• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল সোনাক্ষী সিন্হাৰ, সামাজিক মাধ্যম যোগে প্ৰত্যুত্তৰ

মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল সোনাক্ষী সিন্হাৰ, সামাজিক মাধ্যম যোগে প্ৰত্যুত্তৰ

1 year ago
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

11 minutes ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

44 minutes ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

1 hour ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

2 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

3 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

4 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

4 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

5 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

6 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

7 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল সোনাক্ষী সিন্হাৰ, সামাজিক মাধ্যম যোগে প্ৰত্যুত্তৰ

editor by editor
December 17, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল সোনাক্ষী সিন্হাৰ, সামাজিক মাধ্যম যোগে প্ৰত্যুত্তৰ
0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল সোনাক্ষী সিন্হাৰ, সামাজিক মাধ্যম যোগে প্ৰত্যুত্তৰ

বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হাৰ সামাজিক মাধ্যমৰ এটা পোষ্ট ভাইৰেল হৈ পৰিছে। শক্তিমানখ্যাত অভিনেতা মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল অভিনেত্ৰী সোনাক্ষীৰ। সামাজিক মাধ্যমৰ পোষ্টত মুকেশ খান্নাক টানকৈ কয় অভিনেত্ৰীগৰাকীয়ে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি সোনাক্ষীয়ে অমিতাভ বচ্চনৰ ‘কৌন বনেগা কড়োৰপতি’ অনুষ্ঠানৰ এটা শ্বোত অংশ লৈছিল। সেই অনুষ্ঠানৰ পাছে এটা প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল সোনাক্ষী। সেই প্ৰশ্নটো আছিল- ৰাম-ৰাবণৰ যুদ্ধত মৃত্যুশয্যাত থকা লক্ষণৰ বাবে সঞ্জীৱনী বুটি কোনে আনি দিছিল।

বহু পুৰণি সেই অনুষ্ঠানটোৰ নতুনকৈ উলিয়াই মুকেশ খান্নাই সোনাক্ষীক ট্ৰোল কৰাৰ লগতে শত্ৰুঘ্ন সিন্হাৰ সন্তানৰ সংস্কাৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। সন্তান ভালদৰে ৰামায়ণ নিশিকালে বুলি মন্তব্য কৰে মুকেশ খান্নাই।

পিতৃৰ ওপৰত তেনে মন্তব্য কৰাত ক্ৰোধান্বিত হৈ পৰে সোনাক্ষি। যাৰ বাবে সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে লিখে-

ভুল হোৱাটো ডাঙৰ কথা নহয়। মানুহ মাত্ৰেই ভুল হয়। পাহৰি যোৱাটোও কোনো ডাঙৰ কথা নহয়। কেবিচিৰ মঞ্চত সেই সময়ত মোৰ সৈতে থকা আন দুগৰাকী মহিলাইয়ো পাহৰি গৈছিল কোনো সঞ্জীৱনী আনিছিল। কিন্তু সেই ভুলৰ বাবে ইমান ডাঙৰ দোষ কাৰোবাৰ ওপৰত জাপি দিয়াটো অনুচিত।

লগতে ইয়াকো কয় যে, – ৰামে ক্ষমা কৰি দিয়াৰ ওপৰত বিশ্বাস ৰাখিছিল। মন্থৰা, কৈকয়ী আনকি ৰাৱণকো যুদ্ধৰ অন্তত ক্ষমা কৰি দিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mukesh Khannasocial mediaSonakshi SinhaViral Post
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী
জীৱনশৈলী

পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

April 22, 2026
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ
প্ৰযুক্তি

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

April 22, 2026
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!
জীৱনশৈলী

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

April 22, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

April 22, 2026
Next Post
কাইলৈ ইন্দ্ৰ যোগত পুষ্য নক্ষত্ৰ, টকাই টকা বৰষিব ৫ ৰাশিৰ জীৱনত

কাইলৈ ইন্দ্ৰ যোগত পুষ্য নক্ষত্ৰ, টকাই টকা বৰষিব ৫ ৰাশিৰ জীৱনত

ওস্তাদৰ এক নজনা কথা, নিজৰ সৌন্দৰ্যৰে হৰুৱাইছিল অমিতাভ বচ্চনক

ওস্তাদৰ এক নজনা কথা, নিজৰ সৌন্দৰ্যৰে হৰুৱাইছিল অমিতাভ বচ্চনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.