• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তোমাৰ সৈতে আকৌ দেখা হ’ব, মনৰ মানুহ সিদ্ধাৰ্থক ওপজা দিনত সোঁৱৰিলে শ্বেহনাজ গীলে…

তোমাৰ সৈতে আকৌ দেখা হ’ব, মনৰ মানুহ সিদ্ধাৰ্থক ওপজা দিনত সোঁৱৰিলে শ্বেহনাজ গীলে…

4 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

12 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

13 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

13 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

14 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

15 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

15 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

16 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

16 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

17 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

18 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

18 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তোমাৰ সৈতে আকৌ দেখা হ’ব, মনৰ মানুহ সিদ্ধাৰ্থক ওপজা দিনত সোঁৱৰিলে শ্বেহনাজ গীলে…

editor by editor
December 12, 2022
in জীৱনশৈলী, ভাৰত
0
তোমাৰ সৈতে আকৌ দেখা হ’ব, মনৰ মানুহ সিদ্ধাৰ্থক ওপজা দিনত সোঁৱৰিলে শ্বেহনাজ গীলে…
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্বেহনাজ গীল আৰু সিদ্ধাৰ্থ শুক্লাৰ মাজৰ সম্পৰ্কৰ কথা সকলোৰে জ্ঞাত৷ তেওঁলোকৰ মাজৰ সমীকৰণ কিমান মজবুত সেই কথা পৃথককৈ কোৱাৰ প্ৰয়োজন নাই৷ সিদ্ধাৰ্থবিহীনতাত সিদ্ধাৰ্থৰ ওপজা দিনত শ্বেহনাজ গীলে শ্বেয়াৰ কৰিছে আৱেগভৰা পষ্ট৷ শ্বেহনাজে ওপজা দিনৰ শুভেচ্ছা জনাইছে প্ৰয়াত সিদ্ধাৰ্থক৷ শ্বেহনাজে পষ্টত লিখিছে, ‘তোমাৰ সৈতে আকৌ দেখা হ’ব৷’

সিদ্ধাৰ্থ শুক্লাৰ আজি ওপজা দিন৷ ওপজা দিনটোক উদযাপন কৰিবলৈ সিদ্ধাৰ্থ আৰু এই পৃথিৱীত নাই যদিও৷ তেওঁৰ খুবেই ঘনিষ্ঠ শ্বেহনাজে সিদ্ধাৰ্থৰ ওপজা দিনটোক উদযাপন কৰিছে৷ নিশা কেক কাটি ওপজা দিনটোক উদযাপন কৰিছে শ্বেহনাজে৷ ভাইৰেল কেকৰ ফটোত লিখা আছে ১২ঃ১২৷

সিদ্ধাৰ্থৰ সৈতে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি শ্বেহনাজে দিছিল৷ সিদ্ধাৰ্থ থাকক বা নাথাকক কথা ৰাখিছে শ্বেহনাজে৷ চঞ্চল শ্বেহনাজ সিদ্ধাৰ্থ আঁতৰি যোৱাৰ পাছতেই গহীন হৈ পৰিছে৷ শ্বেহনাজৰ চকুত লাগি ৰোৱা বিষাদেই কয় সিদ্ধাৰ্থক শ্বেহনাজে আজিও সোঁৱৰে প্ৰতিক্ষণ৷ বিগ বছ-১৩ ত আৰম্ভ হোৱা এই বন্ধুত্ব দীঘলীয়া নহ’ল যদিও সিদ্ধাৰ্থৰ যি ৱান মেন আৰ্মীৰ পৰিচয় সেয়া আজিও চৰ্চাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
মইনা নায়কতেই শেষ হোৱা নাই! শিল ভঙা মেছিনত সোমাল তিনিগৰাকী মহিলা…

মইনা নায়কতেই শেষ হোৱা নাই! শিল ভঙা মেছিনত সোমাল তিনিগৰাকী মহিলা...

পৰ্তুগালৰ পৰাজয় উদযাপন কৰিছে মিয়াই! মিয়াৰ ওপৰত ক্ষুদ্ধ নেটিজেনে মৰক্কো দলকেই দিলে হিয়াউজাৰি গালি…

পৰ্তুগালৰ পৰাজয় উদযাপন কৰিছে মিয়াই! মিয়াৰ ওপৰত ক্ষুদ্ধ নেটিজেনে মৰক্কো দলকেই দিলে হিয়াউজাৰি গালি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.