• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৯ মাৰ্চৰ পৰা মেষ ৰাশিত শনিৰ চাৰে সাতি দশা, কেনেকৈ বিপদমুক্ত হৈ চলিব মেষ ৰাশিৰ জাতক জাতিকা?

২৯ মাৰ্চৰ পৰা মেষ ৰাশিত শনিৰ চাৰে সাতি দশা, কেনেকৈ বিপদমুক্ত হৈ চলিব মেষ ৰাশিৰ জাতক জাতিকা?

1 year ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

13 minutes ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

18 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

18 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

19 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

20 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

20 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

21 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

21 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

22 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

22 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

23 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২৯ মাৰ্চৰ পৰা মেষ ৰাশিত শনিৰ চাৰে সাতি দশা, কেনেকৈ বিপদমুক্ত হৈ চলিব মেষ ৰাশিৰ জাতক জাতিকা?

২৯ মাৰ্চৰ পৰা মেষ ৰাশিত শনিৰ চাৰে সাতি দশা, কেনেকৈ বিপদমুক্ত হৈ চলিব মেষ ৰাশিৰ জাতক জাতিকা?

editor by editor
April 8, 2025
in বিবিধ, লেখা
0
২৯ মাৰ্চৰ পৰা মেষ ৰাশিত শনিৰ চাৰে সাতি দশা, কেনেকৈ বিপদমুক্ত হৈ চলিব মেষ ৰাশিৰ জাতক জাতিকা?
0
SHARES
776
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি কৰ্মফলৰ কাৰক গ্ৰহ শনিয়ে এটা এটা ৰাশিত প্ৰায় আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে৷ শনি যেতিয়া যি ৰাশিত থাকে সেই ৰাশি আৰু তাৰ আগৰ-পাছৰ ৰাশিত চলে শনিৰ চাৰে সাতি দশা৷ বৰ্তমান শনিয়ে অৱস্থান কৰি আছে মীন ৰাশিত৷ সেয়ে মেষত চলি আছে চাৰে সাতি দশা৷

চাৰে সাতিৰ প্ৰথম পৰ্যায়

২৯ মাৰ্চত মেষ ৰাশিৰ দ্বাদশ ঘৰত প্ৰৱেশ কৰিছে শনিয়ে৷ ফলত চাৰে সাতি দশাৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে এই ৰাশিত৷ এই সময়ত মেষ ৰাশিৰ জাতকে বিশেষকৈ যিসকলৰ জন্মছকত মেষ অশুভ স্থানত আছে তেওঁলোকে সকলো কামতেই বাধাৰ সন্মুখীন হব৷ ব্যৱসায়ত ক্ষতি হব আৰু চাকৰিতো নানান সমস্যাই দেখা দিব৷ শনিৰ প্ৰভাৱত এই সময়ত মেষৰ জাতকৰ স্বাস্থ্য ভালে নাথাকিব পাৰে৷ শত্ৰুসংখ্যা বাঢ়িব৷ কৰ্মক্ষেত্ৰত চক্ৰান্তৰ চিকাৰ হব পাৰে আৰু যিকোনো কামতেই ভাগ্যৰ সহায়তা আপুনি পাব পাৰে৷

শনিৰ বক্ৰীদশা

খুব এটা ভয় খোৱাৰ কাৰণ নাই মেষ ৰাশিৰ জাতকৰ৷ কাৰণ ১৩ জুলাই ২০২৫ৰ ২৮ নৱেম্বৰ ২০২৫ পৰ্যন্ত বক্ৰীদশাত থাকিব শনি৷ ইয়াৰ ফলত শনিৰ ক্ষমতা কমিব আৰু ৰৈ থকা কাম সহজে সম্পন্ন কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷ যিকোনো সিদ্ধান্ত ভালকৈ ভাৱিচিন্তি ললে ক্ষতিৰ পৰিমাণ বহুপৰিমানে কমিব পাৰে৷

চাৰে সাতিৰ পৰা মুক্তিৰ উপায়

শনিৰ চাৰে সাতি দশাৰ অশুভ প্ৰকোপ কমাবলৈ কি কৰিব মেষ ৰাশিৰ জাতকে?

১. ঘোঁৰাৰ নালৰ লোহাৰে তৈয়াৰ কৰা আঙঠি শনিবাৰে সোঁহাতৰ মধ্যমাত পৰিধান কৰক৷

২. শনিবাৰে অশ্বত্থ গছৰ গুৰিত পানী দিয়ক আৰু বিয়লি অশ্বত্থ গছৰ গুৰিত তিলৰ প্ৰদীপ জ্বলাওক৷

৩. ঘৰত শনি চাৰে সাতি মুক্তি যন্ত্ৰ স্থাপন কৰক৷

৪. প্ৰতিদিনে ওম ছাম শনিশ্চৰ নমহঃ মন্ত্ৰ জপ কৰক৷

৫. তিনিমুখি ৰুদ্ৰাক্ষ ধাৰণ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
Next Post
৯ এপ্ৰিল অত্যন্ত শুভ হ’ব এইকেইটা ৰাশিৰ, কাৰ কাৰ আছে ধনলাভৰ যোগ?

৯ এপ্ৰিল অত্যন্ত শুভ হ’ব এইকেইটা ৰাশিৰ, কাৰ কাৰ আছে ধনলাভৰ যোগ?

শুক্ৰাণুৰ গুণগত মান কমিছে? এই কৌশলেৰেই পিতৃ হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ

শুক্ৰাণুৰ গুণগত মান কমিছে? এই কৌশলেৰেই পিতৃ হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰে আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.