• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

3 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

4 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

5 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

6 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

7 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

8 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

8 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

9 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

9 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

10 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

10 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

editor by editor
January 6, 2026
in জীৱনশৈলী, বিবিধ, ৰাজনীতি
0
সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চন সূৰ্যৰ বছৰ আৰু এই নতুন বছৰত সূৰ্যৰ পুত্ৰ শনি উদয় হৈছে৷ শনিদেৱ ৭মাৰ্চত অস্ত যোৱাৰ পাছত ১০ এপ্ৰিলত উদয় হ’ব৷ আৰু সম্পূৰ্ণ বছৰজুৰি উদয় অৱস্থাতেই থাকিব৷ উদিত শনিয়ে ২০২৬ চনত তিনি ৰাশিৰ বাবে শুভ সময় কঢ়িয়াই আনিছে৷ জ্যোতিষমতে উদয়বান শনিদেৱে তিনি ৰাশিৰ কেৰিয়াৰ আৰু আৰ্থিক দিশত লাভ দিব পাৰে৷ জানি থওক এই ৩ৰাশি কি কি?

বৃষ ৰাশি

শনিদেৱে বৃষ ৰাশিৰ ১১তম ঘৰত উদিত হ’ব৷ যাৰ ফলত আয় বাঢ়িব৷ এই সময়ত জাতকে ধন উপাৰ্জন কৰিব পাৰে৷ পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব পাৰে৷ চাকৰিয়াল লোকৰ দৰমহা বাঢ়িব আৰু বোনাছো পাব পাৰে৷ সমাজত আপোনাৰ সন্মান বাঢ়িব আৰু আপুনি এনে মানুহৰ সংস্পৰ্শলৈ আহিব যিয়ে ভৱিষ্যতে আপোনাক আগুৱাই নিয়াত সহায় কৰিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ দশম ঘৰত শনিৰ উদয় হব৷ এই অৱস্থাত জাতকৰ কৰ্মক্ষেত্ৰ বা পেছাগত জীৱনত আগুৱাই যোৱাৰ সুযোগ পাব৷ চাকৰি আৰু ব্যৱসায়ত স্থিৰতা আহিব৷ বাণী আৰু বুদ্ধিৰ সঠিক ব্যৱহাৰ কৰক৷ আয় আৰু খৰচৰ মাজত ভাৰসাম্য বজায় ৰাখিব পাৰিব৷ বৰিষ্ঠ অধিকাৰিসকলৰ পৰা সহযোগিতা পাব৷ ভাগ্যৰ সংগ পাব এই সময়ত৷ ৰৈ থকা কাম দ্ৰুততৰভাৱে সম্পূৰ্ণ কৰিব পাৰিব৷ পদোন্নতি আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিত শনিৰ তৃতীয় ঘৰত উদিত হ’ব৷ সাহস, আত্মবল আৰু প্ৰয়াস বৃদ্ধি হব আৰু এই ৰাশিৰ জাতকৰ৷ আপোনাৰ চাকৰি আৰু ব্যৱসায় কৰিলে এই প্ৰচেষ্টাত সফল হব৷ আপোনাৰ প্ৰচেষ্টাৰ ইতিবাচক ফলাফল পাব৷ নতুন উদ্যোগ আৰম্ভ কৰাৰ বাবেও এই সময় ভাল সময় হিচাপে বিবেচিত হয়৷ নতুন চাকৰি, দোকান বা কাৰখানা আৰম্ভ কৰাৰ বাবে অনুকূল সময়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!
বাণিজ্য

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

April 3, 2026
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Next Post
মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ শুভ যোগ, সোণালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ

মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ শুভ যোগ, সোণালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ

ৰূপৰ দাম বাঢ়িল ৭ হাজাৰ টকা, দাম বাঢ়িছে সোণৰো, লেটেষ্ট ৰেট কিমান?

ৰূপৰ দাম বাঢ়িল ৭ হাজাৰ টকা, দাম বাঢ়িছে সোণৰো, লেটেষ্ট ৰেট কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.