• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজাব নিপিন্ধাকৈ ভাৰ্ছুৱেল কনছাৰ্ট, গ্ৰেপ্তাৰ কণ্ঠশিল্পী

হিজাব নিপিন্ধাকৈ ভাৰ্ছুৱেল কনছাৰ্ট, গ্ৰেপ্তাৰ কণ্ঠশিল্পী

2 years ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

4 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

4 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

5 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

6 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

6 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

7 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

7 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

8 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

10 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

10 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হিজাব নিপিন্ধাকৈ ভাৰ্ছুৱেল কনছাৰ্ট, গ্ৰেপ্তাৰ কণ্ঠশিল্পী

হিজাব নিপিন্ধাকৈ ভাৰ্ছুৱেল কনছাৰ্ট, গ্ৰেপ্তাৰ কণ্ঠশিল্পী

editor by editor
December 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
হিজাব নিপিন্ধাকৈ ভাৰ্ছুৱেল কনছাৰ্ট, গ্ৰেপ্তাৰ কণ্ঠশিল্পী
0
SHARES
576
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিজাব নিপিন্ধাকৈ কনচাৰ্টত পাৰফৰ্ম কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ল ইৰানৰ ইউটিউব ষ্টাৰক৷ ইৰানৰ ৰাজধানী তেহৰানৰ পৰা ২৮০ কিঃমিঃ দূৰৈত অৱস্থিত মাজানদাৰান প্ৰদেশৰ চাৰি চহৰৰ পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় পাৰাস্তু আহমাদি নামৰ মহিলা সংগীতশিল্পীক৷ তেওঁৰ আইনজীৱী মিলাদ পানাহিপৌয়ে জনাইছে যে, বিগত বৃহস্পতিবাৰে ইউটিউবৰ এক অনলাইন কনছাৰ্টত অংশ লৈছিল পাৰাস্তুৱে৷ তাতেই হিজাব নিপিন্ধাকৈ পাৰফৰ্ম কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷ সেই অভিযোগৰ ভিত্তিতেই ইৰানি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে৷

ইউটিউব কনচাৰ্টত সংগীতশিল্পীয়ে পৰিধান কৰিছিল ক’লা ড্ৰেছ৷ তেওঁৰ মূৰত নাছিল হিজাব৷ চাৰিজন পুৰুষ মিউজিছিয়ানৰ সৈতে পাৰফৰ্ম কৰিছিল পাৰাস্তু আহমাদিয়ে৷ ইউটিউব ভিডিঅ’ৰ সৈতে এক কেপছনো প’ষ্ট কৰিছে তেওঁ৷ তাতেই লিখা আছিল, ‘মই পাৰাস্তু৷ এই গান মোক ভালপোৱা প্ৰতিজন মানুহৰ বাবে৷ মোৰ প্ৰিয় জন্মভূমিক উদ্দেশ্য কৰি এই গান৷৷ ইৰানৰ এই অংশত ইতিহাস আৰু পুৰাণৰ মেলবন্ধন আছে৷ এক কল্পনাৰ কনছাৰ্টত আজি আপোনালোকে আমাৰ গান শুনিব পাৰিছে৷’ পাৰাস্তু আহমাদিৰ এই ভিডিঅ’ ইতিমধ্যেই ইউটিউবত ১.৫ মিলিয়ন মানুহে চাইছে৷

পাৰাস্তু আহমাদিৰ সৈতে থকা দুই পুৰুষ মিউজিছিয়ান, ছোহেল নাছিৰি আৰু এহছান বেইৰাঘদাৰকো একেদিনাই গ্ৰেপ্তাৰ কৰিছে ইৰাণ আৰক্ষীয়ে৷ ১৯৭৯ চনত ইৰানত ইছলামিক অভ্যুত্থানৰ পাছতেই মহিলাসকলৰ বাবে হিজাব বাধ্যতামূলক কৰা হৈছে৷ বহুতেই ধৰ্মীয় আচাৰক মান্যতা দি হিজাব পৰিধান কৰে৷ যদিও অধিকাংশৰ মতে এয়া ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ আৰু ৰাষ্ট্ৰই দিয়া চাপ৷

২২ বছৰ বয়সীয়া মাছা আমিনিয়ে হিজাব পিন্ধিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁৰ ওপৰত নৃশংস অত্যাচাৰ চলোৱা হৈছিল৷  আৰক্ষীৰ জেৰাৰ মাজতেই মৃত্যু ঘটিছিল আমিনিৰ৷ এই ঘটনাৰ পাছতেই ইৰানজুৰি এক ডাঙৰ হিজাব বিৰোধী আন্দোলনৰ জন্ম হৈছিল৷ ২০২২চনত পথত নামি হিজাবৰ বিৰুদ্ধে বিক্ষোভ কৰিছিল ইৰানৰ মহিলাই৷ যদিও তাৰপাছতেই আইনৰ কোনো পৰিবৰ্তন হোৱা নাই৷ সলনি হোৱা নাই ৰাষ্ট্ৰৰ মনোভাৱো৷ এতিয়াও হিজাব নিপিন্ধিলেই গ্ৰেপ্তাৰ কৰা হয় ইৰাণি মহিলাসকলক৷ চলে নৃশংস অত্যাচাৰো৷

বিগত নৱেম্বৰত হিজাৱক লৈ ডাঙৰ প্ৰতিবাদ জনাই অন্তৰ্বাস পিন্ধি জনসমাজত বিচৰণ কৰিছিল এগৰাকী তৰুণীয়ে৷ তেওঁক গ্ৰেপ্তাৰো কৰিছিল আৰক্ষীয়ে৷ তাৰপিছতেই সেই যুৱতীক মানসিক ভাৰসাম্যহীন বুলি কৈ এৰি দিছিল আৰক্ষীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!
জীৱনশৈলী

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

July 25, 2026
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
Next Post
মাত্ৰ ২০ টকাতেই পাতিব পাৰিব সামাজিক বিবাহ! দেশৰ ক’ত পাতিব পাৰি এই কম খৰচৰ বিয়া?

মাত্ৰ ২০ টকাতেই পাতিব পাৰিব সামাজিক বিবাহ! দেশৰ ক’ত পাতিব পাৰি এই কম খৰচৰ বিয়া?

মঙ্গলৰ বক্ৰী দশাত ৩ৰাশিৰ অৰ্থভাগ্য তুংগত! চাকৰি ব্যৱসায়ত সাফল্য, ৰাজযোগ কাৰ কাৰ?

মঙ্গলৰ বক্ৰী দশাত ৩ৰাশিৰ অৰ্থভাগ্য তুংগত! চাকৰি ব্যৱসায়ত সাফল্য, ৰাজযোগ কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.