• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭ বছৰতে ২ সন্তানৰ মাতৃ, অভিনয়ৰ ওৰেটো জীৱন ওৰণিৰ তলতে কটোৱা এগৰাকী অভিনেত্ৰী, স্বামীতকৈয়ো লাভ কৰিছিল অধিক পাৰিশ্ৰমিক

১৭ বছৰতে ২ সন্তানৰ মাতৃ, অভিনয়ৰ ওৰেটো জীৱন ওৰণিৰ তলতে কটোৱা এগৰাকী অভিনেত্ৰী, স্বামীতকৈয়ো লাভ কৰিছিল অধিক পাৰিশ্ৰমিক

1 year ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

17 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

18 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

19 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

21 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

22 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

22 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

23 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১৭ বছৰতে ২ সন্তানৰ মাতৃ, অভিনয়ৰ ওৰেটো জীৱন ওৰণিৰ তলতে কটোৱা এগৰাকী অভিনেত্ৰী, স্বামীতকৈয়ো লাভ কৰিছিল অধিক পাৰিশ্ৰমিক

editor by editor
October 14, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১৭ বছৰতে ২ সন্তানৰ মাতৃ, অভিনয়ৰ ওৰেটো জীৱন ওৰণিৰ তলতে কটোৱা এগৰাকী অভিনেত্ৰী, স্বামীতকৈয়ো লাভ কৰিছিল অধিক পাৰিশ্ৰমিক
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৭ বছৰতে ২ সন্তানৰ মাতৃ, অভিনয়ৰ ওৰেটো জীৱন ওৰণিৰ তলতে কটোৱা এগৰাকী অভিনেত্ৰী, স্বামীতকৈয়ো লাভ কৰিছিল অধিক পাৰিশ্ৰমিক

বলীউডৰ অন্যতম জনপ্ৰিয় ছবি ‘শ্বোলে’ৰ প্ৰতিটো চৰিত্ৰই নিজৰ প্ৰকৃত নামৰ পৰিৱৰ্তে পৰ্দাত থকা নামেৰে অধিক বিখ্যাত হৈ পৰিছিল। ইয়াৰে এটা চৰিত্ৰ হৈছে অভিনেত্ৰী লীলা মিশ্ৰ, যিয়ে ছবিখনত বসন্তীৰ মাহী তথা মৌশী চৰিত্ৰত অভিনয় কৰিছিল। ১৯০৮ চনৰ ১ জানুৱাৰীত আগ্ৰাত জন্মগ্ৰহণ কৰা লীলা মিশ্ৰই ৪ দশক ধৰি দীঘলীয়া কেৰিয়াৰত বহু ছবিত কাম কৰিছিল। অৱশ্যে শ্বোলেত মৌশী ভূমিকাত যি স্বীকৃতি পাইছিল সেয়া আন কোনো ভূমিকাৰ পৰা নাছিল।

কেৰিয়াৰত ২০০ৰো অধিক ছবিত কাম কৰা লীলা মিশ্ৰই ৪০ৰ দশকৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৪১ চনত মুক্তি পোৱা তেওঁৰ প্ৰথম ছবি চিত্ৰলেখা। লীলা মিশ্ৰক বিচাৰি উলিয়াইছিল দাদাচাহেব ফাল্কেৰ লগত জড়িত মামা শিণ্ডে নামৰ এজন ব্যক্তিয়ে।

লীলা মিশ্ৰৰ মাত্ৰ ১২ বছৰ বয়সতে ৰাম প্ৰসাদ মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৭ বছৰ বয়সলৈকে দুগৰাকী কন্যা সন্তানৰ মাতৃ হৈ পৰিছিল লীলা। ঘৰৰে কাম কৰিম বুলি ভাবিছিল যদিও স্বামী অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল আৰু বহু নাটকত কাম কৰিছিল, যাৰ বাবে পত্নীকো লৈ যায় সেই অভিনয় জগতলৈ।

সেই সময়ত লীলা মিশ্ৰৰ স্বামী ৰাম প্ৰসাদ চিনেমাত অভিনয়ৰ কৰাৰ ইচ্ছাৰে বানাৰসৰ পৰা মুম্বাইলৈ আহিছিল। লীলাও আহে লগতে। যিহেতু সেই সময়ছোৱাত মহিলা শিল্পীৰ অভাৱ আছিল আৰু সেয়েহে মহিলাসকলক পুৰুষৰ তুলনাত অধিক ধনৰ প্ৰস্তাৱ দিয়া হৈছিল।

এনে পৰিস্থিতিত লীলাৰ স্বামীয়ে মাহে ১৫০ টকা পোৱাৰ বিপৰীতে লীলা মিশ্ৰক ‘সতী সুলোচনা’ ছবিৰ বাবে মাহে ৫০০ টকাৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু সেই সময়ত মহিলাসকলে অভিনয়ৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰাটো ভাল বুলি বিবেচিত হোৱা নাছিল।

অৱশ্যে লীলাই যেতিয়া চলচ্চিত্ৰ জগতত কাম কৰাৰ ধৰণ দেখিলে, তেতিয়া তেওঁ আচৰিত হ’ল। তেওঁ দেখিলে যে কেনেকৈ মহিলাসকলে নিজৰ শৰীৰটো আন পুৰুষৰ দ্বাৰা স্পৰ্শ কৰি আছে। এনে পৰিস্থিতিত লীলাৰ বাবে কোনো অচিনাকি মানুহৰ লগত বাহু হাত ধৰি ৰোমাঞ্চৰ দৃশ্য শ্বুটিং কৰাটো সম্ভৱ নহ’ল আৰু তেঁও সেই প্ৰস্তাৱ নাকচ কৰে।

একেদৰে লীলাই ‘হোনহাৰ’ ছবিৰ অভিনেতাজনক সাৱটি ধৰাৰ দৃশ্যটো কৰিব লগা হৈছিল যদিও সেই কামটো কৰিবলৈ অস্বীকাৰ কৰিছিল। যিহেতু সেই যুগত মহিলা অভিনেতা বিচাৰি পোৱাটো কঠিন আছিল, সেয়েহে তেওঁক অভিনেতাগৰাকীৰ মাতৃৰ চৰিত্ৰ দিয়া হৈছিল। ইয়াৰ পিছত লীলা এই ভূমিকা পালন কৰিবলৈ সাজু হৈছিল।

লীলা মিশ্ৰই কেৰিয়াৰত কৰা কেইখনমান ছবি- আনমোল গাদী, ৰামবন, শ্বীশমহল, আৱৰা, ডাগ, আন্ধিয়ান, ছিকস্ত, প্যাছা, লাজৱন্তী, কলেজ গাৰ্ল, শ্বোলে, নেত্ৰী, দস্তী, পহেলী, চাচমে বদ্দুৰ, অমৰ প্ৰেম, পৰিচয়, সৌদাগৰ, মা কা আঞ্চল , জয় সন্তোষী মা, বৈৰাগ আৰু প্ৰেম ৰোগৰ আদি।

১৯৮৮ চনৰ ১৭ জানুৱাৰীত ৮০ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় লীলা মিশ্ৰৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actressBollywoodIndian ActressLeela mishra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
Next Post
পেট্ৰ’লৰ পাছত এইবাৰ ঔষধ, ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব ১১ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম

পেট্ৰ'লৰ পাছত এইবাৰ ঔষধ, ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব ১১ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম

আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.