• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাটত বৰযাত্ৰীক ভেটা দি দৰাক ৰামপিটন দিলে কইনাঘৰীয়াই! কিয় ৰামপিটন খালে দৰাই?

বাটত বৰযাত্ৰীক ভেটা দি দৰাক ৰামপিটন দিলে কইনাঘৰীয়াই! কিয় ৰামপিটন খালে দৰাই?

4 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

19 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

37 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

55 minutes ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

2 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

3 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

3 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

4 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বাটত বৰযাত্ৰীক ভেটা দি দৰাক ৰামপিটন দিলে কইনাঘৰীয়াই! কিয় ৰামপিটন খালে দৰাই?

editor by editor
September 14, 2022
in বিবিধ, ভাৰত
0
বাটত বৰযাত্ৰীক ভেটা দি দৰাক ৰামপিটন দিলে কইনাঘৰীয়াই! কিয় ৰামপিটন খালে দৰাই?
0
SHARES
23.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা অতি আমোদজনক ঘটনা পোহৰলৈ আহিছে৷ বিবাহৰ মণ্ডপৰ পৰা আনিবলৈ গৈ থকা অৱস্থাতে বৰযাত্ৰীক আৱদ্ধ কৰি কইনা পক্ষৰ লোকে দৰাক উত্তম-মধ্যম শোধালে৷

ঘটনাটো উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ বুধনা কোতৱালিৰ পৰচৌলি গাঁৱৰ৷ ঘটনাৰ বিৱৰণীৰ মতে যোৱা ১০ ছেপ্টেম্বৰত চামলী জাহাংগীৰ নামৰ দৰাজনে তৃতীয় বিবাহ সম্পন্ন কৰিবলৈ বৰযাত্ৰী লৈ কইনাৰ ঘৰলৈ যাত্ৰা কৰিছিল৷

তেনে সময়তে যাত্ৰা পথত দৰাগৰাকীৰ প্ৰথমা পত্নীয়ে বাধা প্ৰদান কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ দৰাজন যে ইয়াৰ পূৰ্বেই দুবাৰকৈ বিবাহপাশত আৱদ্ধ হৈছিল সেই বিষয়ে কইনা ঘৰ অৱগত হোৱা নাছিল৷

লগতে পঢ়ক মুঠতে বলীউড ফ্লপ, দক্ষিণ হিট! বলীউডৰ ভাইজানেও অনুসৰণ কৰিছে KGF-ক!

প্ৰথমা পত্নীয়ে দৰাজনৰ এই ইতিহাস ফাদিল কৰাৰ পাছতে ক্ষুব্ধ কইনা ঘৰৰ লোকে পথতে বৰযাত্ৰীক আৱদ্ধ কৰি দৰাক প্ৰহাৰ কৰিবলৈ ধৰে৷ এই সমগ্ৰ দৃশ্য এজন লোকে মোবাইলৰ কেমেৰাৰে বন্দী কৰি পিছত এজন লোকে সামাজিক মাধ্যম ভাইৰেল কৰে৷

ইফালে ঘটনা সন্দৰ্ভত কইনাৰ ভাতৃয়ে প্ৰকাশ কৰিছে যে পূৰ্বে দুবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱাৰ কথা দৰাই কইনাপক্ষৰ পৰা লুকুৱাই ৰাখিছিল৷ এই কথা ফাদিল হোৱাৰ পাছতে কইনা পক্ষৰ লোকসকল ক্ষুব্ধ হৈ এইদৰে দৰাক আক্ৰমণ কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
নিজেই কৰিছে খোলাচা, এবাৰ দুবাৰ নহয় ৪৬৫ বাৰকৈ হৈছে বিয়াৰ কইনা!

নিজেই কৰিছে খোলাচা, এবাৰ দুবাৰ নহয় ৪৬৫ বাৰকৈ হৈছে বিয়াৰ কইনা!

মলদ্বাৰত প্লাষ্টিকৰ বল ভৰাই ল’লে এজন লোকে! তাৰ পাছত কি হ’ল? জানিবলৈ চাওক…

মলদ্বাৰত প্লাষ্টিকৰ বল ভৰাই ল’লে এজন লোকে! তাৰ পাছত কি হ’ল? জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.