• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱসাগৰত কয়লা ছিণ্ডিকেট, CAসহ ৩ জনক আটক, পলাতক ২

শিৱসাগৰত কয়লা ছিণ্ডিকেট, CAসহ ৩ জনক আটক, পলাতক ২

5 years ago
পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

26 minutes ago
দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

55 minutes ago
ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

1 hour ago
জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

2 hours ago
৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

2 hours ago
জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

3 hours ago
১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

3 hours ago
এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

4 hours ago
ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

5 hours ago
কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

5 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

6 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লত এইবোৰ বস্তু বহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা, হ’ব লাগিব ৰঙাঘৰৰ আলহী!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিৱসাগৰত কয়লা ছিণ্ডিকেট, CAসহ ৩ জনক আটক, পলাতক ২

editor by editor
August 20, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
শিৱসাগৰত কয়লা ছিণ্ডিকেট, CAসহ ৩ জনক আটক, পলাতক ২
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ‍্য চৰকাৰে ছিণ্ডিকেট বন্ধৰ যিমানেই হুংকাৰ নিদিয়ক কিয়, এতিয়াও ৰাজ‍্যত সক্ৰিয় ছিণ্ডিকেট বাহিনী৷ শিৱসাগৰত কয়লাৰ ক’লা বেহাৰে জড়িত CAসহ ৩ জনক আটক কৰিছে অসম আৰক্ষীয়ে৷ দুজন বৰ্তমানেও পলাতক অৱস্থাত আছে৷ ২০১৯ চনৰ পৰাই এই দুষ্ট চক্ৰই GST ফাঁকিৰে শিৱসাগৰত চলাই আহিছে কয়লাৰ ক’লা বেহা৷ যাৰ ফলত ৰাজ‍্যৰ ৰাজকোষ বঞ্চিত হৈ আহিছে কোটি কোটি টকাৰ ৰাজহৰ পৰা৷ এই অভিযোগতে গ্ৰেপ্তাৰ হৈছে আছিফ হুছেইন, শ্বাহনাৱাজ হুছেইন আৰু CA সন্দীপ শৰ্মা৷ পলাতক ফুলকাল আলী (আজম) আৰু গালিব মিৰাজুল আলী (ৰিকি)৷ গেলেকীৰ ফুলকাল আলী ওৰফে আজম নামৰ চোৰাং কয়লাৰ বেপাৰীজনৰ হৈ এই দুষ্ট চক্ৰটোৱে ভুৱা GSTৰ বিল প্ৰস্তুত কৰি আহিছিল৷ শিৱসাগৰৰ থানাপট্টিৰ চফিকুল হুছেইন নামৰ এজন কুকুৰা ব‍্যৱসায়ীৰ নামত  GSTৰ ভুৱা ফাইল খুলি ৰাজহ ফাঁকি দি আহিছে এই দুষ্ট চক্ৰই৷ আছিফ হুছেইন আৰু শ্বাহনাৱাজ হুছেইনে চোৰাং কয়লাৰ বেপাৰী ফুলকাল আলী ওৰফে আজমৰ হৈ প্ৰস্তুত কৰিছিল GST ফাইল৷ GST ফাইলটো প্ৰস্তুত কৰি দিছিল নাজিৰাৰ CA সন্দীপ শৰ্মাই৷ মেছাৰ্চ এছ আৰ এছ’চিয়েটছ gstn/18cwzpa1336g1zd প্ৰতিষ্ঠানটোৱে ca সন্দীপ শৰ্মাৰ জৰিয়তে ভুৱা জি এছ টি ফাইল খুলি এইপৰ্যন্ত এক কোটিৰো অধিক টকাৰ ৰাজহ ফাঁকি দিয়াৰ অভিযোগত চক্ৰটোৰ বিৰুদ্ধে অভিযান চলায়৷ ছফিকুল হুছেইনক আয়কৰ বিভাগ জেৰা কৰাত পোহৰলৈ আহিল সমষ্ট জালিয়াতি৷ জেৰাত ছফিকুল ভাষ‍্য অনুসৰি সমগ্ৰ জালিয়াতিৰ মাষ্টাৰ মাইণ্ড আছিফ হুছেইন আৰু শ্বাহ নৱাজ হুছেইন বুলি প্ৰমাণিত হোৱাত ২ দালালৰ বিৰুদ্ধে আয়কৰ বিভাগৰ ৰাজ‍্যিক উপ কৰ আয়ুক্তই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি ca সন্দীপ শৰ্মা, ২ দালাল আছিফ হুছেইন আৰু শ্বাহ নৱাজ হুছেইনৰ ওপৰত আৰক্ষীয়ে জেৰা অব‍্যাহত ৰাখিছে৷ অৱশ‍্যে, এইপৰ্যন্ত পলাতক চোৰাং কয়লা বেপাৰী ফুলকাল আলী ওৰফে আজম আৰু গালিব মিৰাজুল আলী ওৰফে ৰিকি৷ ২ কয়লা চোৰৰ সন্ধানত আৰক্ষীৰ অভিযান অব‍্যাহত আছে৷ ইপিনে, গ্ৰেপ্তাৰ হোৱা ৩ জনক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীয়ে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24coal syndicatesivasagar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ
অপৰাধ

১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

November 10, 2026
এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা
অসম

এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

November 10, 2026
ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল
শিক্ষা

ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

November 10, 2026
ভূমি বিবাদৰ ভয়ংকৰ ৰূপ! দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ এজন, আহত ৫ জনকৈ লোক
অসম

ভূমি বিবাদৰ ভয়ংকৰ ৰূপ! দুৰ্বৃত্তৰ আক্ৰমণত গুলীবিদ্ধ এজন, আহত ৫ জনকৈ লোক

November 10, 2026
Next Post
ৰাজনীতিত শালীনতা, মৰ্যাদা আদি শব্দৰ এতিয়া কোনো স্থান নাই

ৰাজনীতিত শালীনতা, মৰ্যাদা আদি শব্দৰ এতিয়া কোনো স্থান নাই

মহানগৰীত অতীত হ’ব ডিজেল-পেট্ৰ’ল চালিত বাছ

মহানগৰীত অতীত হ’ব ডিজেল-পেট্ৰ’ল চালিত বাছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.