• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

3 years ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

36 minutes ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

1 hour ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

19 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

20 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

21 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

22 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

22 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

23 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

24 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

editor by editor
January 23, 2023
in অসম, জীৱনশৈলী, বিবিধ
0
জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধৰ্মগ্ৰন্থত উল্লেখ থকা অনুযায়ী শিৱক সন্তুষ্ট কৰাটো অতি সহজ৷ শাস্ত্ৰত উল্লেখ থকা অনুযায়ী এক লোটা পানীটো প্ৰসন্ন হয় ভগৱান শিৱ৷ সেয়ে শিৱক দয়ালু দেৱতা বুলি কোৱা হয়৷ যদি আপুনি জীৱনত খুবেই দুখী হৈ কটাইছে আহিবলগা সময়খিনিক লৈয়ো আপুনি চিন্তা কৰি পাৰ পোৱা নাই তেন্তে ভগৱান শিৱক প্ৰাৰ্থনা কৰাটো অতি জৰুৰী৷ শিৱ পুৰাণত উল্লেখ থকামতে মানুহে কৰা ৭ টা পাপে ভগৱান শিৱক ক্ৰোধিত কৰে৷ কেৱল সেয়াই নহয় এই ৭ পাপৰ শাস্তি ভগৱান শিৱই নিজেই দিয়ে৷ এই ৭ পাপ কি কি?

বিবাহ ভঙাৰ চেষ্টা কৰা
জ্যোতিষ শাস্ত্ৰ অনুসৰি ভগৱান শিৱই এই কাম মুঠেও পছন্দ নকৰে৷ যিসকলে সম্পৰ্কক লৈ চিৰিয়াছ নহয় তেনে লোকক লৈ সদায়ে অসন্তুষ্ট শিৱ৷ একাংশ ব্যক্তিয়ে বিবাহিত সম্পৰ্কত থকাৰ পাছতো আন নাৰীৰ সৈতে সম্পৰ্ক ৰাখে তেওঁলোকক মুঠেও সহ্য নকৰে ভগৱান শিৱই। এইসকলক পাপী বুলিয়েই শিৱ পুৰাণত উল্লেখ কৰা হৈছে।

টকা-পইছাত বেমেজালী কৰা লোক
শিৱ পুৰাণত উল্লেখ থকা অনুযায়ী যি সকল লোকে বেনামী উপায়েৰে ধন সংগ্ৰহ কৰে, অন্য ধন-সম্পত্তি লুটপাত কৰাৰ চেষ্টা কৰে তেওঁলোকক লৈয়ো শিৱ ক্ষোভিত হয়। এয়া ক্ষমাহীন অপৰাধ বুলি শাস্ত্ৰত উল্লেখ আছে।

অন্যক কষ্ট দিয়াটো পাপ
শিৱ পুৰাণত থকা অনুসৰি কোনো নিৰাপৰাধী লোকক কষ্ট দিয়া ব্যক্তিক কোনো কাৰণতে শিৱই সহ্য নকৰে। এনে ব্যক্তিক মাফো নকৰে শিৱই।

ভুল পথলৈ জানি বুজি যোৱা ব্যক্তি
জ্যোতিষ শাস্ত্ৰ অনুসৰি বহু লোকে কেতিয়াবা ভুল পথত ভৰি দিয়ে। এবাৰ দুবাৰ নহয় বাৰে বাৰে ভুল পথত ভৰি দিয়া ব্যক্তিক কোনো কাৰণতে সহায় নকৰে ভগৱান শিৱই।

অন্য ব্যক্তিক লৈ বেয়া মনোভাৱ ৰখাটোও পাপ
শিৱ পুৰাণত কোৱা অনুসৰি যদি আপুনি কোনো লোকৰ বেয়া নিবিচাৰে তেন্তে আপুনি শিৱৰ এজন প্ৰিয় ভক্ত। যিসকল ব্যক্তিয়ে প্ৰায়সময়তে অন্যৰ বেয়াটো চিন্তা কৰে তেনে লোকক শিৱই কোনো কাৰণতে ক্ষমা নকৰে।

গৰ্ভৱতী মহিলাক বেয়া ব্যৱহাৰ কৰা
জ্যোতিষ শাস্ত্ৰত উল্লেখ থকা অনুযায়ী বহুতেই গৰ্ভৱতী মহিলাক কটু কথা কয় এয়া অপৰাধ। শিৱপুৰাণ মতে এয়া পাপ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

April 30, 2026
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

April 30, 2026
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

April 30, 2026
Next Post
বিয়াখন হ’লগৈ! চাওক আথিয়া ছেট্টী আৰু কেএল ৰাহুলৰ বিশেষ কেইখনমান ফটো…

বিয়াখন হ’লগৈ! চাওক আথিয়া ছেট্টী আৰু কেএল ৰাহুলৰ বিশেষ কেইখনমান ফটো...

আঙুৰলতা ডেকাই দিলে উত্তৰ, পাঠান চাবও পাৰে আঙুৰলতাই…

আঙুৰলতা ডেকাই দিলে উত্তৰ, পাঠান চাবও পাৰে আঙুৰলতাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.