• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

2 weeks ago
দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

দিনৰ এই সময়ত আমাৰ জিভাত অৱস্থান কৰে সৰস্বতীয়ে, সঁচা হয় মুখৰ কথা

4 minutes ago
বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

54 minutes ago
সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

3 hours ago
আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

5 hours ago
শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

শনিৰ সুনজৰ আপোনাৰ সৈতে আছে, এই ৩ৰাশিৰ উন্নতি হ’ব দ্বিগুণ

23 hours ago
ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

ভূ-স্বৰ্গৰ বীৰাঙ্গনা! নেতৃত্ব দিব এটা পুৰুষ বাহিনীক, গণতন্ত্ৰ দিৱসত বিশ্বই দেখিব তেওঁক, কোন এই সিমৰণ বালা?

23 hours ago
নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

নিজৰ ৬৫ বছৰ বয়সীয়া মাতৃকো দিলে নটিছ! SIRৰ শুনানিত হাজিৰ হোৱাৰ নিৰ্দেশ BLOকো

24 hours ago
বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

1 day ago
কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

কোনো ৰোগ অবিহনেই শৰীৰ ক্লান্ত, অলস আৰু টোপনি টোপনি অনুভৱ, শৰীৰত কি কি অভাৱ ঘটিছে আপোনাৰ?

1 day ago
সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

সৰস্বতী পূজাত ৫টাকৈ ৰাজযোগত বাম্পাৰ লাভ, খুলিব এই ৫ৰাশিৰ ভাগ্য

1 day ago
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

1 day ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

editor by editor
January 10, 2026
in বিবিধ, ভাৰত, স্বাস্থ্য
0
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
0
SHARES
739
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘনে ঘনে মুড ছুইং হৈছে? মনোযোগ দিব পৰা নাই কোনো কামত? বহু কথাই পাহৰিও পেলাইছে? কোনোবাই কিবা কথা কওতে মনোযোগ দিব পৰা নাই? কোনো কাৰণ অবিহনেই ক্লান্ত বোধ কৰিছে? ধীৰে ধীৰে পৰিবৰ্তন হৈছে মানসিক অৱস্থাৰ? তেন্তে সাৱধান হোৱাটো প্ৰয়োজন৷ কাৰণ এই উপসৰ্গসমূহ হৈছে ছাইলেণ্ট ষ্ট্ৰোকৰ মূল লক্ষণ! এই ৰোগ সহজে চিনিব নোৱাৰি৷ ব্ৰেইন ষ্ট্ৰোকৰ দৰে কোনো উপসৰ্গ নাই৷ সেই কাৰণেই সহজে এই ৰোগ ধৰা নপৰে৷ সম্প্ৰতি অক্সফোৰ্ড ইউনিভাৰ্ছিটিৰ এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷ গৱেষকে কৈছে চাইলেণ্ট ষ্ট্ৰোক আগতে লক্ষণ দেখুৱাই নাহে৷ ই উপসৰ্গ অবিহনেই আহে৷ মস্তিষ্কৰ কোনো অংশত তেজৰ চলাচল সাময়িকভাৱে ব্যাহত হলেও ইয়াৰ উপসৰ্গ লগে লগে প্ৰকাশ নাপায়৷ ব্ৰেইন ষ্ট্ৰোকৰ দৰে হাত ভৰি অৱশো হৈ নাযায়৷ এয়া কেৱল এম আৰ আই স্কেনতহে ধৰা পৰে৷ ঘনে ঘনে চাইলেণ্ট ষ্ট্ৰোক হলে মস্তিষ্কৰ কোষৰ ক্ষতি হয় আৰু ডিমেনছিয়া বা ডাঙৰ ষ্ট্ৰোক হব পাৰে৷

চাইলেণ্ট ষ্ট্ৰোক কিয় হয়?

মস্তিষ্কৰ সৰু ৰক্তনলীসমূহ ব্লক হৈ গলে এয়া ঘটে৷ উচ্চ ৰক্তচাপ, উচ্চ কলষ্টেৰল, ডায়বেটিছ, ধূমপান আৰু বাৰ্ধক্যজনিত কাৰণত ৰক্তনলী সৰু হৈ গৈ মস্তিষ্কৰ ৰক্তপ্ৰবাহ কমি যায়৷ ৰক্তনলীসমূহত কোনো কাৰণত তেজ গোট মাৰিলেও মস্তিষ্কৰ কোষসমূহ নিস্তেজ হৈ পৰে৷ সেইসমূহে সংকেত বহন কৰিব নোৱাৰে৷ ফলত বাৰে বাৰে পাহৰি যোৱা বিভ্ৰান্তি প্ৰভৃতি সমস্যা তৈয়াৰ হয়৷

কেনেকৈ সতৰ্ক হ’ব?

১. নিয়মিত ৰক্তচাপ পৰীক্ষা কৰক৷

২. কম নিমখ, কম চৰ্বিযুক্ত আৰু উচ্চ আঁহযুক্ত খাদ্য খাওক৷ ট্ৰেন্স ফেট আৰু অতিৰিক্ত চেনী এৰাই চলক৷

৩. প্ৰতিদিনে কমেও ৩০ মিনিট হলেও শাৰীৰিক পৰিশ্ৰম কৰক৷

৪. সম্পূৰ্ণভাৱে ধূমপান ত্যাগ কৰক আৰু মদ্যপানৰ অভ্যাস থাকিলে সেয়া এৰক৷

৫. অতিৰিক্ত ওজন বা স্থূলতাই ষ্ট্ৰোকৰ আশংকা বঢ়ায়৷ দেহৰ ওজন নিয়ন্ত্রণত ৰাখক৷

৬. তেজত শৰ্কৰাৰ মাত্ৰা নিয়মিত পৰীক্ষা কৰক৷

৭. নিয়মিত কলষ্টেৰল পৰীক্ষা কৰক৷

৮. ডিঙিৰ কেৰোটিড ধমনীত চৰ্বি জমা হৈছে নেকি সেয়াও মাজে মাজে পৰীক্ষা কৰক৷

৯. চিকিৎসকৰ পৰামৰ্শ অনুসৰি এম আৰ আই বা চিটিস্কেন কৰি মস্তিষ্কৰ অৱস্থা নিৰ্ণয় কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ
জীৱনশৈলী

বন্ধ ভাগ্যৰ তলা খুলিছে! সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত ৫ৰাশিৰ জীৱনত অৰ্থৰ বৰষুণ

January 22, 2026
মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?
জীৱনশৈলী

মাহিলী কিমান সঞ্চয় কৰিব? আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

January 22, 2026
এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত
জীৱনশৈলী

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

January 21, 2026
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

January 20, 2026
Next Post
কেইবা দশকৰ পাছত মকৰ সংক্ৰান্তিত শনি-শুক্ৰৰ বিশেষ যোগ, ৩দিনত ভাগ্য ঘূৰিব এই ৪ৰাশিৰ জাতকৰ

কেইবা দশকৰ পাছত মকৰ সংক্ৰান্তিত শনি-শুক্ৰৰ বিশেষ যোগ, ৩দিনত ভাগ্য ঘূৰিব এই ৪ৰাশিৰ জাতকৰ

লিভাৰৰ সমস্যাৰ পৰাও হ’ব পাৰে ডাৰ্ক চাৰ্কেল, এই লক্ষণসমূহ দেখিলেই সাৱধান হওক

লিভাৰৰ সমস্যাৰ পৰাও হ’ব পাৰে ডাৰ্ক চাৰ্কেল, এই লক্ষণসমূহ দেখিলেই সাৱধান হওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.