মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ। দুৰ্বৃত্তই আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীক। আক্ৰমণৰ আঁৰত বিজেপি। ভয়ংকৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ।