• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

2 months ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

8 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

9 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

10 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

10 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

11 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

12 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

12 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

13 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

14 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

15 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

15 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

editor by editor
May 14, 2026
in জীৱনশৈলী
0
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?
0
SHARES
979
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি, সৌন্দৰ্য, প্ৰেম, বিলাসিতা আৰু ভোগবিলাসৰ কাৰক গ্ৰহ শুক্ৰ৷ আজি ১৪ মেৰ পুৱা ১০ বাজি ৫৮ মিনিটত গোচৰ কৰি মিথুন ৰাশিত প্ৰৱেশ কৰিছে শুক্ৰ৷ বুধৰ অধীন মিথুন ৰাশিত শুক্ৰৰ এই প্ৰৱেশ বিশেষভাৱে শুভ হ’ব কেইবাটাও ৰাশিৰ বাবে৷ শুক্ৰই প্ৰায় ২৩ দিন ইয়াত অৱস্থান কৰিব৷ আৰু ৮ জুনৰ সন্ধিয়া কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ এইকেইটা দিন মেষ, বৃষ, সিংহ, ধনু আৰু মীন এই ৫ৰাশিৰ জীৱনত প্ৰেম, অৰ্থ, সাফল্য আৰু বিলাসিতা বাঢ়িব৷ জীৱনযাত্ৰাত আহিব ইতিবাচক পৰিবৰ্তন৷ এই ২৩ দিনত বিপদত পৰিব কোন কোন?

মেষ ৰাশি

শুক্ৰৰ এই গোচৰৰ ফলত মেষ ৰাশিৰ জাতকৰ সৃজনশীল গুণ আৰু আত্মবিশ্বাস উল্লেখযোগ্যভাৱে বাঢ়িব৷ আপোনাৰ ব্যক্তিত্বক অন্যলোক সহজেই আকৃষ্ট হ’ব৷ বন্ধুৰ সৈতে ঘূৰাফুৰা, আনন্দ আৰু সমাজত পৰিচিতি বাঢ়িব৷ বিশেষকৈ মিডিয়া, লেখামেলা, ফেশ্ব্যন, সৃজনশীল পেছাৰ সৈতে যুক্তসকলৰ বাবে এই সময় অত্যন্ত শুভ হ’ব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি নিজেই শুক্ৰ, সেয়ে এই গোচৰ বৃষ ৰাশিৰ জাতকৰ বাবে বিশেষ লাভদায়ক হ’ব৷ আৰ্থিক উন্নতি, সমাজত মৰ্যাদা আৰু জনপ্ৰিয়তা বাঢ়িব পাৰে৷ আপোনাৰ কথাৰ গুৰুত্ব বাঢ়িব৷ মানুহে আপোনাৰ প্ৰতি আকৃষ্ট হ’ব৷ ৰৈ থকা কাম পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ চাকৰিয়ালে বোনাছ, পদোন্নতি বা বিশেষ সন্মান পাব পাৰে৷ জীৱযাত্ৰাত আৰাম আৰু বিলাসিতা বাঢ়িব৷

সিংহ ৰাশি

শুক্ৰ গোচৰৰ ফলত সিংহ ৰাশিৰ জাতকৰ সমাজত পৰিচিত আৰু সন্মান বৃদ্ধি পাব৷ প্ৰেমৰ সম্পৰ্ক ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ সংগীৰ সৈতে সম্পৰ্ক আৰু দৃঢ় হ’ব৷ কামৰ চাপ কিছু বাঢ়িব পাৰে৷ পৰিয়ালক বৰ বেছি সময় দিব নোৱাৰিব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই সময় প্ৰেম, আৰ্থিক উন্নতিৰ সময়৷ জীৱনত বিলাসিতা বাঢ়িব৷ যিসকলে পাৰ্টনাৰশ্বিপৰ ব্যৱসায় কৰি আছে তেওঁলোকে বিশেষ লাভ পোৱাৰ সম্ভাৱনা প্ৰৱল৷ নতুন চুক্তি বা কামৰ সুযোগ আহিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব আৰু সমাজত পৰিচিতি বাঢ়িব৷

মীন ৰাশি

মীন ৰাশিৰ জীৱনত এই সময়ত বিলাসিতা আৰু আৰাম বাঢ়িব পাৰে৷ ঘৰত নতুন আচবাব, বাহন বা সৌন্দৰ্য বৃদ্ধিৰ বাবে কিছু ক্ৰয় বিক্ৰয় কৰিব পাৰে৷ সম্পৰ্কত ভালপোৱা আৰু বুজাপৰা বাঢ়িব৷ আৰ্থিক পৰিস্থিতিও পূৰ্বৰ তুলনাত উন্নত হ’ব৷

সতর্ক হৈ থাকিব কোন কোন ৰাশি?

কৰ্কট ৰাশি

শুক্ৰৰ এই গোচৰত কৰ্কট ৰাশিৰ জাতকৰ ব্যয় বাঢ়িব পাৰে৷ ভ্ৰমণ, শ্বপিং বা বিলাসী সামগ্ৰী ক্ৰয়ত ধন খৰচ কৰিব পাৰে৷ আনন্দ পালেও সঞ্চয়ত প্ৰভাৱ পৰিব পাৰে৷ খৰচৰ ক্ষেত্ৰত সংযম ৰখাটো জৰুৰী৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে এই সময়ত নানান স্বাস্থ্য সমস্যাই দেখা দিব পাৰে৷ ফলত চিকিৎসাত খৰচ বঢ়াৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বী বা অফিচ ৰাজনীতিৰ কাৰণেও মানসিক চাপ বাঢ়িব পাৰে৷ সেয়ে বিশ্ৰাম, স্বাস্থ্য আৰু মানসিক শান্তিৰ দিশত বিশেষ নজৰ দিয়াৰ প্ৰয়োজন আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
Next Post
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.