• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হুকহুকাই কান্দিছে পিতৃ-মাতৃয়ে,  ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈছে পুত্ৰ, কিন্তু…

হুকহুকাই কান্দিছে পিতৃ-মাতৃয়ে,  ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈছে পুত্ৰ, কিন্তু…

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

হুকহুকাই কান্দিছে পিতৃ-মাতৃয়ে,  ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈছে পুত্ৰ, কিন্তু…

editor by editor
May 9, 2024
in Uncategorized, অসম, উত্তৰ-পূব, গুৱাহাটী
0
হুকহুকাই কান্দিছে পিতৃ-মাতৃয়ে,  ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈছে পুত্ৰ, কিন্তু…
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হুকহুকাই কান্দিছে পিতৃ-মাতৃয়ে,  ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতীৰে উত্তীৰ্ণ হৈছে পুত্ৰ, কিন্তু…

আজি ৯ মে’ বৃহস্পতিবাৰে পুৱা ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ লগে লগে পৰীক্ষাৰ্থী থকা প্ৰায় সকলো ঘৰতে সুখৰ ঢল নামে। ঘৰে ঘৰে জিলাই জিলাই ফুৰ্তি কৰা দেখা যায়।

পাছে তাৰে মাজতে এখন ঘৰত আজি কান্দোনৰ ৰোল। কান্দোনত একেবাৰে ভাঙি পৰিছে পিতৃমাতৃ। পুত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিকত। ৫ টা বিষয়ত লেটাৰ মাৰ্ক লৈ ৮৮ শতাংশৰে ডিষ্টিংচন নম্বৰ লাভ কৰি ভাল ফলাফল কৰি দেখুৱাই পুত্ৰই।

নগাঁৱৰ কঠিয়াতলীৰ সেই ঘৰখনত কিন্তু আজি এই সুন্দৰ ফলাফল লবলৈ নাই পুত্ৰ ৰমেন বিশ্বাস। যাৰ বাবে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে হুকহুকাই কান্দিছে ৰমেন বিশ্বাসৰ পিতৃ-মাতৃয়ে।

ৰিজাল্ট লোৱাৰ মাথো ৪ দিন পূৰ্বেই এই পৃথিৱীৰ পৰা বিদায় মাগে ৰমেনে। চাৰিদিন পূৰ্বে এক শোকাৱহ পথ দুৰ্ঘটনাত চিৰদিনৰ বাবে পিতৃ-মাতৃৰ বুকু খালি কৰি বিদায় লৈ গুচি যায় ৰমেন বিশ্বাস। সেয়েহে আজি পুত্ৰৰ ফলাফল ঘোষণাৰ পাছতে কান্দোনত ভাঙি পৰিছে পিতৃ-মাতৃ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam HS Resulths resultHs result AssamNogaonresult
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
Next Post
কাছক খাদ্য খুৱাই আছিল যুৱতী, হঠাতে আহি পালে এনে এবিধ জীৱ, কোনোমতে প্ৰাণ লৈ পয়ালন, ভিডিঅ’ চালে শিয়ৰি উঠিব আপুনিও

কাছক খাদ্য খুৱাই আছিল যুৱতী, হঠাতে আহি পালে এনে এবিধ জীৱ, কোনোমতে প্ৰাণ লৈ পয়ালন, ভিডিঅ' চালে শিয়ৰি উঠিব আপুনিও

মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়

মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.