অসম লাইভ ২৪ঃ ইণ্ডিয়ান পেনোৰমালৈ আইমী বৰুৱাৰ ডিমাছা ছবি ‘ছেমখৰ’৷ ২০ অক্টোবৰত গোৱাত অনুষ্ঠিত হ’ব এই ছবি মহোৎসৱ৷ ছেমখৰৰ উপৰি বিশাল পি চলিহাৰ বড়ো ছবি ‘ছিজৌ’, বিশ্বজিৎ বৰাৰ মিচিং ছবি ‘বোম্বা ৰাইড’ আৰু কিশোৰ কলিতাৰ অসমীয়া ভাষাৰ ছবি ‘বীৰাংগনা’ নিৰ্বাচিত হৈছে ইণ্ডিয়ান পেনোৰমালৈ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ