• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোহলীয়ে কি ক’লে ৰিয়ান সন্দৰ্ভত, দেশ জুৰি চৰ্চিত

2 years ago
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

8 hours ago
পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?

9 hours ago
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

10 hours ago
নিঃশব্দে কিডনিত ৰোগে বাঁহ বন্ধাৰ বিপদ সংকেত দিয়ে চকুৱে! কি কি লক্ষণ অৱহেলা কৰিলে বাঢ়িব মৃত্যুৰ শংকা?

ফেটি লিভাৰৰ প্ৰথম সংকেত! ভৰিৰ এই লক্ষণ দেখিলেই সাৱধান

11 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

১২ বছৰ পাছত কৰ্কট ৰাশিত গোচৰ কৰিব দেৱগুৰু বৃহস্পতিয়ে, টকা-সম্পদ বাঢ়িব ৪ৰাশিৰ

12 hours ago
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

কালিয়েই নিজৰ ঘৰলৈ আহিব বুধ, মিথুন ৰাশিত বুধৰ গোচৰ, টকাৰ চমক দেখিব কোন কোন ৰাশিয়ে?

13 hours ago
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

1 day ago
ঘৰত ৰাখক এই ৭সামগ্ৰী, বাঢ়িব অৰ্থ সম্পদ, পাব মা লক্ষ্মীৰ আশীৰ্বাদ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কোহলীয়ে কি ক’লে ৰিয়ান সন্দৰ্ভত, দেশ জুৰি চৰ্চিত

editor by editor
August 7, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কোহলীয়ে কি ক’লে ৰিয়ান সন্দৰ্ভত, দেশ জুৰি চৰ্চিত
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোহলীয়ে কি ক’লে ৰিয়ান সন্দৰ্ভত, দেশ জুৰি চৰ্চিত

তোমাৰ তাত কিবা এটা বিশেষ আছে, ভাৰতৰ বাবে মেচ বিজয়ী হোৱাৰ ক্ষমতা আছে তোমাৰ, ৰিয়ান সন্দৰ্ভত বিৰাট কোহলীৰ বিশেষ মন্তব্য। এতিয়া সেই মন্তব্যৰ দৃশ্য চাৰিওফালে ভাইৰেল হৈ পৰিছে। ৰিয়ান একপ্ৰকাৰ ভাৰতীয় ক্ৰিকেট দলৰ নয়নৰ মণি সদৃশ হৈ পৰিছে।

লাখ লাখ উদীয়মান ক্ৰিকেটাৰৰ আদৰ্শ হিচাপে পৰিগণিত হোৱা বেটছমেন তথা ভাৰতীয় প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে বুধবাৰে যুৱ খেলুৱৈ ৰিয়ান পৰাগক অভিষেককাৰীৰ টুপী উপহাৰ দিয়ে। আইডলৰ পৰা কেপ লাভ কৰি নথৈ আনন্দিত ৰিয়ান পৰাগ।

https://x.com/i/status/1821121700160815376

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) এক্স হেণ্ডেলত এটা হৃদয়স্পৰ্শী ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত, বিৰাট কোহলীয়ে তেওঁৰ বাকী সতীৰ্থসকলৰ উপস্থিতিত ৰিয়ান পৰাগক ইণ্ডিয়া কেপ উপহাৰ দিয়ে, লগতে ৰিয়ানৰ প্ৰশংসা কৰি ভাৰতীয় দলৰ ভৱিষ্যত আখ্যা দিয়ে।

https://x.com/assamcric/status/1821121700160815376

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ তৃতীয় আৰু শৃংখলাৰ নিৰ্ণায়ক খেলখনত দুয়ো দলৰ মুখামুখি হোৱাৰ পূৰ্বে অনুষ্ঠিত অনুষ্ঠানৰ সময়ত বিৰাট কোহলীয়ে অভিষেক ক্ৰিকেটাৰগৰাকীক প্ৰশংসা কৰি কয় যে তেওঁৰ মাজত বিশেষ কিবা এটা আছে যে নিৰ্বাচকসকলে তেওঁক বাছি লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক উপস্থাপন কৰাৰ সুযোগ দিয়ে।

বিৰাট কোহলীয়ে কয় যে,- “ৰিয়ানে ভাৰতৰ হৈ প্ৰথমখন টেষ্টখেল পোৱাৰ বাবে অভিনন্দন। আজিৰ ক্ৰিকেটত আমি সকলোৱে জানো, প্ৰদৰ্শনৰ বাহিৰেও নিৰ্বাচিত হোৱাৰ বাবে অনুৰাগীসকলে তোমাক চাই আছে, তোমাৰ মাজত সকলোৱে কিবা এটা বিশেষ দেখিছে। কেপ্তেইন ৰোহিতৰ সৈতে কথা পাতিছে। নিৰ্বাচন, আৰু সকলোৱে তোমাৰ মাজত কিবা এটা বিশেষ দেখিছে। ভাৰতৰ বাবে মেচ জয়ী হোৱাৰ ক্ষমতা আছে তোমাৰ মাজত। মোৰো সেয়া বিশ্বাস আছে। আমাৰ সকলোৰে তোমাৰ ওপৰত বিশ্বাস আছে। ইয়াতকৈ ভাল সময় নাই তোমাৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰাৰ।” ৰিয়ানক এইদৰে কৈয়ে ভাৰতীয় দলৰ কেপ পিন্ধাই দিয়ে বিৰাট কোহলীয়ে।

https://x.com/BCCI/status/1821117433526308895

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India VS SrilanksIndian Cricket Teamriyan paragvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাৰ্লাৰেই অপশ্ব্যন নহয়, ঘৰতেই আছে চুলিৰ বাবে উপকাৰী ঔষধ, মাত্ৰ ৭ দিনতেই কমিব চুলি সৰা সমস্যা, কেনেকৈ ঘৰুৱাভাৱে তৈয়াৰ কৰিব হেয়াৰ পেক?
জীৱনশৈলী

May 28, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক
জীৱনশৈলী

মুখ্যমন্ত্ৰীৰ আসনক লৈ টনাআঁজোৰা! কংগ্ৰেছশাষিত কৰ্ণাটকত পাঁচ বছৰ নৌহঁওতেই সলনি মুখ্যমন্ত্ৰী, ছিদ্দাৰামাইয়াৰ পদত্যাগ মানেই কৰ্ণাটকে নতুন মুখ্যমন্ত্ৰী হিচাপে পাব ডি কে শিৱকুমাৰক

May 28, 2026
Next Post
চীনৰ পাছতে বাংলাদেশ বিশ্বৰ দ্বিতীয় বৃহত্তম বস্ত্ৰ উদ্যোগৰ ঠাই, কিদৰে বানপানীয়ে ধুই থকা দেশ ইমান সফল

১২০ দিন ধৰি লক্ষ্মী-গণেশৰ কৃপা থাকিব ৩ ৰাশিৰ লোকৰ ওপৰত, গঠিত হৈছে ধন-বৰ্ষা যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন