• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভ্যাস সলাওক! ধুমপানেই নহয় মদ্যপানৰ পৰাও হ’ব পাৰে কৰ্কট!

অভ্যাস সলাওক! ধুমপানেই নহয় মদ্যপানৰ পৰাও হ’ব পাৰে কৰ্কট!

4 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

5 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

5 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

6 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

6 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

7 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

8 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

9 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

10 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

11 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

11 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অভ্যাস সলাওক! ধুমপানেই নহয় মদ্যপানৰ পৰাও হ’ব পাৰে কৰ্কট!

editor by editor
September 14, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
অভ্যাস সলাওক! ধুমপানেই নহয় মদ্যপানৰ পৰাও হ’ব পাৰে কৰ্কট!
0
SHARES
454
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিনকদিনে সমগ্ৰ বিশ্বৰ সমান্তৰালকৈ আমাৰ দেশতো বৃদ্ধি হৈছে কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা। কৰ্কটক লৈ প্ৰতি মুহূৰ্ততে চলি আছে গৱেষণা। শেহতীয়াভাৱে এক গৱেষণাৰ অন্তত প্ৰকাশ পোৱা সমীক্ষাত চিকিৎসকে উল্লেখ কৰিছে যে এলকহল সেৱনো কৰ্কট বৃদ্ধিৰ অন্য এক কাৰণ। অতিৰিক্ত সুৰাপানৰ অভ্যাস থকা ব্যক্তিৰো কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এলকহলৰ পৰাই প্ৰায় ৭ প্ৰকাৰৰ কৰ্কট হ’ব পাৰে।

পৃথিৱীৰ সমান্তৰালকৈ দেশত বৃদ্ধি হৈছে কৰ্কট আক্ৰান্ত ৰোগীৰ সংখ্যা। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্জ-এ দিয়া তথ্য অনুযায়ী দেশত প্ৰতিদিনে ১৩০০ ব্যক্তিৰ কৰ্কটত আক্ৰান্ত হৈ মৃত্যু হয়। প্ৰথমাৱস্থাতেই কৰ্কট ধৰা পৰা ৰোগী যদিও জীয়াই থাকে তেনে ৰোগীৰো গড় আয়ুস কিন্তু যথেষ্ট কম।

কি কি কাৰণত কৰ্কট ৰোগ হ’ব পাৰে? কৰ্কট আক্ৰান্তৰ ওপৰত চিকিৎসা বিজ্ঞানে প্ৰতিদিনেই চলাইছে সমীক্ষা। কিন্তু কৰ্কট মূলত কিয় হয় এই সম্পৰ্কে বৰ্তমানলৈ সঠিক তথ্য প্ৰকাশ কৰা নাই বিজ্ঞানীসকলে। ইয়াৰ পৰিবৰ্তে আনুষংগিক কিছু কাৰণ বিজ্ঞানীমহলে প্ৰকাশ কৰিছে।

লগতে পঢ়ক ট্ৰেন্স মহিলাৰে প্ৰেমত পৰিল স্বামী! সেই কথা জানিব পাৰি পত্নীয়ে দিলে বিয়া পাতি

উদাহৰণস্বৰূপে অস্বাস্থ্যকৰ জীৱনশৈলী, বাহিৰত সঘনাই আহাৰ গ্ৰহণ কৰাৰ অভ্যাস, অত্যাধিক হাৰত ধুমপান, তেল-মছলা জাতীয় খাদ্য খোৱাৰ প্ৰৱণতা এইসমূহ আনুসংগিক কাৰণ বিজ্ঞানীমহলে প্ৰকাশ কৰিছে।

ইংলেণ্ডৰ ৰিডিং বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰকাশ কৰা নতুন সমীক্ষা মতে এলকহলৰ পৰাও হ’ব পাৰে কৰ্কট। নিয়মীতভাৱে অত্যাধিক হাৰত মদ্যপান কৰা ব্যক্তি কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

আমাৰ শৰীৰৰ কোষৰ সৈতে এলকহলৰ মিশ্ৰণত এবিধ ক্ষতিকৰ ৰাসায়নিক পদাৰ্থ শৰীৰত উৎপন্ন হয়। এই ৰাসায়নিক পদাৰ্থক বিজ্ঞানীসকলে নাম দিছে একটালডিহাইড। এই একটালডিহাইডে ডিএনএ ক ক্ষতিগ্ৰস্থ কৰে। এলকহলে শৰীৰৰ প্ৰতিটো কোষতেই কৰ্কট সৃষ্টিকাৰী ক্ষতিকাৰী পদাৰ্থৰ সৃষ্টি কৰে।

লগতে পঢ়ক সাৱধান! অহা চাৰিদিন ধৰি অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ’ব তীব্ৰ বৃষ্টিপাত, ধুমুহা-বজ্ৰপাত!

স্বাস্থ্য সম্পৰ্কীয় আলোচনী ‘নেচাৰ’ ত প্ৰকাশ কৰা অনুসৰি যিসকল ব্যক্তিয়ে দৈনিক মদ্যপান কৰে তেওঁলোকৰ তুলনাত মদ্যপান নকৰা ব্যক্তিৰ কৰ্কট আক্ৰান্ত হোৱাৰ সম্ভাৱণা কম। আলোচনীখনত প্ৰকাশ কৰা সমীক্ষাত আমেৰিকাত প্ৰতি বছৰে প্ৰায় ১২ হেজাৰ লোকৰ কৰ্কট হোৱাৰ মূল কাৰণেই অত্যাধিক মদ্যপান।

ইয়াৰোপৰি সমীক্ষামতে আমেৰিকাত বহু কমবয়সীয়া লোকো আক্ৰান্ত হয় কৰ্কটত। ইয়াৰ কাৰণো মদ্যপানেই। অত্যাধিক মদ্যপানৰ ফলত মুঠ সাতধৰণৰ কৰ্কটে শৰীৰত থিতাপি ল’ব পাৰে। যেনে- ডিঙিত হোৱা কৰ্কট, খাদ্যনলীৰ কৰ্কট, কণ্ঠনলীৰ কৰ্কট, লিভাৰৰ কৰ্কট, কলন কৰ্কট, স্তন কৰ্কট, মলাশয়ত হোৱা কৰ্কট।

চিকিৎসকে প্ৰকাশ কৰা সমীক্ষা মতে কৰ্কটৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰক্ষা পাবলৈ হ’লে মদ্যপানৰ অভ্যাস ত্যাগ কৰাটো অত্যন্ত জৰুৰী। ইয়াৰোপৰি ধুমপানৰ অভ্যাস ত্যাগ কৰি সুস্থ খাদ্যভাষ গঢ়ি তোলাটো অত্যন্ত গুৰুত্বপূৰ্ণ। নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিও কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগৰ পৰা হাত সাৰিব পাৰি।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamCancer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!
জীৱনশৈলী

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

August 18, 2026
Next Post
মুঠতে বলীউড ফ্লপ, দক্ষিণ হিট! বলীউডৰ ভাইজানেও অনুসৰণ কৰিছে KGF-ক!

মুঠতে বলীউড ফ্লপ, দক্ষিণ হিট! বলীউডৰ ভাইজানেও অনুসৰণ কৰিছে KGF-ক!

মহানগৰীৰ দুখন OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা! ১১ যুৱতীসহ ২৩ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

মহানগৰীৰ দুখন OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা! ১১ যুৱতীসহ ২৩ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.