আহিব নে নাহে বগা চোলা পিন্ধা ৮প্ৰবাসী অসমীয়া।
কনফিউজদ SIT দলো।
এই মুহূৰ্তলৈকে নাই কোনো খবৰ।
SITৰ সৈতে কোনো যোগাযোগ নাই প্ৰবাসী অসমীয়াৰ।
আজি আছিল ডেডলাইন।
আজি হাজিৰ হ’ব লাগিব CID কাৰ্যালয়ত।
২৬ ছেপ্টেম্বৰতে ৮ প্ৰৱাসী অসমীয়াক জাননী জাৰি কৰিছিল।
কিন্তু এই মুহূৰ্তলৈ তেওঁলোকে SITৰ সৈতে কৰা নাই যোগাযোগ।
লোককেইজনৰ সন্দেহজনক ভূমিকাক লৈ ৰহস্য।
জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তত লগাইছে আউল।
পৰিয়ালেও নাজানে আহিব নে নাহে।
বগা চোলা পিন্ধা ৮প্ৰৱাসী অসমীয়া কোন কোন?
অসম এছ’চিয়েচনৰ কাক কাক তলৱ কৰা হৈছে?
দেৱজ্যোতি হাজৰিকা,সম্পাদক
অভিমন্যু তালুকদাৰ,সভাপতি
তন্ময় ফুকন,য়ট পাৰ্টিৰ আয়োজক
ৰূপকমল কলিতা,প্ৰৱাসী অসমীয়া
সিদ্ধাৰ্থ বৰা,প্ৰৱাসী অসমীয়া
পৰীক্ষিত শৰ্মা,প্ৰৱাসী অসমীয়া
ভাস্কৰ দত্ত,প্ৰৱাসী অসমীয়া
বাজিদ আহমেদ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















