• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাপ উদ্ধাৰ কৰি অৰণ্যত এৰি দিয়াটোৱে আছিল জীৱনৰ নিচা! সৰ্প দংশনত মৃত্যু এজন সৰ্পমানৱৰ

সাপ উদ্ধাৰ কৰি অৰণ্যত এৰি দিয়াটোৱে আছিল জীৱনৰ নিচা! সৰ্প দংশনত মৃত্যু এজন সৰ্পমানৱৰ

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

2 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

2 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

3 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

4 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

5 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

5 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

5 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

7 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

7 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

8 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

9 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাপ উদ্ধাৰ কৰি অৰণ্যত এৰি দিয়াটোৱে আছিল জীৱনৰ নিচা! সৰ্প দংশনত মৃত্যু এজন সৰ্পমানৱৰ

editor by editor
September 14, 2022
in বিবিধ, ভাৰত
0
সাপ উদ্ধাৰ কৰি অৰণ্যত এৰি দিয়াটোৱে আছিল জীৱনৰ নিচা! সৰ্প দংশনত মৃত্যু এজন সৰ্পমানৱৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাপ উদ্ধাৰ কৰি অৰণ্যত মেলি দিয়াটোৱে লোকজনৰ নিচা আছিল, লগতে বৃত্তিও। অঞ্চলটোত তেওঁ ‘সৰ্পমানৱ’ নামেৰে জনাজাত আছিল। ৰাজস্থানৰ চুৰু জিলাৰ বিনোদ তিৱাৰীয়ে যি সাপ উদ্ধাৰ কৰি জীৱনৰ চখ পূৰণ কৰি আহিছিল সেই সাপেই তেওঁৰ জীৱনৰ কাল হ’ল৷ সৰ্প দংশনৰ ফলতে অকাল মৃত্যু ঘটে ৪৫ বছৰীয়া বিনোদ তিৱাৰীৰ৷

শনিবাৰে পুৱা চুৰুৰ গোগামেডি অঞ্চলৰ এখন দোকানৰ বাহিৰত এটা বিষাক্ত গোখৰো প্ৰত্যক্ষ কৰে। স্থানীয় লোকে সাপটো ধৰিবলৈ বিনোদক মাতি আনে।

সাপটো ধৰি বেগত ভৰাই থাকোঁতে বিনোদ অলপ অন্যমনস্ক হৈ পৰে আৰু তেতিয়াই সাপটোৱে তেওঁৰ আঙুলিত দংশন কৰে। সাপটোৱে দংশন কৰা কেইমিনিটমানৰ ভিতৰতে বিনোদৰ মৃত্যু হয়। দোকানৰ বাহিৰত থকা চিচিটিভি কেমেৰাত এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰয়।

লগতে পঢ়ক সাৱধান! অহা চাৰিদিন ধৰি অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ’ব তীব্ৰ বৃষ্টিপাত, ধুমুহা-বজ্ৰপাত!

স্থানীয় ৰাইজে জনোৱা মতে, সাপ ধৰা বিনোদৰ বৃত্তি আৰু নিচা আছিল। তেওঁ বিভিন্ন ঠাইৰ পৰা সাপ উদ্ধাৰ কৰি হাবিত এৰি দিছিল। তেওঁ জীৱনত বহুতো বিষাক্ত সাপও উদ্ধাৰ কৰি আহিছিল।

নিজকে সৰ্পবান্ধৱ হিচাপে পৰিযচয় দিয়া বিনোদ অঞ্চলটোত সৰ্পমানৱ হিচাপে পৰিচিত হৈ পৰিছিল। স্থানীয় ৰাইজে লগতে কয় যে অঞ্চলটোৰ ৰাইজে বিনোদক অতি মৰম আৰু শ্ৰদ্ধা কৰিছিল। দেওবাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamSnake Man
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
অভ্যাস সলাওক! ধুমপানেই নহয় মদ্যপানৰ পৰাও হ’ব পাৰে কৰ্কট!

অভ্যাস সলাওক! ধুমপানেই নহয় মদ্যপানৰ পৰাও হ’ব পাৰে কৰ্কট!

মুঠতে বলীউড ফ্লপ, দক্ষিণ হিট! বলীউডৰ ভাইজানেও অনুসৰণ কৰিছে KGF-ক!

মুঠতে বলীউড ফ্লপ, দক্ষিণ হিট! বলীউডৰ ভাইজানেও অনুসৰণ কৰিছে KGF-ক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.