• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰ, গ্ৰেপ্তাৰ সুশান্তৰ বন্ধু সিদ্ধাৰ্থ

সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰ, গ্ৰেপ্তাৰ সুশান্তৰ বন্ধু সিদ্ধাৰ্থ

5 years ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

14 minutes ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

45 minutes ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

1 hour ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

2 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

2 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

4 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

5 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

22 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

23 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰ, গ্ৰেপ্তাৰ সুশান্তৰ বন্ধু সিদ্ধাৰ্থ

editor by editor
May 28, 2021
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰ, গ্ৰেপ্তাৰ সুশান্তৰ বন্ধু সিদ্ধাৰ্থ
0
SHARES
55.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু বলীউডৰ ড্ৰাগছ কেলেংকাৰিৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা সিদ্ধাৰ্থ পিঠানী। শুকুৰবাৰে পুৱা হায়দৰাবাদৰ পৰা NCB য়ে গ্ৰেপ্তাৰ কৰে অভিনেতা তথা সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানীক। ১৪ জুনত এবছৰ সম্পূৰ্ণ হ’ব সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ। আৰক্ষীৰ ভাষ্য অনুসৰি, আত্মহত্যাৰ পাছত সুশান্তক প্ৰথমে প্ৰত্যক্ষ কৰিছিল সিদ্ধাৰ্থ পিঠানীয়ে। আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ উপৰি এম্বুলেন্সও মাতিছিল অভিনেতাগৰাকীয়ে। সুশান্তৰ মৃত্যুৰ পাছতেই ড্ৰাগছ কেলেংকাৰিত জড়িতসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে NCBয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে cbiয়ে গ্ৰেপ্তাৰ কৰিছে বহু ব্যক্তিক। পূৰ্বেও CBIয়ে ঘটনা সন্দৰ্ভত সোধা-পোছা কৰিছিল সিদ্ধাৰ্থ পিঠানীক। CBIক দিয়া ভাষ্য অনুসৰি বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা সুশান্তৰ সৈতে একেলগে আছিল সিদ্ধাৰ্থ। ড্ৰাগছ কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ ভাতৃক জেললৈ প্ৰেৰণ কৰিছিল CBIয়ে। বৰ্তমান জামিনত আছে ৰিয়া আৰু ভাতৃ। ইফালে, CBIয়ে সোধা-পোছা অব্যাহত ৰাখিছে সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24siddarth pithaniSushant Singh Rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!
অসম

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

April 29, 2026
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?
অসম

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

April 29, 2026
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?
অসম

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

April 29, 2026
Next Post
বজাৰত উপলব্ধ এণ্টি-কোভিড ড্ৰাগ 2-dg, প্ৰতি পেকেটৰ দাম ৯৯০ টকা

বজাৰত উপলব্ধ এণ্টি-কোভিড ড্ৰাগ 2-dg, প্ৰতি পেকেটৰ দাম ৯৯০ টকা

ডিচেম্বৰৰ ভিতৰত প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰিব কোভিড ভেকচিন

ডিচেম্বৰৰ ভিতৰত প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰিব কোভিড ভেকচিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.