• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেনাৰ প্ৰেছ কনফাৰেন্সত বেকগ্ৰাউণ্ডত কিয় বজোৱা হৈছে শিৱ তাণ্ডৱ? এই শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য কি? কিয় বজোৱা হয় এই স্তোত্ৰ?

সেনাৰ প্ৰেছ কনফাৰেন্সত বেকগ্ৰাউণ্ডত কিয় বজোৱা হৈছে শিৱ তাণ্ডৱ? এই শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য কি? কিয় বজোৱা হয় এই স্তোত্ৰ?

1 year ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

6 minutes ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

1 hour ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

2 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

4 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

4 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

5 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

14 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

14 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

15 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

15 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

17 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সেনাৰ প্ৰেছ কনফাৰেন্সত বেকগ্ৰাউণ্ডত কিয় বজোৱা হৈছে শিৱ তাণ্ডৱ? এই শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য কি? কিয় বজোৱা হয় এই স্তোত্ৰ?

সেনাৰ প্ৰেছ কনফাৰেন্সত বেকগ্ৰাউণ্ডত কিয় বজোৱা হৈছে শিৱ তাণ্ডৱ? এই শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য কি? কিয় বজোৱা হয় এই স্তোত্ৰ?

editor by editor
May 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সেনাৰ প্ৰেছ কনফাৰেন্সত বেকগ্ৰাউণ্ডত কিয় বজোৱা হৈছে শিৱ তাণ্ডৱ? এই শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য কি? কিয় বজোৱা হয় এই স্তোত্ৰ?
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে অপাৰেছন সিন্দূৰক লৈ সংবাদমেল সম্বোধন কৰিছে ভাৰতীয় সেনাৰ তিনি বাহিনীৰ শীৰ্ষকৰ্তাসকলে৷ DGMO লেফ্টেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইৰ বক্তব্য আৰম্ভৰ পূৰ্বে ১ মিনিট ৯ ছেকেণ্ডৰ এটা ভিডিঅ’ ক্লিপ দেখুওৱা হৈছে৷ এই ভিডিঅ’ৰ আৰম্ভণিতে মুম্বাই আক্ৰমণ, পাঠানকোট, পুলৱামাৰ দৰে এটাৰ পাছত আনটো সন্ত্ৰাসবাদী আক্ৰমণৰ ফুটেজ দেখুওৱা হয়৷ তাৰপাছতেই পৰ্দাত ভাহি উঠে ভাৰতীয় সেনাৰ প্ৰতাঘাতৰ ভিডিঅ’৷ এটাৰ পাছত আনটো সন্ত্ৰাসবাদী ঘাঁটি গুৰি কৰি দিয়াৰ নেপথ্যত বাজি থাকে শিৱ তাণ্ডৰ স্তোত্ৰ৷ জানক কি মাহাত্ম্য শিৱ তাণ্ডৱৰ, কোনে ৰচনা কৰিছে এই স্তোত্ৰ?

কোনে ৰচনা কৰিছে শিৱ তাণ্ডৰ স্তোত্ৰ?

মহাদেৱৰ উদ্দেশ্যে ৰচিত এই শিৱ তাণ্ডৱ স্তোত্ৰ৷ মূলত মহাদেৱৰ ৰুদ্ৰ ৰূপৰ আৰাধনা কৰা হয় এই স্তোত্ৰত৷ জানিলে অবাক হ’ব যে শিৱ তাণ্ডৱ স্তোত্ৰ ৰচনা কৰিছিল দশানন ৰাৱনে৷ ৰাৱণ আছিল মহাদেৱৰ পৰম ভক্ত৷ আৰাধ্য দেৱতাৰ প্ৰতি অৰ্ঘ্য নিবেদন কৰোতে এই স্তোত্ৰ তেওঁ ৰচনা কৰিছিল৷ শিৱ তাণ্ডৰ স্তোত্ৰৰ দুটা ভাগ আছে৷ প্ৰথম ভাগত মহাদেৱৰ তাণ্ডৱ নৃত্যৰ দৰে কেইবাটাও বৈশিষ্ট্যৰ উল্লেখ আছে৷ দ্বিতীয় ভাগত আছে মহাদেৱৰ প্ৰতি প্ৰাৰ্থনা৷

শিৱ তাণ্ডৱ স্তোত্ৰৰ মাহাত্ম্য

কোৱা হয় শিৱ তাণ্ডৱ স্তোত্ৰ জপ কৰিলে মন শান্ত হয়৷ এই স্তোত্ৰে মনঃসংযোগৰ ক্ষমতা বঢ়ায়৷ শিৱভক্তসকলৰ ওচৰত এই মন্ত্ৰ অত্যন্ত জনপ্ৰিয়৷ এই শক্তিশালী মন্ত্ৰই আত্মপোলব্ধিত সহায় কৰে৷ শিৱ তাণ্ডৱ স্তোত্ৰ জপ কৰাৰ কোনো নিৰ্দিষ্ট সময় নাই৷ চন্দ্ৰগ্ৰহণ, প্ৰদোষ ব্ৰত আৰু গধূলি এই স্তোত্ৰ জপ কৰাটো অত্যন্ত শুভ৷ দেশবাসীৰ সন্মুখত কোনো ধৰণৰ সংকট আহিলে আক্ৰমণকাৰীক গুৰি কৰি দিয়াৰ ক্ষমতা যে ভাৰতীয় সেনাৰ আছে সেয়া বুজাবলৈকে সেনাবাহিনীৰ বিশেষ ভিডিঅ’ৰ নেপথ্যত এই শিৱ তাণ্ডৱ স্তোত্ৰ বজোনা হয়৷

শিৱ তাণ্ডৱ স্তোত্ৰ জপৰ ফল

  1. প্ৰচলিত বিশ্বাস যে শিৱ তাণ্ডৱ স্তোত্ৰ জপ কৰিলে আমি মহাদেৱৰ উপস্থিতি অনুভৱ কৰিব পাৰো৷
  2. শিৱ তাণ্ডৱ স্তোত্ৰ জপ কৰিলে নিগেটিভ এনাৰ্জি দূৰ হয় আৰু পৰিবেশ বিশুদ্ধ হয়৷
  3. অসুখ-বিসুখ দূৰ কৰাৰো ক্ষমতা এই স্তোত্ৰৰ আছে বুলি কোৱা হয়৷
  4. জ্যোতিষ অনুসৰি কালসৰ্প দোষ দূৰ কৰিবলৈকো শিৱ তাণ্ডৱ স্তোত্ৰ বিশেষ কাৰ্যকৰী৷
  5. জ্ঞান বা অজ্ঞানে কোনো অন্যায় কৰিলে সেই কৰ্মফলৰ পৰা মুক্তি পাবলৈ শিৱ তাণ্ডৱ স্তোত্ৰ জপ কৰা জৰুৰী৷
  6. প্ৰচলিত বিশ্বাস যে শিৱ তাণ্ডৱ স্তোত্ৰ জপ কৰিলে অকাল মৃত্যুৰ ভয় দূৰ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
Next Post
কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

‘কৃতজ্ঞতা ভৰা হৃদয়েৰে মই বিদায় লৈছো…!’ কোহলীৰ বিদায়ক লৈ কিয় অনুষ্কাই লিখিলে, ‘মনত ৰাখিম তোমাৰ চকুপানী, যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা!’

‘কৃতজ্ঞতা ভৰা হৃদয়েৰে মই বিদায় লৈছো...!’ কোহলীৰ বিদায়ক লৈ কিয় অনুষ্কাই লিখিলে, ‘মনত ৰাখিম তোমাৰ চকুপানী, যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা!’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.