• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মনবোৰ বহল কৰক, লুঙী পিন্ধা মিঞা একোজনো স্বাভীমানী অসমীয়া’, বিধায়ক শ্বেৰমানে কি ক’লে লুঙী প্ৰসংগত?

‘মনবোৰ বহল কৰক, লুঙী পিন্ধা মিঞা একোজনো স্বাভীমানী অসমীয়া’, বিধায়ক শ্বেৰমানে কি ক’লে লুঙী প্ৰসংগত?

3 years ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

17 minutes ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

17 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

18 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

18 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

19 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

20 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

21 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

21 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

22 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

22 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

23 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মনবোৰ বহল কৰক, লুঙী পিন্ধা মিঞা একোজনো স্বাভীমানী অসমীয়া’, বিধায়ক শ্বেৰমানে কি ক’লে লুঙী প্ৰসংগত?

editor by editor
October 13, 2022
in অসম, ৰাজনীতি
0
‘মনবোৰ বহল কৰক, লুঙী পিন্ধা মিঞা একোজনো স্বাভীমানী অসমীয়া’, বিধায়ক শ্বেৰমানে কি ক’লে লুঙী প্ৰসংগত?
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘লুঙি পিন্ধিলে কি অমংগল হয়? লুঙী আৰামৰ বাবে পিন্ধা কাপোৰ। লুঙী পিন্ধিলেই তুচ্ছ তাচ্চিল্য কৰা বন্ধ হ’ব লাগে।’ অৱশেষত লুঙীক লৈ মুখ খুলিছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে।

শ্বেৰমান আলীয়ে তেওঁৰ মন্তব্যত কয়, ‘হয়, মই মিঞা আৰু অসমৰেই এজন স্বাভিমানী অসমীয়া। লণ্ডনত লুঙী পিন্ধি প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰিছিলো। লুঙী পিন্ধিলেই তুচ্ছ তাচ্চিল্য কৰা বন্ধ হ’ব লাগে।’

উল্লেখ্য যে বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে লণ্ডনত লুঙী পিন্ধি গান্ধীজিক শ্ৰদ্ধা জনোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ভাইৰেল ফটোখনক লৈ বহুতেই বিভিন্নধৰণে মন্তব্যও কৰিছিল। সকলো মন্তব্যৰ প্ৰত্ত্যুত্তৰত বিধায়কগৰাকীয়ে কয় যে, লণ্ডনত লুঙী পিন্ধি গান্ধীজীক শ্ৰদ্ধা জনোৱাটো কোনো অসন্মানৰ কথা নহয়। মিঞা জনগোষ্ঠীয়ে অসমীয়া সংস্কৃতি গ্ৰহণ কৰিছে, মিঞা অসমীয়াৰেই অবিচ্ছেদ্য অংগ। যদি কোনোবা বাংলাদেশী আছে তেন্তে পঠিয়াই দিব লাগে। আমাৰ মনবোৰ ইমান সংকীৰ্ণ কিয়? মনবোৰ অলপ বহল কৰিব লাগিব।

ইপিনে ভূপেন বৰাই বিজেপিৰ কাৰ্যালয়ক লৈ দিয়া মন্তব্যক লৈও মুক খুলিছে বিধায়কগৰাকীয়ে। ভূপেন বৰাই কংগ্ৰেছৰ চৰকাৰ আহিলেই বিজেপিৰ কাৰ্যালয় ভাঙিম বুলি কৰা মন্তব্যই ভূপেন বৰাকহে তৰল কৰিছে। এইদৰে মন্তব্য কৰাতকৈ কংগ্ৰেছেও ভাল কাৰ্যালয় বনাওক। যদি বিজেপিক হৰুৱাব লাগে তেন্তে সকলো বিৰোধী একগোট হ’ব লাগিব। ২০২৪-ত যদি কংগ্ৰেছ AIUDF-ৰ মিত্ৰতা নহয় তেন্তে অসমত কংগ্ৰেছ শূণ্য হ’ব বুলিও মন্তব্যত প্ৰকাশ কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

January 31, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
Next Post
‘পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক…

'পাৰফিউম বিক্ৰি কৰি টুইটাৰ ক্ৰয় কৰিম’, টেছলাৰ মালিক এলন মাস্কে বিক্ৰি কৰা পাৰফিউম কিনিব পাৰে আপুনিও, সবিশেষ জানিবলৈ ক্লিক কৰক...

কিমান বয়সত পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা সৰ্বাধিক হয়? কি কয় চিকিৎসকে, সবিশেষ জানিবলৈ ক্লিক কৰক…

কিমান বয়সত পুৰুষৰ সন্তান জন্ম দিব পৰা ক্ষমতা সৰ্বাধিক হয়? কি কয় চিকিৎসকে, সবিশেষ জানিবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.