• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 hour ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

9 minutes ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

37 minutes ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

23 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

24 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

editor by editor
February 22, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
0
SHARES
840
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰৰ হিচাপে কৈছে যে ২৩ ফেব্ৰুৱাৰী ২০২৬ অৰ্থাৎ কাইলৈ পুৱা ৭.২৭ মিনিটত সাহস আৰু বীৰত্বৰ প্ৰতীক গ্ৰহ মঙ্গলে কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ তাতেই আকৌ ইতিমধ্যে গোচৰ কৰিছে প্ৰেম আৰু বিলাসিতাৰ গ্ৰহ শুক্ৰই৷ মঙ্গল আৰু শুক্ৰৰ সংযোগত তৈয়াৰ হব ধনশক্তি ৰাজযোগ৷ যি চাৰিটা ৰাশিৰ জাতকৰ বাবে কিন্তু বেছ শুভ হব৷ সম্পদ আৰু সমৃদ্ধিও বাঢ়িব৷ কিন্তু কোন ৪ৰাশিৰ ভাগ্য সলনি হ’ব?

বৃষ ৰাশি

ধনশক্তি ৰাজযোগে বৃষ ৰাশিৰ জাতকৰ বাবে শুভ সময় কঢ়িয়াই আনিব পাৰে৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ ৰৈ থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰিব৷ কৰ্মজীৱনত ডাঙৰ পৰিবৰ্তনৰ সম্ভাৱনা আছে৷ যিসকলে চাকৰি কৰে তেওঁলোকে নতুন দায়িত্ব ল’ব পাৰে৷ ব্যৱসায় থাকিলেও উল্লেখযোগ্য বিনিয়োগ কৰিবলৈ সক্ষম হব৷ বৃহৎ প্ৰকল্পত কামৰ সুযোগ পাব পাৰে৷

বৃশ্চিক ৰাশি

ধনশক্তি ৰাজযোগে বৃশ্চিক ৰাশিৰ জাতকৰ বাবেও ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে৷ নতুন সম্পত্তি ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ কেৰিয়াৰত উল্লেখযোগ্য সাফল্য লাভৰ সম্ভাৱনা আছে৷ জাতকৰ আত্মবিশ্বাস বাঢ়িব৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ সক্ষম হব৷ উচ্চপদস্থ কোনো ব্যক্তিৰ পৰা পূৰ্ণ সমৰ্থন পাব পাৰে৷ নিজৰ কথাবাৰ্তা আৰু মধুৰ হব পাৰে৷ ব্যৱসায়ত কোনো অংশীদাৰ থাকিলে পাৰস্পৰিক বুজাপৰা বঢ়োৱাৰ দিশত মন দিয়ক৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে ধনশক্তি ৰাজযোগ অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আয়ৰ নতুন পথ খুলি যাব৷ বেংক বেলেন্স বৃদ্ধি পাব পাৰে৷ জাতকে কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷ সমাজত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷ কোনো ডাঙৰ ব্যৱসায়িক চুক্তি চূড়ান্ত কৰিব পাৰে৷ পৈতৃক সম্পত্তিক লৈ থকা বিৰোধৰ অৱসান হব পাৰে৷

কুম্ভ ৰাশি

ধনশক্তি ৰাজযোগৰ গঠনে কুম্ভ ৰাশিৰ জাতকৰ বাবে সময় কঢ়িয়াই আনিব পাৰে৷ সমাজত সন্মান বৃদ্ধি পাব পাৰে৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক আৰু গভীৰ হব৷ ভালপোৱা বাঢ়িব৷ উল্লেখযোগ্য আৰ্থিক লাভ সম্ভৱ হব পাৰে৷ নতুনকৈ কিবা কাম আৰম্ভ কৰাৰ বাবে ভাল সময়৷ নতুন চাকৰি বা ব্যৱসায় আৰম্ভ কৰিব খুজিলে এয়া ভাল সময়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন