• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভেলেণ্টাইন ডে’ শেষ হ’ল… আজিয়েই সাৱধান হওক এই ৩ ৰাশিৰ জাতকসকল

ভেলেণ্টাইন ডে’ শেষ হ’ল… আজিয়েই সাৱধান হওক এই ৩ ৰাশিৰ জাতকসকল

4 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

3 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

4 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

5 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

5 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

7 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

7 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

8 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

8 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

10 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

11 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

11 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভেলেণ্টাইন ডে’ শেষ হ’ল… আজিয়েই সাৱধান হওক এই ৩ ৰাশিৰ জাতকসকল

editor by editor
February 15, 2023
in জীৱনশৈলী
0
ভেলেণ্টাইন ডে’ শেষ হ’ল… আজিয়েই সাৱধান হওক এই ৩ ৰাশিৰ জাতকসকল
0
SHARES
22.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহ। ৰ’জ ডে, টেডি ডে, চকলেট ডে, প্ৰমিছ ডে, কিছ ডে, হাগ ডে সকলোবোৰৰ শেষত ১৪ ফেব্ৰুৱাৰীত পালন কৰা হয় ভেলেণ্টাইন ডে। কিন্তু তাৰ পাছৰে পৰাই অৰ্থাৎ আজিৰ দিনটোৰ পৰাই আৰম্ভ হৈছে এণ্টি ভেলেণ্টাইন ওইক। অৰ্থাৎ প্ৰেমৰ অম্ততেই বিচ্ছেদৰ সপ্তাহ। শুনিবলৈ আচৰিত লাগিলেও ১৫ ফেব্ৰুৱাৰীত পালন কৰা হয় শ্লেপ ডে। শ্লেপ ডেৰ দিনটো কেইটামান ৰাশিৰ জাতকে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী। কোনকেইটা ৰাশিৰ ব্যক্তিয়ে আজিৰ দিনটোত সাৱধানতা অৱলম্বন কৰিব।

তুলা ৰাশি
তুলা ৰাশিৰ জাতকসকলৰ বাবে ১৪ ফেব্ৰুৱাৰীৰ দিনটো বিশেষ আছিল যদিও আজিৰ দিনটো বৰ এটা ভালেৰে নাযাব এই ৰাশিৰ ব্যক্তিসকলৰ। আজিৰ দিনটোত এই ৰাশিৰ জাতকসকলে মানসিক চাপত ভুগিব পাৰে। সংগীৰ পৰা দুৰ্ব্যৱহাৰ পোৱাৰো সম্ভাৱনা আছে এই ৰাশিৰ জাতক-জাতিকাসকলৰ।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকসকলৰ আজিৰ দিনটো ভালেৰে নাযাব। এই জাতক জাতিকাৰ কঁপালত আজি দুঃখেই আছে বুলি জ্যোতিষসকলে উল্লেখ কৰিছে। সংগীৰ পৰা বেয়া ব্যৱহাৰ পাব পাৰে। প্ৰেমাস্পদসকলে এজনে আনজনক বুজিবলৈ যত্ন কৰাটো নিতান্তই প্ৰয়োজন।

ধনু ৰাশি
ধনু ৰাশিৰ জাতক-জাতিকাসকলৰো দিনটো দুচিন্তাত পাৰ হ’ব পাৰে। বিশেষকৈ প্ৰেমৰ দিশটোত বিশেষভাৱে নজৰ দিয়াটো প্ৰয়োজন। সম্পৰ্কত স্পেছ দিব, অন্যথা সম্পৰ্কত দূৰত্ব আহিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!
জীৱনশৈলী

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
Next Post
ডিব্ৰুগড় ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ জামিন মঞ্জুৰ

ডিব্ৰুগড় ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ জামিন মঞ্জুৰ

প্ৰকৃতিৰ প্ৰলয়! তুৰস্কৰ পাছতেই ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড

প্ৰকৃতিৰ প্ৰলয়! তুৰস্কৰ পাছতেই ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.