• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অযোধ্যাত তৈয়াৰ হ’ব শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়! মন্দিৰ উদ্বোধনৰ পূৰ্বে বৃহৎ ঘোষণা যোগী চৰকাৰৰ

অযোধ্যাত তৈয়াৰ হ’ব শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়! মন্দিৰ উদ্বোধনৰ পূৰ্বে বৃহৎ ঘোষণা যোগী চৰকাৰৰ

2 years ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

8 minutes ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

55 minutes ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

1 hour ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

2 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

2 hours ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

16 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

17 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

17 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

18 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

19 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

19 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অযোধ্যাত তৈয়াৰ হ’ব শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়! মন্দিৰ উদ্বোধনৰ পূৰ্বে বৃহৎ ঘোষণা যোগী চৰকাৰৰ

editor by editor
January 17, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
অযোধ্যাত তৈয়াৰ হ’ব শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়! মন্দিৰ উদ্বোধনৰ পূৰ্বে বৃহৎ ঘোষণা যোগী চৰকাৰৰ
0
SHARES
368
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম মন্দিৰৰ পাছত এইবাৰ অযোধ্যাত গঢ়ি উঠিব শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়। ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে সৰযূ নদীৰ পাৰত ৰৈ এই আশ্বাস দিছে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী দীনেশ শৰ্মা। কেৱল সেয়াই নহয়, সেই বিশ্ববিদ্যালয়ত ৰামায়ণ আৰু শ্ৰীৰাম সাহিত্যক লৈ গৱেষণা কেন্দ্ৰ খোলাৰ কথাও ঘোষণা কৰিছে উপমুখ্যমন্ত্ৰী দীনেশ শৰ্মাই।

মঙলবাৰে ৰাম জন্মভূমিত ভৰি থৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ডেপুটিয়েও। তেওঁ এই সন্দৰ্ভত কয়, ‘ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো, অযোধ্যাত যেন শ্ৰীৰাম আন্তৰ্জাতিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা হয়।’ ইয়াৰোপৰি বেচৰকাৰী সংস্থাৰ সৈতে বিজেপি শাসিত উত্তৰ প্ৰদেশ চৰকাৰে আলাপ আলোচনা কৰিছে। বেচৰকাৰী সংস্থাই শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক বুলিও জনাইছে উত্তৰ প্ৰদেশ চৰকাৰে। শ্ৰী ৰাম বিশ্ববিদ্যালয়ৰ পৰিকল্পনা চূড়ান্ত ৰূপ দিবলৈ অযোধ্যাত মাটিৰ অভাৱ নহয় বুলিও জনাইছে ইউ পি চৰকাৰে।

বিশ্ববিদ্যালয় নিৰ্মাণৰ ওপৰিও ৰামায়ণ আৰু ৰাম সাহিত্যক লৈ গৱেষণা কৰাৰ প্ৰয়োজনীয়তা আছে। এই সন্দৰ্ভত তেওঁ কয়, ‘এইদেশত ৰামায়ণ একাধিক ভাষাত লিখা হৈছে। সেই সাহিত্যৰ গুণ যেনেদৰে পৃথক তেনেকৈ আধ্যাত্মিক মাহাত্ম্যও আছে। তুলসীদাসৰ ৰচিত ৰামচৰিতমানসৰ দৰে প্ৰাচীন সাহিত্য সংৰক্ষণ কৰা খুবেই দৰকাৰ। গৱেষণা সংস্থাই সেই কাম কৰিব।’ আৰু মাত্ৰ ৫ দিন পাছত অযোধ্যাৰ নৱ নিৰ্মিত ৰাম মন্দিৰৰ উদ্বোধন হ’ব। সেই মেগা উদ্বোধন উপলক্ষ্যে ৰাম জন্মভূমিত এতিয়া উৎসৱসদৃশ পৰিবেশ।

উল্লেখ্য উত্তৰপ্ৰদেশ শিক্ষাৰ ক্ষেত্ৰত পূৰ্বতকৈ আগুৱাই যোৱা বুলি দাবী কৰিছে উপ মুখ্যমন্ত্ৰী দীনেশ শৰ্মাই। তেওঁ কয় যে, উত্তৰ প্ৰদেশত মাত্ৰ ৪ বছৰৰ ভিতৰত হাইস্কুল ২৪৭খন নিৰ্মাণ হৈ উঠিছে। ইয়াৰোপৰি ৭৯টা চৰকাৰী কলেজ আৰু মেডিকেল কলেজৰ সংখ্যা ১২ৰ পৰা বৃদ্ধি হৈ ৩০ হৈছেগৈ। আমেঠি আৰু গোৰখপুৰত AIIMS-ৰ কেম্পাছ তৈয়াৰ হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত উত্তৰ প্ৰদেশ ক্ৰমাগত উন্নয়ণৰ ৰাস্তাত দুৰন্ত গতিত দৌৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰোপৰি ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাবাসীক নতুন ৰে’ল ষ্টেচন আৰু আন্তৰ্জাতিক বিমানবন্দৰ উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তাতেই এইবাৰ শ্ৰীৰাম বিশ্ববিদ্যালয় গঢ়ি উঠিব বুলিও ঘোষণা কৰিছে আদিত্যনাথ চৰকাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24AyudhaBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
জীৱনশৈলী

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

May 14, 2026
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?
জীৱনশৈলী

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

May 14, 2026
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?
জীৱনশৈলী

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

May 14, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
Next Post
‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে, লাজুকী কুঁৱৰী মৰহি যায়…’ শিল্পী দিৱসত ৰূপকোঁৱৰক সোঁৱৰণ

'ৰূপহ কোঁৱৰৰ চুমা পৰশতে, লাজুকী কুঁৱৰী মৰহি যায়...’ শিল্পী দিৱসত ৰূপকোঁৱৰক সোঁৱৰণ

প্ৰেমতেই ঘূৰে ভু-মণ্ডল! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক

প্ৰেমতেই ঘূৰে ভু-মণ্ডল! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.