• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম

শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম

5 years ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

10 minutes ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

1 hour ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

2 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

2 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

3 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

4 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

4 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

5 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

6 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

7 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম

editor by editor
March 11, 2021
in বিবিধ
0
শিৱৰাত্ৰিৰ দিনা ভুলতো নকৰিব এই ১০টা কাম
0
SHARES
118.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি মহাশিৱৰাত্ৰি। ভিন্ন প্ৰান্তত ভক্তসকলে আৰাধনা কৰিছে শিৱক। পিছে শিৱৰাত্ৰিৰ দিনা ১০টা কাম কৰাৰ পৰা বিৰত থাকিব লাগে ভক্তসকল। অন্যথা ৰুস্ত হৈ পৰে মহাদেৱ। কি এই দহটা কাম।

১. আজিৰ দিনটোত স্নান কৰাৰ পূর্বে খাদ্য গ্ৰহণ কৰা অনুচিত। যিসকলে ব্ৰত নাৰাখে তেওঁলোকেও স্নান কৰাৰ পূর্বে খাব নালাগে খাদ্য।

২. আজিৰ দিনটোত ক’লা ৰঙৰ কাপোৰ পিন্ধা অনুচিত। ক’লা ৰঙৰ কাপোৰ পিন্ধিলে অশুভ বুলি ধৰা হয়।

৩. শিৱলিংগৰ ওপৰত দিয়া প্ৰসাদ খোৱা অনুচিত। এই প্ৰসাদ গ্ৰহণ কৰিলে ধন হানি হোৱাৰ লগতে বেমাৰ হয় বুলি লোকবিশ্বাস আছে।

৪. শিৱলিংগৰ ওপৰত কেতিয়াও তুলসীপাত দিব নাপায়। শিৱলিংগৰ ওপৰত ঠাণ্ডা গাখীৰ ঢলা উচিত। গাখীৰ ৰখা পাত্ৰ সোণ, ৰূপ অথবা কাঁচৰ হোৱা উচিত। অৱশ্যে ষ্টীলৰ পাত্ৰ ভক্তসকলে ব্যৱহাৰ কৰিব পাৰে।

৫. ভগৱান শিৱৰ আৰতি কৰোঁতে কেতিয়াও কেতেকী আৰু চম্পা ফুল দিব নাপায়। কেতেকী ফুল বহা যদিও ভগৱান শিৱৰ পূজাত ইয়াৰ ব্যৱহাৰ নহয়।

৬. শিৱৰাত্ৰিৰ ব্ৰত ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ পিছ দিনা ৰাতিপুৱালৈ থাকে। অৱশ্যে ব্ৰত ৰখাসকলে সূর্যাস্তৰ পিছত ফল আৰু গাখীৰ খাব পাৰে।

৭. শিৱ পূজাত আগবঢ়োৱা চাউল কেতিয়াও ভঙা হ’ব নালাগে।অক্ষত চাউল পূর্ণতাৰ প্ৰতীক। সেয়েহে শিৱ পূজাত চাউল আগবঢ়োৱাৰ আগত চাউলসমূহ ভালদৰে পৰীক্ষা কৰি লোৱা উচিত।

৮. শিৱলিংগৰ ওপৰত প্ৰথমে পঞ্চামৃত দিয়া উচিত। যিসকলে চাৰিপ্ৰহৰৰ পূজা কৰে, তেওঁলোকে প্ৰথমপ্ৰহৰত পানী, দ্বিতীয় প্ৰহৰত দৈ, তৃতীয় প্ৰহৰত ঘিউ আৰু চতুর্থ প্ৰহৰত মৌ দিয়া উচিত।

৯. শিৱৰাত্ৰিত ৩খিলা পাত থকা বেলপাতহে শিৱক অর্পণ কৰা উচিত। ছিগা অথবা ফটা বেলপাত দিলে শিৱ অসন্তুষ্ট হয়।

১০. শিৱৰাত্ৰিত কেতিয়াও কুমকুমৰ তিলক লগাব নাপায়। মহাদেৱক প্ৰসন্ন কৰিবলৈ চন্দনৰ ফোট লগোৱা উচিত। অৱশ্যে ভক্তসকলে পার্বতী আৰু গণেশৰ মূর্তিৰ ওপৰত কুমকুমৰ ফোট লগাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24sivaratri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
Next Post
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ, আঁৰত বিজেপি

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ, আঁৰত বিজেপি

এগৰাকী কণমানিয়ে মুহিছে অজস্ৰজনক

এগৰাকী কণমানিয়ে মুহিছে অজস্ৰজনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.