• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

3 months ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

55 minutes ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

2 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

2 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

15 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

15 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

15 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

16 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

16 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

17 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

19 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

19 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

editor by editor
March 25, 2026
in জীৱনশৈলী
0
নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি শনি, ৰাহু আৰু কেতুক নিৰ্মম গ্ৰহ হিচাপে চোৱা হয়৷ এই তিনি গ্ৰহৰ অশুভ প্রভাৱে জাতকৰ জীৱন ছাৰখাৰ কৰি দিব পাৰে৷ ৰাহু আৰু কেতু হৈছে পাপী গ্ৰহ আৰু শনিক কোৱা হয় কৰ্মফলৰ দেৱতা৷ বৰ্তমান এই তিনি গ্ৰহই মিলি এক বিৰল মহাজাগতিক যোগ তৈয়াৰ কৰিছে৷ ৰাহুৱে এতিয়া অৱস্থান কৰিছে শতভিষা নক্ষত্ৰত৷ শনি আছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত আৰু ২৩ মাৰ্চৰ পৰা কেতুৱে গোচৰ কৰিছে মঘা নক্ষত্ৰত৷ উল্লেখযোগ্য বিষয় হৈছে শতভিষা নক্ষত্ৰৰ অধিপতি গ্ৰহ ৰাহু৷ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি গ্ৰহ শনি আৰু মঘা নক্ষত্ৰৰ অধিপতি গ্ৰহ হৈছে কেতু৷ অৰ্থাৎ শনি, ৰাহু আৰু কেতু এই তিনি গ্ৰহই নিজৰ নিজৰ নক্ষত্ৰত অৱস্থান কৰিছে৷ জ্যোতিষ অনুসৰি এই বিৰল যোগ ৫ ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক হ’ব৷ জানি থওক শনি, ৰাহু, কেতুৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

মেষ ৰাশি

এই সময়ত সকলো কামত উন্নতি কৰিব মেষ ৰাশিৰ জাতকে৷ ব্যৱসায়ত অভাৱনীয় সাফল্য পাব পাৰে৷ বিনিয়োগৰ সিদ্ধান্ত লাভজনক হ’ব৷ এই সময়ত আত্মবিশ্বাস তুংগত থাকিব মেষ ৰাশিৰ জাতকৰ৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ সাক্ষাৎ লাভজনক হব৷ সহজেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ বহু দিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব৷

কৰ্কট ৰাশি

আৰ্থিক সাফল্য পাব কৰ্কট ৰাশিৰ জাতকে৷ পেছাগত ভাৱেও উন্নতি কৰিব৷ এই সময়ত আপোনাৰ যোগাযোগ বাঢ়িব, যি কেৰিয়াৰৰ বাবে লাভজনক হব৷ সাংসৰিক জীৱনলৈ পজিটিভ পৰিবৰ্তন আহিব৷ সম্পত্তি কিনা বেচা আপোনাৰ বাবে লাভজনক হব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷

সিংহ ৰাশি

শনি, ৰাহু, কেতুৰ প্ৰভাৱত আৰ্থিক সুসময় আহিছে সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ পুৰণি বিনিয়োগৰ পৰা সাফল্য পাব পাৰে৷ অফিচত প্ৰমোছন আৰু ইনক্ৰিমেণ্ট পাব পাৰে৷ কোনো বিশেষ কামৰ দায়িত্ব আপোনাক দিয়া হব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ থাকিব৷ কঠিন কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব৷

ধনু ৰাশি

তিনি গ্ৰহৰ এই যোগাযোগ ধনু ৰাশিৰ ব্যৱসায়ীৰ বাবে অত্যন্ত লাভজনক হব৷ এই সময়ত আপুনি হঠাৎ প্ৰচুৰ অৰ্থলাভ কৰিব৷ সকলো কামত সাফল্য পাব ধনু ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷ মনত শান্তি থাকিব৷ সম্পৰ্কত মাধুৰ্য বৰ্তি থাকিব৷

মকৰ ৰাশি

বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰাৰ নতুন সুযোগ আপোনাৰ সন্মুখত আহিব৷ সম্পদ বাঢ়িব পাৰে খৰচ কমিব৷ এই সময়ত বেংক বেলেন্স বঢ়াবলৈ সুযোগ পাব৷ স্বাস্থ্য ভালে থাকিব৷ অসুখ বিসুখৰ পৰা ৰেহাই পাব৷ আঘাত আৰু দুৰ্ঘটনাৰ পৰা আপুনি সুৰক্ষিত থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 14, 2026
Next Post
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.