• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মলদ্বাৰত প্লাষ্টিকৰ বল ভৰাই ল’লে এজন লোকে! তাৰ পাছত কি হ’ল? জানিবলৈ চাওক…

মলদ্বাৰত প্লাষ্টিকৰ বল ভৰাই ল’লে এজন লোকে! তাৰ পাছত কি হ’ল? জানিবলৈ চাওক…

4 years ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

1 hour ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

2 hours ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

2 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

3 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

4 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

4 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

5 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

5 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

5 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

6 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

7 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

মলদ্বাৰত প্লাষ্টিকৰ বল ভৰাই ল’লে এজন লোকে! তাৰ পাছত কি হ’ল? জানিবলৈ চাওক…

editor by editor
September 14, 2022
in বিবিধ, বিশ্ব, স্বাস্থ্য
0
মলদ্বাৰত প্লাষ্টিকৰ বল ভৰাই ল’লে এজন লোকে! তাৰ পাছত কি হ’ল? জানিবলৈ চাওক…
0
SHARES
10k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহে কিমান যে আশ্বৰ্যকৰ কাণ্ড সংঘটিত কৰি নাথাকে! এইবাৰ জৰ্ডানৰ এজন ৫১ বছৰীয়া লোকে সংঘটিত কৰা এক আশ্বৰ্যজনক কাণ্ড পোহৰলৈ আহিছে৷

প্ৰকাশিত খবৰ অনুসৰি লোকজনে নিজৰে মলদ্বাৰেদি এটা প্লাষ্টিকৰ বল ভৰাই দিয়ে৷ ইয়াৰ পিছতে অসুস্থ হৈ পৰা লোকজনে চিকিৎসালয় ভৰ্তি হৈ অস্ত্ৰোপচাৰৰ জৰিয়তে বলটো মলদ্বাৰৰ ভিতৰৰ পৰা উলিয়াব লগা হয়৷

লোকজনে দাবী কৰা মতে তেওঁ অৰ্শ ৰোগত ভুগি আছিল আৰু এটা প্লাষ্টিকৰ বল মলদ্বাৰত সুমুৱাই দিলে ইয়াৰ পৰা উপশম লাভ কৰিব কৈ পত্নীয়ে বলটো মলদ্বাৰত ভৰাই দিয়ে৷ বলটো মলদ্বাৰত ভৰাই দিয়াৰ পিছত তেওঁলোকে ইয়াক বাহিৰলৈ উলিয়াব নোৱাৰা হ’ল৷

লগতে পঢ়ক বাটত বৰযাত্ৰীক ভেটা দি দৰাক ৰামপিটন দিলে কইনাঘৰীয়াই! কিয় ৰামপিটন খালে দৰাই?

ইয়াৰ পাছতে মলদ্বাৰত সোমাই থকা বলটো উলিয়াবলৈ তেওঁলোকে স্ক্ৰু ড্ৰাইভাৰ আৰু চামুচ ব্যৱহাৰ কৰে৷ কিন্তু ইয়াৰ ফলত লোকজনৰ মলদ্বাৰৰ ভিতৰত ঘাৰ সৃষ্টি হয়৷ তেওঁলোকৰ প্ৰচেষ্টা ব্যৰ্থ হয়৷

অৱশেষত উপায়ন্তৰ হৈ দুদিনৰ পাছত লোকজনে চিকিৎসকৰ কাষ চাপে৷ লোকজন ইৰবিদৰ ‘প্ৰিন্সেছ বাছমা টিচিং হাস্পতাল’ত ভৰ্তি হয়৷ চিকিৎসকে প্ৰথমে জুলীয়া পদাৰ্থ ব্যৱহাৰ কৰি বলটো গুটীয়াই দি মলদ্বাৰৰ পৰা বাহিৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকো সফল নহ’ল৷

ইয়াৰ পাছতে চিকিৎসকে অস্ত্ৰোপচাৰ কৰি লোকজনৰ মলদ্বাৰৰ পৰা ৭ ছেণ্টিমিটাৰ ব্যাসৰ বলটো বাহিৰ কৰে৷

লগতে পঢ়ক মহানগৰীৰ দুখন OYO হোটেলৰ কোঠাত যৌনতাৰ বেহা! ১১ যুৱতীসহ ২৩ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

এই সমগ্ৰ ঘটনাটোৰ বিষয়ে চিকিৎসকে ‘ইন্টাৰনেচনেল জাৰ্ণেৱ অৱ চাৰ্জাৰী কেছ ৰিপ’ৰ্ট’ নামৰ বৈজ্ঞানিক গৱেষণা পত্ৰত আলোচনা কৰিছে৷ চিকিৎসকসকলে প্ৰকাশ কৰা মতে লোকজনে দাবী কৰাৰ দৰে তেওঁলোকে কোনো অৰ্শৰ ৰোগৰ লক্ষণ দেখা পোৱা নাছিল৷

চিকিৎসকসকলৰ মতে ব্যক্তিজনে অপ্ৰাকৃতিক যৌন সুখ পাবলৈহে এই কাণ্ড সংঘটিত কৰিছিল। কিন্তু লাজত এই কথা ক’ব নোৱাৰি অৰ্শ ৰোগত ভুগি থকা বুলি চিকিৎসকৰ আগত আখৈ মাতিছিল৷

চিকিৎসকসকলৰ মতে অস্ত্ৰোপচাৰৰ পিছত ৰোগীজন শীঘ্ৰেই সুস্থ হৈ উঠে৷ অৱশ্যে এনে কামৰ পৰা সকলোকে বিৰত থাকিবলৈ সকীয়নি দি চিকিৎসকসকলে কয় যে এনে কাম কেতিয়াবা প্ৰাণঘাতী হৈ পৰিবও পাৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট
বিনোদন

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

May 7, 2026
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!
বাণিজ্য

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

May 7, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
Next Post
বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?

বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?

গৈছিল শুকুৰবাৰে মছজিদত বোমা দিবলৈ, কিন্তু গ্ৰহণ কৰিলে ইছলাম৷ কাৰণ জানিলে আপুনিও বিস্মিত হ’ব…

গৈছিল শুকুৰবাৰে মছজিদত বোমা দিবলৈ, কিন্তু গ্ৰহণ কৰিলে ইছলাম৷ কাৰণ জানিলে আপুনিও বিস্মিত হ’ব…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.