• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৮ ঘণ্টাতকৈ কম টোপনি হয়? বাঢ়ি যাব পাৰে হাৰ্টৰ ৰোগৰ লগতে এইকেইটা ৰোগ…

দৈনিক ৮ ঘণ্টাতকৈ কম টোপনি হয়? বাঢ়ি যাব পাৰে হাৰ্টৰ ৰোগৰ লগতে এইকেইটা ৰোগ…

4 years ago
ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

1 hour ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

1 hour ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

2 hours ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

3 hours ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

3 hours ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

4 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

6 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

7 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৮ ঘণ্টাতকৈ কম টোপনি হয়? বাঢ়ি যাব পাৰে হাৰ্টৰ ৰোগৰ লগতে এইকেইটা ৰোগ…

editor by editor
January 30, 2023
in জীৱনশৈলী
0
দৈনিক ৮ ঘণ্টাতকৈ কম টোপনি হয়? বাঢ়ি যাব পাৰে হাৰ্টৰ ৰোগৰ লগতে এইকেইটা ৰোগ…
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিউইয়ৰ্কৰ ইনষ্টিটিউট অৱ কাৰ্ডিঅ’ভাছকুলাৰ ৰিচাৰ্ছৰ এক গৱেষণাত পোহৰলৈ অহা তথ্যমতে নিদ্ৰাহীনতাই হাৰ্টৰ ওপৰত গভীৰভাৱে প্ৰভাৱ পেলায়। নিদ্ৰাহীনতাৰ বাবেই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায়। কভিডৰ বাবে হোৱা লকডাউনৰ পৰাই মানুহৰ জীৱনশৈলীত পৰিবৰ্তন আহিছে। পৰ্যাপ্ত পৰিমানে টোপনি নহ’লেই বহুৰোগে শৰীৰত বাহৰ পাতে। গুৰুতৰ ৰোগ যেনে হাৰ্টৰ সমস্যা, ডায়েবেটিছ, ব্লাড প্ৰেছাৰ, হৰমনৰ ভাৰসাম্যহীনতা আদি সমস্যাই দেখা দিয়ে।

নিউইয়ৰ্কৰ ইনষ্টিটিউট অৱ কাৰ্ডিঅ’ভাছকুলাৰ ৰিচাৰ্ছে বিগত ৬ সপ্তাহ ধৰি কেইবাজনো সুস্থ মানুহৰ ওপৰত গৱেষণা চলাইছিল। গৱেষণা চলাওতে এজন সুস্থ মানুহক প্ৰায় ২ ঘণ্টা কমকৈ শুবলৈ দিয়া হৈছিল। প্ৰতিদিনে দুঘণ্টা কমকৈ শুৱাৰ বাবে এইসকল ব্যক্তিৰ শৰীৰত কমি গৈছিল শ্বেতৰক্ত কণিকাৰ পৰিমান। ইফালে প্ৰাপ্তবয়স্ক কেইজনমান পুৰুষৰ ওপৰতো গৱেষণা পৃথককৈ চলোৱা হৈছিল। ব্যক্তিকেইজনক প্ৰায় ৮ ঘণ্টা সময় শুবলৈ দিয়া হৈছিল। তেওঁলোকৰো তেজৰ নমুনা পৰীক্ষা কৰাত শ্বেতৰক্ত কণিকাৰ পৰিমান সঠিক পোৱা গৈছিল। ইয়াৰপৰাই প্ৰতীয়মান হৈছিল যে যিসকলৰ টোপনি সঠিক হৈছিল তেওঁলোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা ঠিকেই আছে।

পৰীক্ষাৰ অন্ততেই গৱেষক দলটোৱে কৈছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা ঠিকে ৰাখিবলৈ এজন ব্যক্তিয়ে প্ৰতিদিনে কমেও ৭ ৰ পৰা ৮ ঘণ্টা সনয় শুৱাটো অতিকৈ প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!
জীৱনশৈলী

ৰসগোল্লাক ইংৰাজীত কি কয়? জ্ঞানীসকলে জানিব শুদ্ধ উত্তৰ!

August 21, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

August 21, 2026
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক
জীৱনশৈলী

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

August 21, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

August 21, 2026
Next Post
হাতে-কামে লাগিছে অসম আৰক্ষী! বৰমালা পিন্ধায়েই দৰা হ’ল ৰঙাঘৰৰ আলহী

হাতে-কামে লাগিছে অসম আৰক্ষী! বৰমালা পিন্ধায়েই দৰা হ’ল ৰঙাঘৰৰ আলহী

মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিয়েই ৰমাকান্তই ক’লে বাঘ হাজৰিকা আছিল…

মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিয়েই ৰমাকান্তই ক’লে বাঘ হাজৰিকা আছিল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.