• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰানজিট ৰিমাণ্ডত সোনমক মাজনিশাই অনা হ’ল মেঘালয়লৈ, শ্বিলঙৰ বিশেষ প্ৰসুতি হাস্পতালত সোনমৰ স্বাস্থ্যপৰীক্ষা, অন্তঃসত্ত্বা নেকি সোনম?

ট্ৰানজিট ৰিমাণ্ডত সোনমক মাজনিশাই অনা হ’ল মেঘালয়লৈ, শ্বিলঙৰ বিশেষ প্ৰসুতি হাস্পতালত সোনমৰ স্বাস্থ্যপৰীক্ষা, অন্তঃসত্ত্বা নেকি সোনম?

1 year ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

39 minutes ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

2 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

2 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

2 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

10 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

10 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

11 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

11 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

12 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

13 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

14 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ট্ৰানজিট ৰিমাণ্ডত সোনমক মাজনিশাই অনা হ’ল মেঘালয়লৈ, শ্বিলঙৰ বিশেষ প্ৰসুতি হাস্পতালত সোনমৰ স্বাস্থ্যপৰীক্ষা, অন্তঃসত্ত্বা নেকি সোনম?

ট্ৰানজিট ৰিমাণ্ডত সোনমক মাজনিশাই অনা হ’ল মেঘালয়লৈ, শ্বিলঙৰ প্ৰসুতি হাস্পতালত সোনমৰ স্বাস্থ্যপৰীক্ষা, অন্তঃসত্ত্বা নেকি সোনম?

editor by editor
June 11, 2025
in জীৱনশৈলী, ভাৰত
0
ট্ৰানজিট ৰিমাণ্ডত সোনমক মাজনিশাই অনা হ’ল মেঘালয়লৈ, শ্বিলঙৰ বিশেষ প্ৰসুতি হাস্পতালত সোনমৰ স্বাস্থ্যপৰীক্ষা, অন্তঃসত্ত্বা নেকি সোনম?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙলবাৰে নিশাই শ্বিলঙলৈ লৈ অহা হৈছে স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰা অভিযুক্ত সোনম ৰঘুবংশীক৷ গাজিপুৰ আদালতৰ পৰা ট্ৰানজিট ৰিমাণ্ডক লৈ অহাৰ পাছতেই আজি বুধবাৰে সোনমক শ্বিলং আদালতত হাজিৰ কৰোৱা হ’ব৷ মেঘালয় আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি উত্তৰপ্ৰদেশৰ গাজিপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল সোনমে৷ ৯মেৰ পুৱাই নন্দগঞ্জ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সোনমক৷ ইয়াৰপাছতেই তেওঁক মেঘালয়লৈ লৈ অহাৰ বাবে ট্ৰানজিট ৰিমাণ্ডৰ আবেদন কৰা হয়৷ সেই আবেদন মঞ্জুৰ হোৱাৰ পাছতেই সোনমক মেঘালয়লৈ লৈ অহা হৈছে৷

মেঘালয়ৰ এগৰাকী আৰক্ষী বিষয়াই জনাইছে যে গাজিপুৰৰ পৰা পাটনালৈ লৈ অহা হৈছে সোনমক৷ তাৰ পৰা ফ্লাইটেৰে কলকাতা আৰু কলকাতাৰ পৰা গুৱাহাটীলৈ আনি গুৱাহাটীৰ পৰা বাহনেৰে লৈ যোৱা হৈছে সোনম ৰঘুবংশীসহ অইন হত্যাকাৰীকেইটাক৷ এই যাত্ৰাপথত সোনমে কোনো ধৰণৰ মন্তব্য কৰা নাই বুলিও জনাইছে মেঘালয় আৰক্ষীয়ে৷ মাজনিশা শ্বিলঙত উপস্থিত হোৱাৰ পাছতেই শ্বিলংৰ গণেশ দাস হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে সোনমৰ৷

বিবাহৰ পাছতেই ২১ মেত হানিমুন কৰিবলৈ মেঘালয়লৈ আহিছিল ৰাজা আৰু সোনম ৰঘুবংশী৷ ইয়াৰ পাছতেই ২৩ মেত একেলগে শেষবাৰৰ বাবে দেখা গৈছিল তেওঁলোক দুয়োকে৷ তাৰপিছতেই ২ জুনত চেৰাপুঞ্জিৰ ওচৰৰ ৱাইচাউডাং জলপ্ৰপাতৰ কাষৰ খাদত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ দেহ৷ আৰক্ষীৰ দাবী ২৩ মে তাৰিখেই হত্যা কৰা হৈছে ৰাজাক৷

প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে পৰিকল্পনা কৰিয়েই এই হত্যাৰ ষড়যন্ত্ৰ কৰিছিল সোনমে৷ ইয়াৰ বাবে ভাড়ালৈ অনা হৈছিল হত্যাকাৰী৷ ২০ লাখ টকাত বন্দোবস্ত হৈছিল হত্যাকাৰীকেইটা৷ হত্যাৰ পাছতেই ৰাজাৰ বেগৰ পৰা ১৫ হাজাৰ টকা ওলিয়াই তিনি হত্যাকাৰীক দিছিল সোনমে৷

মেঘালয় আৰক্ষীয়ে জনাইছে যে এই হত্যাকাণ্ড সম্পৰ্কে যাৱতীয় বহু তথ্য তেওঁলোকে লাভ কৰিছে কিন্তু এতিয়াও বহু প্ৰশ্নৰ উত্তৰ লাভ কৰিব পৰা হোৱা নাই৷ কেনেকৈ মেঘালয়ৰ পৰা গাজিপুৰ পালেগৈ সোনম৷ ৰাজাক হত্যাৰ পাছত ছচিয়েল মিডিয়াত লিখিছিল সাত জনমলৈ আমি একেলগ বুলি৷ কোনে এই পোষ্ট কৰিছিল এতিয়াও জনোৱা নাই আৰক্ষীয়ে৷ সেই কাৰণেই আদালতৰ ওচৰত সোনমক নিজৰ হেফাজতত বিচাৰিছে আৰক্ষীয়ে৷ যি স্থানত ৰাজাক হত্যা কৰা হৈছিল সেই স্থানলৈ সোনমক লৈ যোৱা হব বুলিও জনাইছে মেঘালয় আৰক্ষীৰ তৰফৰ পৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

October 8, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
Next Post
দিল্লীলৈ বিশেষ পৰীক্ষাৰ বাবে গৈছিল, তাৰপিছতেই উত্তৰাখণ্ড ভ্ৰমণ, হঠাৎ নিখোঁজ হোৱাৰ পাছতেই মঙলবাৰে উদ্ধাৰ মৃতদেহ, অসমৰ ৰোশ্মিতাৰ সৈতে কি ঘটিছিল?

দিল্লীলৈ বিশেষ পৰীক্ষাৰ বাবে গৈছিল, তাৰপিছতেই উত্তৰাখণ্ড ভ্ৰমণ, হঠাৎ নিখোঁজ হোৱাৰ পাছতেই মঙলবাৰে উদ্ধাৰ মৃতদেহ, অসমৰ ৰোশ্মিতাৰ সৈতে কি ঘটিছিল?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.