• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক

এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক

3 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

4 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

5 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

6 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

8 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

8 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

9 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

10 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

10 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

11 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক

editor by editor
November 6, 2022
in জীৱনশৈলী, বিবিধ
0
এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক
0
SHARES
15.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সফল শৃংখলাবদ্ধ এটা জীৱন কোনেনো নিবিচাৰে? কিন্তু সমস্যাই চৌপাশে আৱৰি ধৰিলে আমি হতাশ হৈ পৰো। এয়া মানুহৰ সহজাত প্ৰবৃত্তিয়েই। কিন্তু সমস্যাৰ মুখামুখি কেনেদৰে হ’ব? আমাৰ কোনবোৰ বদভ্যাস এৰাটো দৰকাৰ?

এই ৫টা বদভ্যাস আমাৰা প্ৰায়বোৰ মানুহৰেই আছে। এই ৫টা বদভ্যাস দূৰ কৰিলেই সফলতাৰ বাট মসৃণ হৈ পৰে। প্ৰথমেই আমি আমাৰ বদভ্যাসসমূহ নিজেই চিনাক্ত কৰি উলিয়াব লাগিব। এই বদভ্যাসসমূহ জনাৰ পিছত সেয়া নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাব লাগে। এজন বিখ্যাত লেখকে কৈছিল, ‘মানুহৰ জীৱনৰ বদভ্যাসসমূহ চক্ৰবৃদ্ধি সুঁতত বাঢ়ি গৈ থাকে। এই বদভ্যাস দূৰ কৰাৰো চাবি-কাঠি নিজৰ হাতত। প্ৰতিটো সৰু পৰিবৰ্তনেই হৈছে এটা ডাঙৰ সাফল্যৰ অংশবিশেষ’।

১) হস্তমৈথুন বা পৰ্ণ চোৱাৰ অভ্যাস
আমাৰ দেশত দিনকদিনে পৰ্ণ এডিক্টেড লোকৰ সংখ্যা বাঢ়ি গৈছে। যাৰ ফলত আমাৰ দেশৰ যুৱচামৰ মনোযোগ কেৰিয়াৰৰ পৰা বিচলিত হৈছে। বহু কিশোৰো পৰ্ণৰ স্বীকাৰ হৈছে। এই অভ্যাসে যুৱচামৰ মানসিক ক্ষতি কৰাৰ লগতে শৰীৰৰো ক্ষতিসাধন কৰিছে।

২)অতিৰিক্তভাৱে সামাজিক মাধ্যমৰ ব্যৱহাৰ
শিশুৰ পৰা বৃদ্ধলৈকে, প্ৰায়সংখ্যকৰেই নিচা হৈ পৰিছে সামাজিক মাধ্যমৰ ব্যৱহাৰ। ছচিয়েল মিডিয়া এডিকছনে মানুহৰ সময়ৰ অপচয় ঘটাই। প্ৰযুক্তিৰ ভুল ব্যৱহাৰে বহুলোকক সময়ৰ কাম সময়ত কৰাৰ পৰা পিছুৱাই আনিছে। পৰাপক্ষচত সামাজিক মাধ্যমৰ জৰিয়তে ভাল জ্ঞান অৰ্জনৰহে চেষ্টা কৰিব লাগে।

৩) অত্যাধিক চিন্তা কৰা
এক সমীক্ষাই প্ৰকাশ কৰা অনুযায়ী ২৫-৩৫ বছৰৰ ভিতৰৰ প্ৰায় ৭৫% ব্যক্তিয়েই অভাৰথিংকিংৰ স্বীকাৰ হৈছে। অভাৰথিংকিঙে ভীতিগ্ৰস্থ কৰিছে যুৱচামক যাৰ বাবে প্ৰতিদিনেই ন ন সমস্যা বাঢ়ি গৈ আছে। সৰু সমস্যা এটাকেই ডাঙৰ মানি পিছহুহূকি আহে বহুলোকেই। অভাৰথিংকিঙে মগজুৰ সৃষ্টিশীল মানসিকাক ধ্বংস কৰিছে। ধনাত্মক চিন্তা বৃদ্ধি কৰিলেহে সফলতাৰ বাট মসৃণ হৈ পৰিব।

৪) বিপৰীত লিংগৰ সৈতে অতি বন্ধুত্ব

ছাত্ৰ জীৱনৰ বহু সময় অপচয় হয় বন্ধুত্ব স্থাপনৰ নামত। লৰা-ছোৱালী সকলোৰে ক্ষেত্ৰতেই এই বিষয়টোৱে প্ৰভাৱ পেলাই। কেৰিয়াৰ গঢ়াৰ প্ৰাৰম্ভিক কালত এইসমূহ বিষয়ত অত্যাধিক মনোযোগ দিলে শিক্ষা আহৰণত প্ৰভাৱ পৰে। কেৰিয়াৰ গঢ়াৰ এই সময়খিনিত নিজকে সংযত কৰি ৰাখিব পাৰিলেই ভৱিষ্যত জীৱন সফল হয়।

৫) অলৌকিক স্বপ্নত বিভোৰ

কৰ্ম আৰু সপোনৰ মাজত অত্যাধিক প্ৰভেদ ৰাখিব নালাগে। মানুহৰ মানসিকতাৰ যদি বিচাৰ কৰা যায় তেন্তে তিনিপ্ৰকাৰৰ মানুহ পোৱা যায়। প্ৰথমেই আহে যিয়ে কৈ ভালপায় কিন্তু বাস্তৱত কৰিবলৈ আগবাঢ়ি নাহে। দ্বিতীয়তে আহে যিয়ে কোৱাৰ লগতে কৰিবলৈ চেষ্টাও কৰে আৰু তৃতীয়তে আহে যিয়ে মুখেৰে একো নকয় কেৱল কৰ্মেৰে কৰি দেখুওৱাই। সদায়েই এই প্ৰথম দুইধৰণৰ ব্যক্তিত্বৰ অধিকাৰী হোৱাতকৈ তৃতীয়টোতহে গুৰুত্ব আৰোপ কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়
বাণিজ্য

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

May 2, 2026
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী
বিনোদন

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

May 2, 2026
Next Post
কাৰ্বিআংলঙত ডেংগুৰ ভয়াৱহ ৰূপ! ৩০৮ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ৬ লোকৰ

কাৰ্বিআংলঙত ডেংগুৰ ভয়াৱহ ৰূপ! ৩০৮ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ৬ লোকৰ

ফেচবুকত ব্লু টিক কেনেকৈ পাব? এইকেইটা সহজ উপায়েৰে আপুনিও ফেচবুকত ল’ব পাৰে ব্লু টিক…

ফেচবুকত ব্লু টিক কেনেকৈ পাব? এইকেইটা সহজ উপায়েৰে আপুনিও ফেচবুকত ল’ব পাৰে ব্লু টিক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.