• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৰিয়াৰত পতন! বিলাসী ফ্লেট বিক্ৰী কৰি কিমান ধন লাভ কৰিছে সোনম কাপুৰে?

কেৰিয়াৰত পতন! বিলাসী ফ্লেট বিক্ৰী কৰি কিমান ধন লাভ কৰিছে সোনম কাপুৰে?

3 years ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

8 minutes ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

46 minutes ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

1 hour ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

3 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

4 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

4 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

5 hours ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

6 hours ago
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

6 hours ago
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

7 hours ago
কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কেৰিয়াৰত পতন! বিলাসী ফ্লেট বিক্ৰী কৰি কিমান ধন লাভ কৰিছে সোনম কাপুৰে?

editor by editor
January 4, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
কেৰিয়াৰত পতন! বিলাসী ফ্লেট বিক্ৰী কৰি কিমান ধন লাভ কৰিছে সোনম কাপুৰে?
0
SHARES
21.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউড তাৰকাসকলৰ আয়ৰ উৎস ছবি আৰু বিজ্ঞাপনেই বুলি বহুতেই ধাৰণা কৰে যদিও এই তাৰকাসকলৰ আছে অন্য ব্যৱসায়ো৷ মাটি-বাৰী ক্ৰয়-বিক্ৰয়েৰেও মোটা ধন লাভ কৰে এইসকল তাৰকাই৷ মুম্বাইৰ লগতে দেশৰ আগশাৰীৰ চহৰত আছে বহু তাৰকাৰেই বিলাসবহুল অট্টালিকা৷ সুযোগ বুজি বহুতেই এইসমূহ ভাড়াত দিয়ে নতুবা বিক্ৰীও কৰে৷
শেহতীয়াকৈ বান্দ্ৰাত থকা এটা বিলাসবহুল ফ্লেট বিক্ৰী কৰিছে অভিনেত্ৰী সোনম কাপুৰে৷ প্ৰায় ৩২.৫ কোটি টকাৰ সোনমে বিক্ৰী কৰিছে ফ্লেটটো৷ ২০২২ চনত মাতৃ হৈছে সোনম৷ লন্ডনৰ বাসিন্দা সোনমে সন্তান জন্মৰ পাছৰে পৰা কোনো এখন ছবিতেই কাম পোৱা নাই৷ আগন্তুক সময়তো কোনো ছবিৰ অফাৰ অহা নাই সোনমলৈ৷ যাৰ বাবে ফ্লেট বিক্ৰীৰ সিদ্ধান্ত লৈছে সোনমে বুলি জনাইছে সোনমৰ ঘনিষ্ঠ এক সূত্ৰই৷

উল্লেখ্য যে চিগনেছাৰ আইলেণ্ড নামৰ বহুমহলীয়া এটা এপাৰ্টমেণ্টৰ তৃতীয় মহলাত আছিল সোনমৰ ফ্লেট৷ সোনমৰ ফ্লেটটো ক্ৰয় কৰিছে এছএমএছ নামৰ এটি ইনফ্ৰাষ্টাৰ কোম্পানীয়ে৷ এই ফ্লেটটো ক্ৰয়ৰ বাবে কোম্পানীয়টোৱে আগধন হিচাপে দিছে ১.৯৫ কোটি টকা৷ ২০১৫ চনত সোনমে ক্ৰয় কৰিছিল ৫৩৩৫ বৰ্গ ফুটৰ এই ফ্লেটটো৷ ১৫ কোটি টকাত ক্ৰয় কৰা ফ্লেটটো দুগুণতকৈও অধিক দামত বিক্ৰী কৰিছে সোনমে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!
জীৱনশৈলী

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

April 28, 2026
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!
জীৱনশৈলী

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

April 28, 2026
Next Post
ডিজিটেলক আঁকোৱালী ল’লেও ছপা মাধ্যমৰ সমাদৰ কমা নাই ৰাজ্যত, অসম গ্ৰন্থমেলাত ৬টা দিনত ২কোটিৰ টকাৰ কিতাপ বিক্ৰী…

ডিজিটেলক আঁকোৱালী ল’লেও ছপা মাধ্যমৰ সমাদৰ কমা নাই ৰাজ্যত, অসম গ্ৰন্থমেলাত ৬টা দিনত ২কোটিৰ টকাৰ কিতাপ বিক্ৰী…

চহৰমুখী নহ’ব! চহৰৰ পৰা গাঁৱলৈ উভতিলেই লাভ কৰিব প্ৰতি সন্তানৰ বিপৰীতে প্ৰায় ৭ লাখকৈ টকা

চহৰমুখী নহ’ব! চহৰৰ পৰা গাঁৱলৈ উভতিলেই লাভ কৰিব প্ৰতি সন্তানৰ বিপৰীতে প্ৰায় ৭ লাখকৈ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.