• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Skin Care Tips: শালমন আৰু Acne ৰ সমস্যাই মুখখনৰ উজ্জ্বলতা নাইকিয়া কৰিছে নেকি? ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা Tips

Skin Care Tips: শালমন আৰু Acne ৰ সমস্যাই মুখখনৰ উজ্জ্বলতা নাইকিয়া কৰিছে নেকি? ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা Tips

4 years ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

2 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

2 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

3 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

4 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

5 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

6 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

6 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

7 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

8 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

8 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

11 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Skin Care Tips: শালমন আৰু Acne ৰ সমস্যাই মুখখনৰ উজ্জ্বলতা নাইকিয়া কৰিছে নেকি? ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা Tips

editor by editor
December 21, 2021
in গুৱাহাটী, জীৱনশৈলী, বিবিধ
0
Skin Care Tips: শালমন আৰু Acne ৰ সমস্যাই মুখখনৰ উজ্জ্বলতা নাইকিয়া কৰিছে নেকি? ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা Tips
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শালমন অথবা Acne ৰ সমস্যাত আপুনিও নিশ্চয় ভাৰাক্ৰান্ত৷ বিভিন্ন উপায় গ্ৰহণ কৰিও এই সমস্যাৰ পৰা উপশম পোৱা নাই নেকি?  শালমন বা Acne সমস্যাই বিভিন্ন সময়ত আপোনাৰ সৌন্দৰ্য্যৰ ম্লান ঘটায়৷ বিশেষকৈ ‘অইলী স্কিন’ৰ ব্যক্তিসকলৰৰ এনে সমস্যা তুলনামূলকভাৱে বেছি হোৱা দেখা যায়৷ বহুসময়ত এই সমস্যা ঠিক হোৱাৰ পাছতো চেহেৰালৈ পূৰ্বৰ সৌন্দৰ্য্য ঘূৰি নাহে৷ বিভিন্ন কেমিকেল প্ৰডাক্ট ব্যৱহাৰ কৰাৰ ফলত ছালখন ভাল হোৱাৰ পৰিৱৰ্তে বেছি বেয়া হ’বলৈহে আৰম্ভ কৰে৷ লগতে ধনৰ অপচয় ইয়াৰ এটা মূল কাৰণ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে আপুনি কিছুমান বিশেষ ঘৰুৱা উপায় অৱলম্বন কৰিলে সহজতেই এই সমস্যাৰ পৰা উপশম পাব পাৰিব৷ এই উপায়সমূহৰ জৰিয়তে Open Poresৰ সমস্যাৰ পৰাও সকাহ পাব আপুনি৷ সেইসমূহ হৈছে—

ভিটামিন-ই আৰু এল’ভেৰা জেলঃ শালমন অথবা Acne ৰ সমস্যাত ভিটামিন-ই আৰু এল’ভেৰা জেল অত্যন্ত লাভদায়ক৷ শালমন অথবা Acne ৰ সমস্যাৰ ফলত হোৱা ক’লা দাগ নোহোৱা কৰাতো সহায় কৰে ই৷ ৰাতি শোৱাৰ পূৰ্বে ছালত ভিটামিন-ই আৰু এল’ভেৰা জেলৰ মিশ্ৰণ প্ৰতিদিনে লগাব লাগিব৷

বেচনৰ ব্যৱহাৰঃ ছালৰ বিভিন্ন সমস্যাৰ বাবে বেচন অতি উপকাৰী৷ বেচনৰ ফেচ পেক লগালে ছালৰ অতিৰিক্ত তেল নাইকিয়া হয়৷ এক চামুচ বেচনৰ সৈতে এক চামুচ মৌ আৰু গাখীৰ মিহলাই তৈয়াৰ কৰিব পাৰিব এই ফেচ পেক৷ প্ৰায় ২০ মিনিটৰ বাবে এই পেক কিছুদিন লগালে আপুনি পাৰ্থক্য দেখিবলৈ পাব৷ বেচনে ছালৰ দাগ নোহোৱা কৰাত সহায় কৰে৷

মৌ আৰু ডালচেনীৰ মিশ্ৰণঃ কেৱল স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও মৌ কিমান উপকাৰী সেয়া নিশ্চয় সকলোৰে জ্ঞাত৷ মৌত থকা এণ্টি বেক্টেৰিয়েল গুণে ছালখনত উজ্জ্বল কৰাত সহায় কৰে৷ মৌৰ লগত ডালচেনী মিহলাই লগালে শীঘ্ৰেই শালমনৰ সমস্যাৰ পৰা উপশম পোৱা যায়৷ ডালচেনী পাউদাৰৰ সৈতে মৌ মিহলাই এঘণ্টাৰ বাবে মুখত লগাই কুহুমীয়া গৰম পানীৰে ধুই দিব৷ শালমনৰ সমস্যাৰ লগতে মুখৰ ক’লা দাগো নাইকীয়া কৰিব এইটো ঘৰুৱা উপায়ে৷

এইসমূহ উপায়ে আপোনাক সকাহ দিয়াৰ লগতে ছালখনক সুন্দৰ কৰিব তুলিব যদিও ছালৰ গুৰুতৰ সমস্যাৰ বাবে এইয়া একমাত্ৰ সমাধান নহয়৷ প্ৰয়োজনত চিকিৎকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelhealthy skinhome remediesopen poresskin care tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ ব্যৱহাৰৰ কেইটামান কিটিপ, এই কিটিপ জানক আৰু বহি বহি ঘৰতেই ধন ঘটক অনলাইনৰ জৰিয়তে

আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৰ ব্যৱহাৰৰ কেইটামান কিটিপ, এই কিটিপ জানক আৰু বহি বহি ঘৰতেই ধন ঘটক অনলাইনৰ জৰিয়তে

পৃথিৱীৰ সকলোতকৈ ধনী মানুহজনে Tax কিমান দিয়ে চৰকাৰক? বিশ্বৰ ৮০খন দেশৰ GDP যিমান তাতোতকৈ অধিক বছেৰেকীয়া Tax দিব তেওঁ

পৃথিৱীৰ সকলোতকৈ ধনী মানুহজনে Tax কিমান দিয়ে চৰকাৰক? বিশ্বৰ ৮০খন দেশৰ GDP যিমান তাতোতকৈ অধিক বছেৰেকীয়া Tax দিব তেওঁ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.