• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহানগৰীৰ দুখন OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা! ১১ যুৱতীসহ ২৩ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

মহানগৰীৰ দুখন OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা! ১১ যুৱতীসহ ২৩ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

8 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

32 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

2 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মহানগৰীৰ দুখন OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা! ১১ যুৱতীসহ ২৩ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
September 14, 2022
in অপৰাধ, ভাৰত
0
মহানগৰীৰ দুখন OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা! ১১ যুৱতীসহ ২৩ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
52.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰক্ষীয়ে এখন মহানগৰৰ OYO হোটেলৰ কোঠাৰ পৰা অসংযত অৱস্থাত ১১ গৰাকী যুৱতীসহ ২৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীৰ মতে ধৃত লোকসকলে OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা চলাই আহিছিল৷

ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ জেহানাবাদ মহানগৰত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত দুখন বিলাসী OYO হোটেলৰ কোঠাৰ ১১ গৰাকী যুৱতীসহ ২৩ লোকক অসংযত অৱস্থাত আৱিষ্কাৰ কৰে৷ আৰক্ষীৰ মতে ধৃত লোকসকলে OYO হোটেলৰ কোঠাত অনৈতিক কৰ্মত জড়িত থকাই নহয় তেওঁলোকে তাৰ পৰাই ছেক্স ৰেকেট চলাই আহিছিল৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি OYO ছেক্স ৰেকেটৰ পৰা মহানগৰখনৰ সত্যম শিৱম ৰেষ্ট হাউছ আৰু ওমকাৰা OYO হোটেলত অনৈতিক কাৰ্য সংঘটিত হোৱাৰ গোপন তথ্য লাভ কৰে৷

লগতে পঢ়ক অভ্যাস সলাওক! ধুমপানেই নহয় মদ্যপানৰ পৰাও হ’ব পাৰে কৰ্কট!

উক্ত তথ্যৰ ভিত্তিতে আৰক্ষীয়ে হঠাতে অভিযান চলাই হোটেল দুখনৰ কোঠাৰ ভিতৰত অসংযত অৱস্থাত ধৃত লোকসকলক আৱিষ্কাৰ কৰে৷ অভিযানকাৰী আৰক্ষীয়ে হোটেল দুখনৰ সংশ্লিষ্ট কোঠাকেইটাৰ পৰা আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰিছে৷

ইয়াৰ পাছতে আৰক্ষীয়ে ধৃত লোকসকলক সোধা পোছা আৰম্ভ কৰে৷ যুৱতীকেইগৰাকীয়ে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা মতে হোটেলৰ পৰিচালকে এই কামৰ বাবে তেওঁলোকৰ পৰা ১০০০ টকাকৈ লৈছিল আৰু বিভিন্ন ঠাইৰ পৰা নিজৰ যৌন ক্ষুধা নিবাৰণৰ বাবে যুৱকসকল আহিছিল৷

আৰক্ষীয়ে যুৱতীকেইগৰাকীৰ প্ৰকাশ কৰা তথ্যৰ ভিত্তিত সকলোকে গ্ৰেপ্তাৰ কৰি এই কাণ্ড কেতিয়াৰ পৰা চলি আহিছে আৰু কোন কোন জড়িত আছে তাৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamOYO HotelOYO Sex Racket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
Next Post
বাটত বৰযাত্ৰীক ভেটা দি দৰাক ৰামপিটন দিলে কইনাঘৰীয়াই! কিয় ৰামপিটন খালে দৰাই?

বাটত বৰযাত্ৰীক ভেটা দি দৰাক ৰামপিটন দিলে কইনাঘৰীয়াই! কিয় ৰামপিটন খালে দৰাই?

নিজেই কৰিছে খোলাচা, এবাৰ দুবাৰ নহয় ৪৬৫ বাৰকৈ হৈছে বিয়াৰ কইনা!

নিজেই কৰিছে খোলাচা, এবাৰ দুবাৰ নহয় ৪৬৫ বাৰকৈ হৈছে বিয়াৰ কইনা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.