• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডকিং প্ৰক্ৰিয়া শেষ! ২৮ ঘণ্টাৰ পাছত গন্তব্যস্থানত উপস্থিত শুভাংশুসহ চাৰি নভোশ্চৰ, মহাকাশ ষ্টেচনত প্ৰথমবাৰ ভৰি থলে এগৰাকী ভাৰতীয়ই

ডকিং প্ৰক্ৰিয়া শেষ! ২৮ ঘণ্টাৰ পাছত গন্তব্যস্থানত উপস্থিত শুভাংশুসহ চাৰি নভোশ্চৰ, মহাকাশ ষ্টেচনত প্ৰথমবাৰ ভৰি থলে এগৰাকী ভাৰতীয়ই

1 year ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

46 minutes ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

2 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

3 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

5 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

5 hours ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

6 hours ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

6 hours ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

7 hours ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

7 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

7 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

9 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডকিং প্ৰক্ৰিয়া শেষ! ২৮ ঘণ্টাৰ পাছত গন্তব্যস্থানত উপস্থিত শুভাংশুসহ চাৰি নভোশ্চৰ, মহাকাশ ষ্টেচনত প্ৰথমবাৰ ভৰি থলে এগৰাকী ভাৰতীয়ই

ডকিং প্ৰক্ৰিয়া শেষ! ২৮ ঘণ্টাৰ পাছত গন্তব্যস্থানত উপস্থিত শুভাংশুসহ চাৰি নভোশ্চৰ, মহাকাশ ষ্টেচনত প্ৰথমবাৰ ভৰি থলে এগৰাকী ভাৰতীয়ই

editor by editor
June 26, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, ভাৰত
0
ডকিং প্ৰক্ৰিয়া শেষ! ২৮ ঘণ্টাৰ পাছত গন্তব্যস্থানত উপস্থিত শুভাংশুসহ চাৰি নভোশ্চৰ, মহাকাশ ষ্টেচনত প্ৰথমবাৰ ভৰি থলে এগৰাকী ভাৰতীয়ই
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় সময় অনুসৰি বুধবাৰে বিয়লি ১২ বাজি ১ মিনিটত আমেৰিকাৰ ফ্লৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটত উঠি মহাকাশৰ উদ্দেশ্যে যাত্ৰা কৰিছিল শুভাংশু শুক্লসহ চাৰি নভোশ্চৰ৷ যাত্ৰা আৰম্ভ হোৱাৰ ২৮ ঘণ্টা সম্পূৰ্ণ হৈছে৷ দীৰ্ঘ এই যাত্ৰাৰ শেষত আজি বিয়লি ৪ বজাত আন্তৰ্জাতিক মহাকাশ ষ্টেচনত উপস্থিত হৈছে শুভাংশুসহ ৪ নভোশ্চৰ৷

বৃহস্পতিবাৰে দুপৰীয়া শুভাংশুহঁতে যাত্ৰা কৰা ড্ৰেগন কে আই এছ এছৰ সৈতে ডকিং কৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ দুপৰীয়া ৩ বজাৰ পৰা আই এছ এছৰ পৰা স্পেছ এক্সৰ সেই মহাকাশযান স্পষ্টকৈ দেখা গৈছিল বুলি জনাইছিল মহাকাশ ষ্টেচনে৷ সমগ্ৰ যাত্ৰাত ড্ৰেগনে কোনো খেলিমেলি কৰা নাই৷ থ্ৰাষ্টাৰেও ঠিকেঠাকে কাম কৰিছে৷ নিৰ্ধাৰিত সময় মতে বৃহস্পতিবাৰে বিয়লি ৪ বজাত আই এছ এছৰ হাৰমনি পৰ্টত ড্ৰেগনৰ ডকিং প্ৰক্ৰিয়া সম্পন্ন হৈছে৷

মহাকাশযানখনত ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু আছে৷ তেওঁৰ সৈতে আছে নাছাৰ প্ৰাক্তন নভোশ্চৰ তথা এক্সিয়ম স্পেছৰ মানৱ মহাকাশযানৰ ডাইৰেক্টৰ পেগি হুইটছন৷ ডকিঙৰ প্ৰক্ৰিয়াৰ দিশটোক নজৰত ৰাখিছে তেওঁলোকে৷ সেই মুহূৰ্তৰ সম্প্ৰচাৰো কৰিছে এক্সিয়ম স্পেছে৷ পৃথিৱীৰ পৰা সমগ্ৰ প্ৰক্ৰিয়াটো দেখা যাব৷ শুভাংশুহঁতৰ অভিযানৰ নাম এক্সিয়ম-৪৷ এই অভিযানৰ নেতৃত্বত আছে হুইটছন৷ ইয়াৰোপৰি আছে পোলেণ্ডৰ শ্লায়োছ উজনানস্কি-উইছনিউস্কি আৰু হাঙ্গেৰিৰ টিবৰ কাপু৷ ১৪ দিনৰ এই অভিযানৰ সমগ্ৰ সময় আন্তৰ্জাতিক মহাকাশ ষ্টেচনেই থাকিব ৪ নভোশ্চৰ৷ তাতেই অন্তত ৬০ টা পৰীক্ষানিৰীক্ষা চলাব তেওঁলোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম
বাণিজ্য

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

September 26, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

September 26, 2026
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?
জীৱনশৈলী

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

September 26, 2026
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা
জীৱনশৈলী

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

September 26, 2026
Next Post
বিবাহৰ ৩ বছৰৰ পাছত সুখবৰ দিছে অংকিতা লোখাণ্ডেই! অভিনেত্ৰীৰ কোলালৈ আহি আছে নেকি সন্তান?

বিবাহৰ ৩ বছৰৰ পাছত সুখবৰ দিছে অংকিতা লোখাণ্ডেই! অভিনেত্ৰীৰ কোলালৈ আহি আছে নেকি সন্তান?

আজিৰ পৰা আৰম্ভ আহাৰ গুপ্ত নৱৰাত্ৰি, দেৱীৰ আশীৰ্বাদত অক্টোবৰ পৰ্যন্ত সৌভাগ্যৰ শীৰ্ষত এই ৫ৰাশি

আজিৰ পৰা আৰম্ভ আহাৰ গুপ্ত নৱৰাত্ৰি, দেৱীৰ আশীৰ্বাদত অক্টোবৰ পৰ্যন্ত সৌভাগ্যৰ শীৰ্ষত এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.