰিক্ত খৰচ বাঢ়ি যোৱাৰ বাবে সঞ্চয় ভাঙিব লগা হ’ব মকৰ ৰাশিৰ জাতকে৷ সৰু সৰু কামৰ বাবেও বহু বেছি পৰিশ্ৰম কৰিব লাগিব আপুনি৷ আগন্তুক বছৰত যি কামতেই হাত দিয়ে তাতেই বাধাৰ সন্মুখীন হ’ব মকৰ ৰাশিৰ জাতক৷

কুম্ভ ৰাশি

২৫ তন কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিব শনিয়ে৷ অন্যহাতে মীন ৰাশি ত্যাগ কৰি কুম্ভ ৰাশিত আহিব ৰাহু৷ শনি আৰু ৰাহুৰ অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱত নানান চেলেঞ্জ আহিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনলৈ৷ এই সময়ত নতুন কামত হাত নিদিয়াই ভাল৷ বহু বেছি পৰিশ্ৰম কৰিব লাগিব আপুনি৷ আৰ্থিকভাৱেই ক্ষতিৰ মুখত পৰিব কুম্ভ ৰাশিৰ জাতক৷

মীন ৰাশি

মীন ৰাশিতো গ্ৰহৰ অহা যোৱাই কুপ্ৰভাৱ পেলাব৷ ২৫ত মীন ৰাশি এৰিব ৰাহুৱে৷ আকৌ মীন ৰাশিতেই আহিব শনিও৷ ইয়াৰ ফলত নানান অভিজ্ঞতাৰ মাজেৰে পাৰ হ’ব মীন ৰাশিৰ জাতক৷ শনিৰ চাড়ে চাতিৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব মীন ৰাশিত জাতকৰ জীৱনত৷ অন্যহাতে ৰাহুৰ প্ৰভাৱত নানান চেলেঞ্জৰ মুখত পৰিব আপুনি৷ বুদ্ধি খটুৱাই কাম নকৰিলে আপুনি বিপদত পৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?
জীৱনশৈলী

January 30, 2026
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
Next Post
ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

JIO ই যি দিছে তাৰ ডাবল দিছে BSNLয়ে! জানক আপুনিও ল’ব পৰা BSNL এইকেইটা প্লেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন