অসম লাইভ ২৪ঃ কিমান ভয়াৱহ হ’ব পাৰে চিগাৰেটৰ ফিৰিঙতি। চিগাৰেটৰ সাধাৰণ ফিৰিঙতিৰ পৰাই সংঘটিত হ’ল লংকাকাণ্ড। উত্তৰ প্ৰদেশৰ বিজনীৰ চিগাৰেটৰ পৰা লগা জুয়ে ধ্বংস কৰিলে ২০ বিঘাৰ কুঁহিয়াৰ খেতি। কুঁহিয়াৰ খেতিত কাম কৰা কোনো কৃষকে চিগাৰেট পান কৰাৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ