• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

1 year ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

18 hours ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

19 hours ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

20 hours ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

20 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

22 hours ago
২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

22 hours ago
দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

23 hours ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

2 days ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

2 days ago
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

2 days ago
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

2 days ago
Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 8, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

editor by editor
October 15, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !
0
SHARES
712
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

২০২৪ ৰ মহিলা বিশ্বকাপৰ খেল বৰ্তমানে ডুবাইত চলি আছে। মুঠ ১০ দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা খনৰ পৰা বাহিৰ ৫ টা দল। এই ৫ টা দলৰ ভিতৰত আছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰো নাম। পাকিস্তানৰ পৰাজয়ৰ লগে লগে আকৌ এবাৰ সপোন ভাঙি যায় ভাৰতীয় দলটোৰ।

পাকিস্তানৰ খেলখনৰ ওপৰতে শেষ ভৰসা আছিল ভাৰতীয় দলটোৰ, পাছে পাকিস্তানৰ পৰাজয়ৰ লগে লগে ভাৰতীয় দলটোৰ আশা-সপোন সকলো চুৰমাৰ হৈ পৰে। গ্ৰপ পৰ্যায়ৰে পৰাই বাহিৰ হয় দলটো। পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ড দল জয়ী হোৱাত ভাৰত পিছ পৰি যায়। পূৰ্বে ভাৰত-নিউজিলেণ্ডে সমান সমান পইণ্টত আছিল।

২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপত ১০ টা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছিল। গ্ৰুপ এত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাৰ দল। আনহাতে গ্ৰুপ বিত ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু স্কটলেণ্ড। ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব ছেমি ফাইনেল মেচ।

এই পৰ্যন্ত ২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপৰ পৰা ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু স্কটলেণ্ডৰ দল বাহিৰ হৈছে। এই প্ৰতিযোগিতাত এছিয়াৰ চাৰিখন দেশ আছিল আৰু এতিয়া আটাইকেইখনেই ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ। ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল। অহা ২০ অক্টোবৰত ডুবাইত অনুষ্ঠিত হ’ব ফাইনেল।

ইতিমধ্যে দুয়োটা গ্ৰুপৰ পৰা দুটাকৈ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। গ্ৰুপ এৰ পৰা অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ বিৰ কথা ক’বলৈ গ’লে ইয়াত ছেমি ফাইনেলৰ দৌৰ অতি ৰোমাঞ্চকৰ। এতিয়ালৈকে এই গ্ৰুপৰ কোনো দলেই ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিব পৰা নাই। ইংলেণ্ড দলটোৱে তিনিখন খেল খেলি আটাইকেইখন খেলতে জয়লাভ কৰিছে। আনহাতে দক্ষিণ আফ্ৰিকাই চাৰিখন মেচ খেলিছে, ইয়াৰে তিনিখন খেলত জয়লাভ কৰিছে। তিনি নম্বৰ স্থানত থকা ৱেষ্ট ইণ্ডিজে তিনিখন মেচ খেলি দুখন মেচত জয়লাভ কৰিছে। এতিয়া ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলখনেই ছেমি ফাইনেলৰ শেষৰ দুটা দলৰ সিদ্ধান্ত ল’ব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketGroup LevelIndian Cricket Teamindian teamSemi FinalWomen World Cupworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই
জীৱনশৈলী

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

November 7, 2025
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?
জীৱনশৈলী

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

November 7, 2025
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে
জীৱনশৈলী

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

November 7, 2025
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি
জীৱনশৈলী

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

November 7, 2025
Next Post
উপ নিৰ্বাচনৰ দিন ঘোষণা, অসমৰ মুঠ ৫ টা সমষ্টিত হব নিৰ্বাচন, জানক তাৰিখ

উপ নিৰ্বাচনৰ দিন ঘোষণা, অসমৰ মুঠ ৫ টা সমষ্টিত হব নিৰ্বাচন, জানক তাৰিখ

কাইলৈ লক্ষ্মী পূজা, মা লক্ষীৰ প্ৰিয় ৰাশিৰ লাভেই লাভ, কোনো দিনে নহয় ধনৰ অভাৱ

কাইলৈ লক্ষ্মী পূজা, মা লক্ষীৰ প্ৰিয় ৰাশিৰ লাভেই লাভ, কোনো দিনে নহয় ধনৰ অভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.