• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ শুভ যোগ, সোণালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ

মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ শুভ যোগ, সোণালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ

7 months ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

6 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

8 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

8 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

8 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

8 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

9 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

9 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

10 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

11 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

12 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

12 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ শুভ যোগ, সোণালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ

মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ শুভ যোগ, সোণালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ

editor by editor
January 6, 2026
in জীৱনশৈলী
0
মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ শুভ যোগ, সোণালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্ম আৰু বৈদিক জ্যোতিষত মকৰ সংক্ৰান্তি অত্যন্ত গুৰুত্বপূৰ্ণ এক তিথি৷ এই দিনটোত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰে৷ এই বছৰ ১৪ জানুৱাৰীত পালিত হ’ব মকৰ সংক্ৰান্তি৷ ইয়াৰোপৰি সেই দিনটোত থাকিব অনুৰাধা নক্ষত্ৰৰ শুভ যোগ৷ মকৰ ৰাশিৰ দৰে অনুৰাধা নক্ষত্ৰৰো অধিপতি গ্ৰহ শনি৷ সেই কাৰণেই ২০২৬চনত মকৰ সংক্ৰান্তিৰ মাহাত্ম্য আৰু বৃদ্ধি পাইছে৷ জ্যোতিষ গণনা অনুসৰি এই শুভ প্ৰভাৱ লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক কোন কোন ৰাশিৰ জাতক এই তালিকাত আছে?

মেষ ৰাশি

মকৰ সংক্ৰান্তিৰ পৰা ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ মনত আনন্দ থাকিব৷ যিসকলে চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিছে তেওঁলোকে এই সময়ত সুখবৰ পাব পাৰে৷ ৰৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পিতৃ-মাতৃৰ স্বাস্থ্যক লৈ সতৰ্ক থাকক৷ আৰ্থিকভাৱেও এই সময়ত বৃহৎ উন্নতিয়ে অপেক্ষা কৰিছে মেষ ৰাশিৰ জাতকৰ বাবে৷

সিংহ ৰাশি

সূৰ্য মকৰ ৰাশিলৈ আহিলে সিংহ ৰাশিৰ জাতকৰ জীৱনত বৃহৎ পৰিবৰ্তন আহিব পাৰে৷ যি সাফল্য আপুনি লাভ কৰিব খুজিছে সেয়া এই সময়ত অৰ্জন কৰিব৷ আদালতত গোচৰ চলিলে ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ পুৰণি শত্ৰুৱে এই সময়ত আপোনাৰ ওচৰত পৰাস্ত হব৷ এই সময়ত কাকো ধন ধাৰলৈ নিদিব৷

কন্যা ৰাশি

মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত অভাৱনীয় সাফল্য পাব পাৰে কন্যা ৰাশিৰ জাতকে৷ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰিব৷ গৱেষণামূলক কামত সাফল্য লাভ কৰিব৷ সন্তানক লৈ কোনো ভয় আপোনাৰ মনত থাকিলে এই সময়ত দূৰ হব৷ প্ৰেমৰ সম্পৰ্ক ভালে থাকিব৷ কেৰিয়াৰ বৃহৎ উন্নতি কৰাৰ যোগ আছে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে মকৰ সংক্ৰান্তিৰ পৰা ভাল সময় আহিব৷ এই সময়ত আপোনাৰ সাহস আৰু আত্মবিশ্বাস বাঢ়িব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব বৃশ্চিক ৰাশিৰ জাতকৰ৷ বিদেশী কোম্পানীৰ সৈতে যুক্ত সকলে বৃহৎ সাফল্য লাভ কৰিব৷ কাম কৰাৰ সময়ত খং নিয়ন্ত্ৰণত ৰাখক৷ মাটি আৰু সম্পত্তিজনিত সমস্যাৰ সমাধান হব৷

মকৰ ৰাশি

সূৰ্যৰ গোচৰৰ প্রভাৱত মকৰ সংক্ৰান্তিৰ পৰা ভাগ্য খুলিব মকৰ ৰাশিৰ জাতকৰ৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ এই সময়ত প্ৰভাৱশালী কোনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে আপুনি৷ একাধিক কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব৷ দ্ৰুত উন্নতি কৰাৰ যোগ আছে মকৰ ৰাশিৰ জাতকৰ সন্মুখত৷ এই সময়ত আপোনাৰ উপাৰ্জন বহুপৰিমাণে বাঢ়িব৷ পৰিয়ালত কোনো শুভ অনুষ্ঠান আয়োজিত হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

August 11, 2026
Next Post
ৰূপৰ দাম বাঢ়িল ৭ হাজাৰ টকা, দাম বাঢ়িছে সোণৰো, লেটেষ্ট ৰেট কিমান?

ৰূপৰ দাম বাঢ়িল ৭ হাজাৰ টকা, দাম বাঢ়িছে সোণৰো, লেটেষ্ট ৰেট কিমান?

১০ বছৰৰ পাছত শুক্ৰৰ ৰাশিত প্ৰৱেশ কৰিব বুধে! জানুৱাৰীৰ পৰা ৩ৰাশিৰ সৌভাগ্য জিলিকি উঠিব

১০ বছৰৰ পাছত শুক্ৰৰ ৰাশিত প্ৰৱেশ কৰিব বুধে! জানুৱাৰীৰ পৰা ৩ৰাশিৰ সৌভাগ্য জিলিকি উঠিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.