• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

2 years ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

1 minute ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

1 hour ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

editor by editor
May 9, 2024
in বিবিধ, ভাৰত
0
অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

তামিলনাডুৰ শিৱকাশীত ৯ মে’ বৃহস্পতিবাৰে ফটকা কাৰখানাত সংঘটিত হোৱা এক ভয়ংকৰ বিস্ফোৰণত ৫গৰাকী মহিলাসহ ৮ জন শ্ৰমিক থিতাতে নিহত হোৱাৰ বিপৰীতে তিনিগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ভাৰতৰ ফটকা কেন্দ্ৰ হিচাপে বিখ্যাত শিৱকাশীত এই ঘটনা সংঘটিত হয়।

ৰাজ্যখনৰ বিৰুধুনগড় জিলাৰ শিৱকাশীৰ সমীপৰ চেংগামালাপট্টিত অৱস্থিত ব্যক্তিগত ফটকা কাৰখানাত এই অগ্নিকাণ্ড। উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে সদৰি কৰা অনুসৰি, আহতসকলৰ অৱস্থা সংকটজন। আনহাতে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিস্ফোৰণৰ সময়ত ফটকা কাৰখানাটোত প্ৰায় ১০ জন কৰ্মচাৰী উপস্থিত আছিল। উল্লেখযোগ্য যে ফেব্ৰুৱাৰী মাহত বিৰুধনগৰ জিলাৰ এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণত চাৰিগৰাকী মহিলাসহ ১০জন লোকৰ মৃত্যু হৈছিল।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই ঘটনাক লৈ শোক প্ৰকাশ কৰি জিলা কৰ্তৃপক্ষক উপযুক্ত চিকিৎসা সেৱা আগবঢ়ালৈ নিৰ্দেশ দিয়ে। আৰক্ষীয়ে জনোৱা মতে, এই অগ্নিকাণ্ডৰ ফলত ফটকা ৰখা ৭টা কোঠা সম্পূৰ্ণৰূপে জ্বলি গৈছে।

এই ফটকা কাৰখানাৰ অনুজ্ঞাপত্ৰ আছে। বিস্ফোৰণত পাঁচগৰাকী মহিলা আৰু তিনিজন পুৰুষৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ষ্টেলিনে কয় যে দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে তেওঁ জিলা উপায়ুক্তক তৎকালীনভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Fire CrackersFire Crackers factoryFire Crackers factory blastSibkashiSibkashi Blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!
জীৱনশৈলী

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

August 26, 2026
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!
বাণিজ্য

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

August 26, 2026
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…
বিনোদন

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

August 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
Next Post
দৈনিক ৰাশিফল, আজি ১০ মে’ৰ দিনটোত উজলি উঠিব এই ৰাশিৰ লোকৰ ভাগ্য, শুভ সংবাদ লাভ কৰিব এই লোকে

দৈনিক ৰাশিফল, আজি ১০ মে'ৰ দিনটোত উজলি উঠিব এই ৰাশিৰ লোকৰ ভাগ্য, শুভ সংবাদ লাভ কৰিব এই লোকে

আজি অক্ষয় তৃতীয়া, সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ আনিলে লগত আহিব লক্ষ্মী, পাছে এই ৫ টা বস্তু ভুলতো নিকিনিব

আজি অক্ষয় তৃতীয়া, সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ আনিলে লগত আহিব লক্ষ্মী, পাছে এই ৫ টা বস্তু ভুলতো নিকিনিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.