• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?

বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?

4 years ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

4 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

5 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

6 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

6 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

7 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

8 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

8 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

9 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

9 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

11 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?

editor by editor
September 15, 2022
in অপৰাধ, ভাৰত
0
বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?
0
SHARES
5.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ শিশু কন্যাক ডিজিটেল ধৰ্ষণৰ অন্য এক ঘটনা পোহৰলৈ আহিছে৷ এইবাৰো উত্তৰ প্ৰদেশৰ নয়ডাত এগৰাকী ৪ বছৰীয়া ছাত্ৰী ডিজিটেল ধৰ্ষণৰ বলি হৈছে৷

প্ৰকাশিত খবৰ অনুসৰি নয়ডাৰ ৩৭ নং ছেক্টৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ৪ বছৰীয়া এগৰাকী ছাত্ৰীক এজন অচিনাকী যুৱকে ডিজিটেল ধৰ্ষণ কৰে৷ অসুস্থ ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতহে ঘটনাটো পোহৰলৈ আহে৷

ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃয়ে প্ৰকাশ কৰা মতে তেওঁৰ কন্যা বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়ে কয় যে শৰীৰত খজুৱতি হৈছে৷ মাতৃয়ে শৰীৰত পাউডাৰ লগাই দিয়াৰ পাছতো খজুৱতি কমি নোযোৱাত ছাত্ৰীগৰাকীক অৱশেষত চিকিৎকৰ ওচৰলৈ লৈ যোৱা হয়৷

লগতে পঢ়ক নিজেই কৰিছে খোলাচা, এবাৰ দুবাৰ নহয় ৪৬৫ বাৰকৈ হৈছে বিয়াৰ কইনা!

চিকিৎসকৰ আগত ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত ঘটা ঘটনাটো বিৱৰী কয়৷ ইয়াৰ পাছতে চিকিৎসকে ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি নিশ্চিত হয় যে ৪ ছাত্ৰীগৰাকী ডিজিটেল যৌন নিৰ্যাতনৰ বলি হৈছে৷ ইয়াৰ পাছতে যোৱা বুধবাৰে ছাত্ৰীগৰাকীৰ অভিভাৱকে নয়ডাৰ ৩৯ নং ছেক্টৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে৷

ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ অভিযোগৰ পিছতে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বিদ্যালয়খনৰ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি অভিযুক্ত যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷

লগতে পঢ়ক বাটত বৰযাত্ৰীক ভেটা দি দৰাক ৰামপিটন দিলে কইনাঘৰীয়াই! কিয় ৰামপিটন খালে দৰাই?

কি এই ‘ডিজিটেল ধৰ্ষণ’?

আচলতে ডিজিটেলভাৱে সংঘটিত কোনো যৌন অপৰাধক ‘ডিজিটেল ধৰ্ষণ’ বুলি কোৱা নহয়৷ অৰ্থাৎ ইণ্টাৰনেটত কাৰোবাৰ পৰিচয় বিকৃত কৰা বা কোনো ডিজিটেল প্লেটফৰ্মৰ অপব্যৱহাৰ কৰা যোগেদি যৌন অপৰাধ কৰাকে ডিজিটেল ধৰ্ষণ বুলি কোৱা নহয়৷

কিন্তু সন্মতি অবিহনে কোনো ছোৱালী বা নাৰীৰ গোপন অংগত হাতৰ আঙুলি বা ভৰিৰ আঙুলি প্ৰৱেশ কৰোৱাই জোৰকৈ যৌন সম্পৰ্ক কৰাটোকহে ডিজিটেল ধৰ্ষণ বুলি কোৱা হয়৷

আনহাতে, ২০১২ চনৰ ডিচেম্বৰ মাহলৈকে ভাৰতত ডিজিটেল ধৰ্ষণক এক প্ৰকাৰৰ ধৰ্ষণ বুলি গণ্য কৰা হোৱা নাছিল। কিন্তু নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ গোচৰৰ পিছত ভাৰতে এই যৌন অপৰাধক ‘ডিজিটেল ধৰ্ষণ’ হিচাপে শ্ৰেণীভুক্ত কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamdigital rape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত
বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

July 1, 2026
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ
ভাৰত

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

July 1, 2026
Next Post
গৈছিল শুকুৰবাৰে মছজিদত বোমা দিবলৈ, কিন্তু গ্ৰহণ কৰিলে ইছলাম৷ কাৰণ জানিলে আপুনিও বিস্মিত হ’ব…

গৈছিল শুকুৰবাৰে মছজিদত বোমা দিবলৈ, কিন্তু গ্ৰহণ কৰিলে ইছলাম৷ কাৰণ জানিলে আপুনিও বিস্মিত হ’ব…

সুৰাই আমুৱাইছে নেকি সুৰাপায়ীক! দিয়া হৈছে বাম্পাৰ অফাৰ এবটল কিনিলে এবটল ফ্ৰী…

সুৰাই আমুৱাইছে নেকি সুৰাপায়ীক! দিয়া হৈছে বাম্পাৰ অফাৰ এবটল কিনিলে এবটল ফ্ৰী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.