• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আচৰিত! ৪০০০ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইল, কিন্তু এটা দাগো নপৰে মোবাইলটোত

আচৰিত! ৪০০০ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইল, কিন্তু এটা দাগো নপৰে মোবাইলটোত

2 years ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

10 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

10 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

11 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

11 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

13 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

13 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

14 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

15 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

16 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

16 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

17 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আচৰিত! ৪০০০ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইল, কিন্তু এটা দাগো নপৰে মোবাইলটোত

editor by editor
April 10, 2024
in প্ৰযুক্তি, বিশ্ব
0
আচৰিত! ৪০০০ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইল, কিন্তু এটা দাগো নপৰে মোবাইলটোত
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আচৰিত! ৪০০০ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইল, কিন্তু এটা দাগো নপৰে মোবাইলটোত

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই আচৰিত কৰি তুলিছে বহুতো লোকক। কিয়নো এটা সাধাৰণ মোবাইল ফোন বহু হাজাৰ উচ্চতাৰ পৰা পেলাই দিয়াৰ পাছতো অকনো বেয়া নহয় মোবাইল ফোনটো। ফোনটোত কতো অকনমান ক্ৰেছ নপৰে।

যি ভিডিঅ’ই এতিয়া একপ্ৰকাৰৰ খলকনি তুলিছে সামাজিক মাধ্যমত। এজন লোকৰ অশাৱধানবশত ৪ হাজাৰ মিটাৰ উচ্চতাৰ পৰা পৰি যায় মোবাইলটো, পাছত সম্পূৰ্ণ ঠিক অৱস্থাত উদ্ধাৰ কৰে মোবাইলটো।

এই ফোনটো কোনো নজনা কোম্পানী নহয়, বৰঞ্চ আপোনাৰ মোৰ একেবাৰে পৰিচিত কোম্পানী ছেমচাং। এই কোম্পানীৰে Samsung Galaxy S24 Ultra মডেল এই মোবাইলটো।

যি কোম্পানীটোৰ আটাইতকৈ দামী ফোন। ইয়াৰ বজাৰ মূল্য লাখৰো অধিক। নিৰ্মাণৰ মানদণ্ডৰ ক্ষেত্ৰত ই যথেষ্ট উৎকৃষ্ট। ইয়াৰ ডিছপ্লেত গৰিলা গ্লাছৰ এটা সুৰক্ষামূলক স্তৰ প্ৰদান কৰা হৈছে।

স্কাইডাইভিং কৰি থাকোঁতে ফ্ৰেংক নামৰ এজন লোকৰ পকেটৰ পৰা ফোনটো ওলাই পৰে আৰু তললৈ সৰি পৰে। ফোনটো পৰাৰ সময়ত ইয়াৰ উচ্চতা আছিল ৪০০০ মিটাৰ।

পাছত লোকজনে তললৈ আহি গুগলৰ লাইভ লোকেচনৰ জৰিয়তে মোবাইলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Best Mobilemobile Bestviral Mobileviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন
বিশ্ব

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

May 24, 2026
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?
প্ৰযুক্তি

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

May 23, 2026
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

May 23, 2026
কিশোৰ-কিশোৰীৰ মাজত যৌ**ন সম্পৰ্ক এতিয়া আৰু ধ**ৰ্ষণ নহয়! নেপালৰ জেন-জি প্ৰধানমন্ত্ৰীয়ে Gen-Zৰ বাবে অনা ৰোমিঅ’-জুলিয়েট আইনত কি কি আছে?
বিশ্ব

কিশোৰ-কিশোৰীৰ মাজত যৌ**ন সম্পৰ্ক এতিয়া আৰু ধ**ৰ্ষণ নহয়! নেপালৰ জেন-জি প্ৰধানমন্ত্ৰীয়ে Gen-Zৰ বাবে অনা ৰোমিঅ’-জুলিয়েট আইনত কি কি আছে?

May 23, 2026
Next Post
পুনৰ আন এক আৱেদন নাকচ, ক্ৰমাম্বয়ে চক্ৰবেহুত সোমাই গৈ আছে নেকি কেজৰিৱাল

পুনৰ আন এক আৱেদন নাকচ, ক্ৰমাম্বয়ে চক্ৰবেহুত সোমাই গৈ আছে নেকি কেজৰিৱাল

দুৰ্ঘটনাত হেৰুৱালে হাতৰ লগতে দুয়োখন ভৰি, বাকি থকা মাত্ৰ ৩টা আঙুলিৰে কৰি দেখুৱালে দেশৰ ভিতৰতে এয়া

দুৰ্ঘটনাত হেৰুৱালে হাতৰ লগতে দুয়োখন ভৰি, বাকি থকা মাত্ৰ ৩টা আঙুলিৰে কৰি দেখুৱালে দেশৰ ভিতৰতে এয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.