• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনিয়োগ কৰিলেই পাব দ্বিগুণ লাভ, কি কি নতুন স্কিম আৰম্ভ কৰিছে SBIয়ে?

বিনিয়োগ কৰিলেই পাব দ্বিগুণ লাভ, কি কি নতুন স্কিম আৰম্ভ কৰিছে SBIয়ে?

10 months ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

23 minutes ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

46 minutes ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

1 hour ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

3 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

4 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

5 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

13 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

14 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

15 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

16 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিনিয়োগ কৰিলেই পাব দ্বিগুণ লাভ, কি কি নতুন স্কিম আৰম্ভ কৰিছে SBIয়ে?

বিনিয়োগ কৰিলেই পাব দ্বিগুণ লাভ, কি কি নতুন স্কিম আৰম্ভ কৰিছে SBIয়ে?

editor by editor
May 30, 2025
in জীৱনশৈলী
0
বিনিয়োগ কৰিলেই পাব দ্বিগুণ লাভ, কি কি নতুন স্কিম আৰম্ভ কৰিছে SBIয়ে?
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফিক্সড ডিপজিটত যদি ছিনিয়ৰ চিটিজেনে ভাল ধন ৰাখিব পাৰে তেন্তে তাৰ পৰা ভাল ৰিটাৰ্ণ পাব। আৰু ইয়াৰ বাবে আপোনালোকে বাছি লব পাৰে এছ বি আইক। ভাৰতৰ অন্যতম বৃহৎ বেংক। তাতেই কেইবাটাও স্কিম আছে যত বিনিয়োগ কৰিলে তাৰ পৰা ছিনিয়ৰ চিটিজেনে দ্বিগুণ ধন লাভ কৰিব পাৰে।

চিনিয়ৰ চিটিজেনে যদি ১০বছৰৰ বাবে ফিক্সড ডিপোজিট কৰে তাৰ পৰা ৭.৩০শতাংশ হাৰত সুদ লাভ কৰিব। যদি ৫০ লাখ টকা ১০ বছৰৰ বাবে বিনিয়োগ কৰ তেন্তে তাৰ পৰা দ্বিগুণ ধন লাভ কৰিব পাৰে। যদি ১০ বছৰত ছিনিয়ৰ চিটিজেনে ৫০ লাখ টকা বিনিয়োগ কৰে তেন্তে তাৰ পৰা সূদেই লাভ কৰিব ৭.৩ শতাংশকৈ। ৫০ লাখত ১০ বছৰত ব্যক্তিগৰাকীয়ে লাভ কৰিব ৫৩ লাখ ৭ হাজাৰ ৩৪৪টকা। মুঠ ভেল্যু হব ১ কোটি ৩লাখ ৭ হাজাৰ ৩৪৪ টকা।

যদি চিনিয়ৰ চিটিজেনে ইয়াত ৪০ লাখ টকা বিনিয়োগ কৰে তেন্তে তাৰপৰাই ভাল টকা পাব। ইয়াত ব্যক্তিগৰাকীয়ে লাভ কৰিব ৪২ লাখ ৪৫ হাজাৰ ৮৭৫টকা। মুঠ ভেলু হব ৬১ লাখ ৮৪ হাজাৰ ৪০৬ টকা।

যদি চিনিয়ৰ ছিটিজেনে ইয়াত ২০ লাখ টকা বিনিয়োগ কৰে তেন্তে তাৰপৰা সুদ পাব ২১ লাখ ২২ হাজাৰ ৯৩৭ টকা। মুঠ ভেল্যু হব ৪১ লাখ ২২ হাজাৰ ৯৩৭ টকা। এটা বিষয় মনত ৰাখিব যতেই বিনিয়োগ নকৰক কিয় পূৰ্বে সমস্ত তথ্য জানি থওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?
জীৱনশৈলী

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

March 30, 2026
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ
জীৱনশৈলী

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

March 30, 2026
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

March 30, 2026
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

March 30, 2026
Next Post
প্ৰায়েই হাত ভৰি অৱশ যেন লাগে? পেশীও টানি টানি ধৰে? শৰীৰত এই খনিজৰ ঘাটি হলেই ভূগিব এইকেইটা জটিল সমস্যাত

প্ৰায়েই হাত ভৰি অৱশ যেন লাগে? পেশীও টানি টানি ধৰে? শৰীৰত এই খনিজৰ ঘাটি হলেই ভূগিব এইকেইটা জটিল সমস্যাত

শুকুৰবাৰে নিশাই কৰক এই কাম, কাটিব গ্ৰহদোষ, সংসাৰত প্ৰৱেশ কৰি স্বয়ং মা লক্ষ্মী

শুকুৰবাৰে নিশাই কৰক এই কাম, কাটিব গ্ৰহদোষ, সংসাৰত প্ৰৱেশ কৰি স্বয়ং মা লক্ষ্মী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.